• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

3 weeks ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

2 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

2 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

2 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

3 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

4 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

4 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

5 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

6 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

6 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

7 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

7 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

জানক আপোনাৰ আজিৰ দিনটো কেনে যাব?

editor by editor
September 18, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি
0
SHARES
489
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৮ ছেপ্টেম্বৰ ২০২৬, শুকুৰবাৰ। জ্যোতিষীয় গণনা অনুসৰি আজি গোটেই দিনটো ভদ্ৰাৰ প্ৰভাৱ থাকিব। সেয়েহে নতুন বা ডাঙৰ কোনো কাম আৰম্ভ কৰাৰ পূৰ্বে ভালদৰে চিন্তা কৰি আগবঢ়াটো শুভ বুলি ধৰা হৈছে। আনহাতে, আজি বৃষ, মিথুন, কন্যা, তুলা, ধনু, মকৰ, কুম্ভ আৰু মীন ৰাশিৰ ওপৰত বুঢ়াদিত্য যোগৰ বিশেষ প্ৰভাৱ থাকিব। ফলত বুদ্ধি, কথা-বতৰা, শিক্ষা আৰু যোগাযোগৰ সৈতে জড়িত কামত ভাল ফল লাভৰ সম্ভাৱনা আছে। সন্ধিয়াৰ পিছত মংগল আৰু বৃহস্পতিৰ সংযোগে বিশেষকৈ কৰ্কট আৰু ধনু ৰাশিৰ জীৱনত কিছু গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। আহক, মেষৰ পৰা মীনলৈ আজি কোন ৰাশিৰ দিনটো কেনেকুৱা হ’ব জানো।

মেষ ৰাশি:

আজি আপোনাৰ মনত সৃষ্টিশীল চিন্তা আৰু নতুন ধাৰণা আহিব পাৰে। পুৰণি কোনো ঘটনা বা স্মৃতি ৰাতিপুৱা মনত পৰিব পাৰে যদিও দিনটোৰ শেষলৈ ভাগ্যই আপোনাক সহায় কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত মধুৰতা বজাই থাকিব। সন্ধিয়াৰ সময়ত ঘৰুৱা বিষয়ত খৰখেদাকৈ কোনো সিদ্ধান্ত নোলোৱাই ভাল।
শুভ ৰং: ৰঙা
শুভ সংখ্যা: ৯
প্ৰতিকাৰ: ভগৱান গণেশক দুৰ্বা আগবঢ়াওক।

বৃষ ৰাশি

আজি শিক্ষা আৰু জ্ঞান আহৰণৰ বাবে দিনটো যথেষ্ট ভাল। কোনো গুৰুত্বপূৰ্ণ বিষয় গভীৰভাৱে অধ্যয়ন বা চিন্তা কৰিব পাৰে। ৰাতিপুৱা অংশীদাৰিত্বৰ বিষয়ত মনোযোগ থাকিব যদিও সন্ধিয়াৰ পিছত উচ্চ শিক্ষা আৰু ভাগ্যৰ বিষয়ত গুৰুত্ব বাঢ়িব। কথা-বতৰা আৰু আৰ্থিক বিষয়ত ভাল ফল পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে খং বা উত্তেজনাত কথা কোৱাৰ পৰা আঁতৰি থাকক।
শুভ ৰং: কমলা
শুভ সংখ্যা: ৬
প্ৰতিকাৰ: গৰুক সেউজীয়া ঘাঁহ বা পশুখাদ্য খুৱাওক।

মিথুন ৰাশি:

দিনটোৰ আৰম্ভণিতে কিছু ব্যস্ততা আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে। কিন্তু সন্ধিয়াৰ পিছত পৰিস্থিতি কিছু সহজ হ’ব। বুঢ়াদিত্য যোগৰ প্ৰভাৱত ধন-সম্পত্তি আৰু পৰিয়ালৰ বিষয়ত ভাল খবৰ লাভ কৰিব পাৰে। কেৰিয়াৰক লৈ কিছু বিভ্ৰান্তি থাকিলেও ধৈৰ্য ধৰি কাম কৰিলে সমাধান ওলাব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত মধুৰতা থাকিব।
শুভ ৰং: সেউজীয়া
শুভ সংখ্যা: ৫
প্ৰতিকাৰ: ছাত্ৰ-ছাত্ৰীক বহী-কিতাপ দান কৰক।

কৰ্কট ৰাশি

আজি সন্ধিয়াৰ পিছত মংগল আৰু বৃহস্পতিৰ সংযোগ আপোনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হ’ব। ইয়াৰ ফলত আত্মবিশ্বাস আৰু কাম কৰাৰ শক্তি বৃদ্ধি পাব পাৰে। অৱশ্যে খং আৰু অধৈৰ্যতা নিয়ন্ত্ৰণত ৰখাটো জৰুৰী। ৰাতিপুৱা সন্তান আৰু সৃষ্টিশীল কামত মনোযোগ থাকিব, আনহাতে সন্ধিয়াৰ পিছত স্বাস্থ্য আৰু দৈনন্দিন কাম-কাজৰ প্ৰতি গুৰুত্ব বাঢ়িব। আৰ্থিক আৰু কথোপকথনৰ ক্ষেত্ৰতো ভাল ফলৰ সম্ভাৱনা আছে।
শুভ ৰং: হালধীয়া
শুভ সংখ্যা: ৩
প্ৰতিকাৰ: ভগৱান শিৱক পানী আগবঢ়াওক।

সিংহ ৰাশি

আজি আপোনাৰ ব্যক্তিত্বত কিছু অস্থিৰতা বা ভিতৰুৱা শূন্যতা অনুভৱ হ’ব পাৰে। কিন্তু আৰ্থিক ক্ষেত্ৰত দিনটো শক্তিশালী। ধন-সম্পত্তিৰ ঘৰত বুঢ়াদিত্য যোগৰ প্ৰভাৱ থকাৰ বাবে টকা-পইচাৰ বিষয়ত গুৰুত্বপূৰ্ণ সুযোগ আহিব পাৰে। ৰাতিপুৱা ঘৰুৱা বিষয়ত মনোযোগ থাকিব আৰু সন্ধিয়াৰ পিছত সন্তান তথা সৃষ্টিশীল কামত ব্যস্ততা বাঢ়িব। অংশীদাৰিত্বৰ বিষয়তো সাৱধানতা অৱলম্বন কৰক।
শুভ ৰং: সেউজীয়া
শুভ সংখ্যা: ৫
প্ৰতিকাৰ: আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক।

কন্যা ৰাশি:

আজিৰ দিনটো আপোনাৰ বাবে বিশেষ হ’ব পাৰে। বুধ আৰু সূৰ্যৰ সংযোগে বুদ্ধিমত্তা, আত্মবিশ্বাস আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে। নতুন কাম বা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ক্ষেত্ৰত আত্মবিশ্বাসী অনুভৱ কৰিব। আৰ্থিক বিষয়তো মধুৰ পৰিস্থিতি থাকিব। সন্ধিয়াৰ পিছত কেৰিয়াৰত অধিক পৰিশ্ৰম কৰিবলগীয়া হ’ব পাৰে।
শুভ ৰং: সোণালী
শুভ সংখ্যা: ২
প্ৰতিকাৰ: বিষ্ণু সহস্ৰনাম পাঠ কৰক।

তুলা ৰাশি:

আজি আপোনাৰ ব্যক্তিত্ব আকৰ্ষণীয় আৰু আত্মবিশ্বাসী হৈ থাকিব। ভাগ্যৰ ঘৰত বুঢ়াদিত্য যোগৰ প্ৰভাৱ থকাৰ বাবে পিতৃ, গুৰু বা কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব পাৰে। ৰাতিপুৱা আৰ্থিক বিষয়ত ব্যস্ততা থাকিব আৰু সন্ধিয়াৰ পিছত যোগাযোগ তথা নতুন কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। কেৰিয়াৰত পৰিশ্ৰম বৃদ্ধি পাব, কিন্তু তাৰ সুফল লাভ কৰাৰ সম্ভাৱনাও আছে।
শুভ ৰং: ৰঙা
শুভ সংখ্যা: ১
প্ৰতিকাৰ: লক্ষ্মী চলিছা পাঠ কৰক।

বৃশ্চিক ৰাশি:

আজি মনটো যথেষ্ট আৱেগিক হৈ থাকিব পাৰে। কেৰিয়াৰ সম্পৰ্কীয় চিন্তা ৰাতিপুৱা বেছি থাকিব যদিও সন্ধিয়াৰ পিছত ভাগ্য আৰু নতুন সুযোগৰ প্ৰতি মনোযোগ যাব। মংগল গ্ৰহৰ অৱস্থান সলনি হোৱাৰ ফলত নতুন কোনো সুযোগ বা ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। সম্পৰ্কৰ ক্ষেত্ৰত আপোনজনৰ সৈতে মুকলিকৈ আৰু মৰমেৰে কথা পাতিলে ভাল ফল পাব।
শুভ ৰং: আকাশ নীলা
শুভ সংখ্যা: ৬
প্ৰতিকাৰ: হনুমান চলিছা পাঠ কৰক।

ধনু ৰাশি:

নিশা প্ৰায় ১০:৪৫ বজাত চন্দ্ৰ আপোনাৰ ৰাশিত প্ৰৱেশ কৰাৰ ফলত দিনটোৰ শেষলৈ মনত নতুন শক্তি আৰু উৎসাহ অনুভৱ কৰিব পাৰে। সন্ধিয়াৰ পিছত মংগল আৰু বৃহস্পতিৰ সংযোগে ভাগ্যৰ ক্ষেত্ৰত কিছু হঠাৎ পৰিৱৰ্তনৰ ইংগিত দিব পাৰে। কেৰিয়াৰত বুঢ়াদিত্য যোগৰ প্ৰভাৱ থাকিব, সেয়েহে পূৰ্বে কৰা পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে। অংশীদাৰিত্বৰ ক্ষেত্ৰত ৰাতিপুৱা কিছু মতভেদ হ’ব পাৰে।
শুভ ৰং: গোলাপী
শুভ সংখ্যা: ৬
প্ৰতিকাৰ: কলগছত পানী আগবঢ়াওক।

মকৰ ৰাশি:

আজি ভাগ্য আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইতিবাচক পৰিস্থিতি থাকিব পাৰে। ধৰ্মীয় কাম-কাজ, শিক্ষা বা দূৰ ভ্ৰমণৰ সৈতে জড়িত বিষয়ত সুবিধা লাভ কৰিব পাৰে। ৰাতিপুৱা লাভৰ বিষয়ত মনোযোগ থাকিব যদিও সন্ধিয়াৰ পিছত খৰচ আৰু ব্যক্তিগত বিষয়ত গুৰুত্ব বাঢ়িব। মংগলৰ প্ৰভাৱত কঠোৰ পৰিশ্ৰম বৃদ্ধি পাব পাৰে। সম্পৰ্কত উষ্ণতা আৰু পাৰস্পৰিক বুজাবুজি বজাই ৰাখক।
শুভ ৰং: মেৰুণ
সুভ সংখ্যা: ৯
প্ৰতিকাৰ: শনিদেৱৰ সন্মুখত সৰিয়হৰ তেলৰ বন্তি জ্বলাওক।

কুম্ভ ৰাশি:

আজি আপোনাৰ ব্যক্তিত্বত আত্মবিশ্বাস আৰু এক বিশেষ আকৰ্ষণ দেখা যাব পাৰে। লাভৰ ঘৰত বুঢ়াদিত্য যোগৰ প্ৰভাৱ থকাৰ বাবে আয় আৰু সামাজিক যোগাযোগৰ ক্ষেত্ৰত সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। ৰাতিপুৱা কেৰিয়াৰক লৈ ব্যস্ততা থাকিব যদিও সন্ধিয়াৰ পিছত লাভ আৰু সামাজিক সম্পৰ্কৰ দিশত মনোযোগ বাঢ়িব। মংগলৰ প্ৰভাৱত সাহস আৰু শক্তি বৃদ্ধি পাব, কিন্তু কামত সংযম বজাই ৰখা প্ৰয়োজন।
শুভ ৰং: বগা
শুভ সংখ্যা: ৮
প্ৰতিকাৰ: বিশেষভাৱে সক্ষম লোকক সহায় কৰক।

মীন ৰাশি:

আজি অংশীদাৰিত্বৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আলোচনা হ’ব পাৰে। জীৱনসংগী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে কোনো বিষয় স্পষ্টভাৱে আলোচনা কৰাৰ সুযোগ পাব। ৰাতিপুৱা ভাগ্যৰ বিষয়ত মনোযোগ থাকিব আৰু সন্ধিয়াৰ পিছত কেৰিয়াৰৰ প্ৰতি গুৰুত্ব বাঢ়িব। মংগলৰ প্ৰভাৱত ঘৰত সামান্য অশান্তি বা ব্যস্ততা সৃষ্টি হ’ব পাৰে, সেয়েহে পৰিয়ালৰ সদস্যৰ সৈতে ধৈৰ্যৰে কথা পাতক।
শুভ ৰং: নীলা
শুভ সংখ্যা: ৪
প্ৰতিকাৰ: ‘ঔঁ নমো ভগৱতে বাসুদেৱায়’ মন্ত্ৰ জপ কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24daily horoscope
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?
বিনোদন

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

October 8, 2026
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?
অসম

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

October 8, 2026
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি
বিশ্ব

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

October 8, 2026
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?
অসম

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

October 8, 2026
Next Post
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.