• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৱাহাটী আই আই টিত অঘটন : গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু!

গুৱাহাটী আই আই টিত অঘটন : গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু!

4 years ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

24 minutes ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

44 minutes ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

1 hour ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

2 hours ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

2 hours ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

3 hours ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

4 hours ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

4 hours ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

5 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

6 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

7 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

গুৱাহাটী আই আই টিত অঘটন : গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু!

editor by editor
January 26, 2022
in অপৰাধ, অসম, উত্তৰ-পূব, ভাৰত
0
গুৱাহাটী আই আই টিত অঘটন : গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু!
0
SHARES
65
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ পূৱৰ প্ৰযুক্তি বিদ্যাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত সংঘটিত হৈছে পুনৰ এক অঘটন৷

উচ্চ শিক্ষানুষ্ঠানখনৰ ছাত্ৰাবাসৰ বিচনাত উদ্ধাৰ হৈছে এগৰাকী ছাত্ৰৰ মৃতদেহ।

বুধবাৰে পুৱাই প্ৰযুক্তি বিদ্যাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত উদ্ধাৰ হৈছে মানৱ সম্পদ আৰু সমাজ বিজ্ঞান বিভাগৰ ছাত্ৰ প্ৰশান্ত কুমাৰ আৰুখনৰ নামৰ ছাত্ৰগৰাকীৰ মৃতদেহ।

মৃতদেহ উদ্ধাৰ হোৱা আৰুখন বিভাগটোৰ পিএইছডি গৱেষক ছাত্ৰ আছিল৷

শিক্ষাৰ্থীগৰাকীক কোনোৱাই হত্যা কৰিছে নে এয়া আত্মহত্যা অথবা আকস্মিক মৃত্যু তাকেলৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে।

মৃতদেহ উদ্ধাৰৰ খবৰ পায়ে ঘটনাস্থলীত উপস্থিতি হৈ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

ছাত্ৰাবাসৰ আন একাংশ আবাসীয়ে প্ৰকাশ কৰা মতে যোৱা দুদিন ধৰি মৃত প্ৰশান্ত কুমাৰ আৰুখৰ কোঠাটোৰ দুৱাৰ বন্ধ হৈ আছিল।

বুধবাৰে সন্দেহবশতঃ কোঠাৰ দুৱাৰ খুলি চোৱাৰ পিছতে ছাত্ৰ জনৰ মৃতদেহটো উদ্ধাৰ হয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী
অসম

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

July 11, 2026
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?
ভাৰত

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

July 11, 2026
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
Next Post
হিংসাত্মক প্ৰতিবাদত উত্তপ্ত গয়াৰ ৰেল’ৱে ষ্টেশ্যন : যাত্ৰীবাহী ৰে’লত অগ্নিসংযোগ

হিংসাত্মক প্ৰতিবাদত উত্তপ্ত গয়াৰ ৰেল’ৱে ষ্টেশ্যন : যাত্ৰীবাহী ৰে’লত অগ্নিসংযোগ

৭৩ সংখ্যক গণতন্ত্ৰ দিৱস : সীমান্তত মিঠাই আদান প্ৰদান বিএছএফ আৰু পাক সেনাৰ

৭৩ সংখ্যক গণতন্ত্ৰ দিৱস : সীমান্তত মিঠাই আদান প্ৰদান বিএছএফ আৰু পাক সেনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.