• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিদৰে পাৰ হ’ব আজিৰ দিনটো, এই সকল ৰাশিৰ লোকৰ বহু ঠাইৰ পৰা আহিব পাৰে টকা, জানক শুভ ৰং-শুভ সংখ্যা

কিদৰে পাৰ হ’ব আজিৰ দিনটো, এই সকল ৰাশিৰ লোকৰ বহু ঠাইৰ পৰা আহিব পাৰে টকা, জানক শুভ ৰং-শুভ সংখ্যা

2 years ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

1 hour ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

2 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

2 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

3 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

3 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

3 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

4 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

5 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

5 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

6 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

7 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিদৰে পাৰ হ’ব আজিৰ দিনটো, এই সকল ৰাশিৰ লোকৰ বহু ঠাইৰ পৰা আহিব পাৰে টকা, জানক শুভ ৰং-শুভ সংখ্যা

editor by editor
March 28, 2024
in জীৱনশৈলী, বিনোদন
0
কিদৰে পাৰ হ’ব আজিৰ দিনটো, এই সকল ৰাশিৰ লোকৰ বহু ঠাইৰ পৰা আহিব পাৰে টকা, জানক শুভ ৰং-শুভ সংখ্যা
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিদৰে পাৰ হ’ব আজিৰ দিনটো, এই সকল ৰাশিৰ লোকৰ বহু ঠাইৰ পৰা আহিব পাৰে টকা, জানক শুভ ৰং-শুভ সংখ্যা

মেষঃ
আজি আপুনি আপোনাৰ ভিতৰত এক নতুন শক্তি অনুভৱ কৰিব, যাৰ বাবে আপুনি আপোনাৰ বহু কাম সম্পূৰ্ণ কৰাত সফল হ’ব আৰু আপোনাৰ শৰীৰৰ পৰা এলাহ আঁতৰি যাব। বহিঃৰাজ্যৰ পৰা ব্যৱসায় কৰা লোকসকলে হয়তো আজি কিছু ভাল খবৰ শুনিব।
শুভ ৰং: হালধীয়া
শুভ নম্বৰ: ৫

বৃষ ৰাশিঃ
আজি আপোনাৰ বাবে দিনটো মধ্যমীয়া ফলদায়ক হ’ব। বিবাহিত জীৱন যাপন কৰা মানুহে আজি পত্নীৰ পৰা এটা ছাৰপ্ৰাইজ পাব পাৰে। ব্যৱসায় কৰা মানুহে কাৰোবাক ধন ধাৰে দিয়াৰ আগতে সাৱধান হ’ব লাগিব।
শুভ ৰং: গোলাপী
শুভ নম্বৰ: ১০

মিথুনঃ
আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ’বলৈ গৈ আছে। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। সন্ধিয়া হয়তো আপোনাৰ ঘৰলৈ কোনো আতিথিৰ আগমণ ঘটিব। পদোন্নতি বা দৰমহা বৃদ্ধিৰ দৰে ভাল খবৰ পাব পাৰে।
শুভ ৰং: ক’লা
শুভ নম্বৰ: ১

কৰ্কটঃ
আজিৰ দিনটো ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল দিন। সন্তানৰ বৰ্ধিত খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। ৰাজনীতিৰ লগত জড়িত মানুহে হয়তো আজি কিছু ভাল খবৰ শুনিব পাৰিব।
শুভ ৰং: কমলা
শুভ নম্বৰ: ৩

সিংহঃ
আজি অবিবাহিত লোকৰ বাবে ভাল দিন। খং নিয়ন্ত্ৰণ কৰিব লাগিব বা পৰিয়ালৰ সদস্যৰ সৈতে কথা পাতি কোনো বিষয়ত উপনীত হ’ব লাগিব, নহ’লে আপোনাৰ পৰিয়ালৰ সম্পৰ্কত বিভাজন হ’ব পাৰে।
শুভ ৰং: বেঙুনীয়া
শুভ নম্বৰ: ৬

কন্যা ৰাশিঃ
দিনটো শুভ দিন। ভাল খবৰ লাভ কৰিব পাৰে। চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত শুভ খবৰ পোৱাৰ সম্ভৱনা। কোনো যাত্ৰাত যোৱাৰ পৰা বিৰত থকাটো ভাল হ’ব।
শুভ ৰং: বগা
শুভ নম্বৰ: ২

তুলা ৰাশিঃ
আজি আপুনি আপোনাৰ খৰচ নিয়ন্ত্ৰণত সফল হ’ব। ক্ৰোধ নিয়ন্ত্ৰণত ৰাখক। চৰকাৰী চাকৰিত কৰ্মৰত লোকসকলে হয়তো তেওঁলোকৰ এজন সহকৰ্মীৰ বাবে সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
শুভ ৰং: বাদামী
শুভ নম্বৰ: ৪

বৃশ্চিক ৰাশিঃ
আজি আপোনাৰ বাবে চিন্তাৰে ভৰা দিন হ’ব কাৰণ আজি আপোনাৰ সন্তানৰ কেৰিয়াৰক লৈ অলপ চিন্তা হ’ব পাৰে। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেওঁলোকৰ বাবে আজি এটা ভাল দিন।
শুভ ৰং: নীলা
শুভ নম্বৰ: ১৫

ধনু ৰাশিঃ
আজি আপুনি অলপ সাৱধান হ’ব লাগিব, কৰ্মক্ষেত্ৰত আপোনাৰ কোনো শত্ৰুৱে অপকাৰ কৰিব পাৰে। ৰাজনীতিৰ লগত জড়িত মানুহে হয়তো আজি কিছু ভাল খবৰ শুনিব পাৰিব।
শুভ ৰং: ক্ৰীম
শুভ নম্বৰ: ১১

মকৰ ৰাশিঃ কোনো বিষয়ত আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত তৰ্ক হব পাৰে। তৃতীয় ব্যক্তিয়ে আপোনাৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। যাৰ বাবে আপোনালোক দুয়োৰে মাজত বিভাজন বৃদ্ধি পাব পাৰে।
শুভ ৰং: মেৰুণ
শুভ নম্বৰ: ১২

কুম্ভ ৰাশিঃ কিছুমান পুৰণি অভিযোগক লৈ আপুনি মানসিক চাপত পৰিব। সংগীৰ লগত সময় কটালে ভাল হ’ব। একেলগে কাম কৰি সমাধান বিচাৰি উলিয়াওক। তৃতীয় ব্যক্তিয়ে আপোনাৰ সম্পৰ্ক শেষ কৰিবলৈ চেষ্টা কৰিব পাৰে।
শুভ ৰং: বেঙুনীয়া
শুভ নম্বৰ: ৯

মীন ৰাশিঃ বৃহস্পতিবাৰটো এটা সুখকৰ দিন হ’ব। আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিব। আপোনাৰ প্ৰেমিকজনে আপোনাৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰে। যিয়ে মনটোক সুখী কৰি তুলিব।
শুভ ৰং: লেভেণ্ডাৰ
শুভ নম্বৰ: ৭

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam liveDAILY ASTROLOGYdaily horoscopehoroscoperashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ
জীৱনশৈলী

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

March 17, 2026
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

March 17, 2026
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?
জীৱনশৈলী

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

March 17, 2026
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?
জীৱনশৈলী

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

March 17, 2026
Next Post
হোলীৰ মাজতে গুৱাহাটীত তিনি কিশোৰীৰ সৈতে অপকৰ্ম, এতিয়াহে পোহৰলৈ ঘটনা, দুই অভিযুক্ত কোনোমতে আটক

হোলীৰ মাজতে গুৱাহাটীত তিনি কিশোৰীৰ সৈতে অপকৰ্ম, এতিয়াহে পোহৰলৈ ঘটনা, দুই অভিযুক্ত কোনোমতে আটক

কি হ’ব আজি কেজৰিৱালৰ, অন্ত হ’ল ইডিৰ ৰিমাণ্ড, লাভ কৰিব নে জামিন, নে পুনৰ যাব জিম্মালৈ

কি হ'ব আজি কেজৰিৱালৰ, অন্ত হ’ল ইডিৰ ৰিমাণ্ড, লাভ কৰিব নে জামিন, নে পুনৰ যাব জিম্মালৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.