• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিংসাত্মক প্ৰতিবাদত উত্তপ্ত গয়াৰ ৰেল’ৱে ষ্টেশ্যন : যাত্ৰীবাহী ৰে’লত অগ্নিসংযোগ

হিংসাত্মক প্ৰতিবাদত উত্তপ্ত গয়াৰ ৰেল’ৱে ষ্টেশ্যন : যাত্ৰীবাহী ৰে’লত অগ্নিসংযোগ

4 years ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

20 minutes ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

37 minutes ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

17 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

17 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

18 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

18 hours ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

18 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

19 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

20 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

21 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

21 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

হিংসাত্মক প্ৰতিবাদত উত্তপ্ত গয়াৰ ৰেল’ৱে ষ্টেশ্যন : যাত্ৰীবাহী ৰে’লত অগ্নিসংযোগ

editor by editor
January 26, 2022
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
হিংসাত্মক প্ৰতিবাদত উত্তপ্ত গয়াৰ ৰেল’ৱে ষ্টেশ্যন : যাত্ৰীবাহী ৰে’লত অগ্নিসংযোগ
0
SHARES
94
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিহাৰত ৰে’লেৱৰ নিযুক্তি অনিয়মৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদে ক্ৰমাৎ হিংসাত্মক ৰূপ ধাৰণ কৰিছে৷

বুধবাৰে ৰে’লৱে চাকৰি প্ৰত্যাশী আৰু শিক্ষাৰ্থীয়ে গয়াৰ ৰেল’ৱে ষ্টেশ্যনত অব্যাহত ৰখা প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছে৷

সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি প্ৰতিবাদকাৰীয়ে গয়া ৰে’লৱে ষ্টেশ্যনত যাত্ৰীবাহী ৰে’ল ৰখাই অগ্নিসংযোগ কৰে৷ যাৰ ফলত দাউ দাউকৈ জ্বলি উঠিছে শ্ৰমজীৱী এক্সপ্ৰেছৰ কেবাটাও দবা৷

ইফালে প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে ৰে’লৱে ষ্টেশ্যনৰ লগতে যাত্ৰীবাহী ৰে’লখনলৈ শিল আৰু ইটা দলিওৱাৰো বাতৰি আহিছে৷ কিছুমান ঠাইত প্ৰতিবাদকাৰীয়ে চলন্ত ৰে’ল প্ৰতিৰোধ কৰাৰো বাতৰি আহিছে৷ অৱশ্যে হিংসাত্মক প্ৰতিবাদ হ’লেও এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ বাতৰি অহা নাই৷

প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাত ৰে’লৱে বিভাগে কেবাখনো ৰে’লৰ যাত্ৰা বাতিল কৰিছে৷ আনকি হিংসাত্মক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিততে ৰে’লৱে বিভাগে ন-টেকনিকেল পপুলাৰ কেটেগৰীৰ আৰু গ্ৰেড ১ৰ নিযুক্তি পক্ৰিয়াও স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে৷

উল্লেখ্য যে যোৱা ১৫ জানুৱাৰীত ৰে’লৱে বিভাগৰ নিযুক্তিৰ ফলাফল সম্পৰ্কীয় এখন জাননী প্ৰকাশৰ পিছতে বিহাৰত প্ৰতিবাদৰ উকমুকনি ঘটিছিল৷

বিহাৰৰ শিক্ষাৰ্থী আৰু চাকৰি প্ৰত্যাশীসকলে ৰে’লৱে বিভাগৰ উক্ত ফলাফলৰ জাননী বিৰোধিতাৰে ৰাজ্যখনৰ প্ৰায়বোৰ প্ৰধান চহৰতে প্ৰতিবাদ আৰম্ভ কৰে৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি উক্ত নিযুক্তিত চৰম অনিয়ম সংঘটিত হৈছে৷ আৰু এই অনিয়মৰ বিৰুদ্ধে বিহাৰৰ শিক্ষাৰ্থী আৰু চাকৰি প্ৰত্যাশীসকলে মাৰ বান্ধি প্ৰতিবাদত অংশগ্ৰহণ কৰিছে৷

গয়াৰ লগতে ৰাজ্যখনৰ পাটনা, নাৱাদা, মুজফৰপুৰ, সীতামাৰ্হী, বক্সাৰ, ভোজপুৰ আদি জিলাটো শিক্ষাৰ্থী আৰু চাকৰি প্ৰত্যাশীসকলে প্ৰতিবাদ সাৱস্ত্য কৰি আহিছে৷

সোমবাৰৰ পৰা ৰাজ্যখনৰ বিভিন্ন চহৰৰ ৰে’লৱে ষ্টেশ্যনত আৰম্ভ হোৱা এই প্ৰতিবাদে ঠাইয়ে ঠাইয়ে বিক্ষিপ্তৰূপত হিংসাত্মক হৈ পৰাৰো বাতৰি আহিছে৷ ইফালে বুধবাৰে জাহানবাদত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূতিটো প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰিছে৷

আনহাতে যোৱা সোমবাৰে পাটনাত কেবাগৰাকী প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰো বাতৰি প্ৰকাশ পাইছিল৷ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা কাৰ্যই প্ৰতিবাদকাৰীসকলক অধিক ক্ষুব্ধ কৰি তোলা পৰিলক্ষিত হৈছে৷ যাৰ ফলত প্ৰতিবাদে ক্ৰমশঃ হিংসাত্মক ৰূপ ধাৰণ কৰিছে৷

ইফালে বিহাৰৰ প্ৰতিবাদী শিক্ষাৰ্থী আৰু চাকৰি প্ৰত্যাশীসকলৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন আগবঢ়াইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ নিজৰ টুইটাৰ হেণ্ডেলত টুইট কৰি ৰাহুল গান্ধীয়ে প্ৰতিবাদকাৰীসকলক সমৰ্থন কৰি কয় যে অধিকাৰৰ বাবে মাত মতা সকলো যুৱকেই স্বাধীন আৰু স্বতন্ত্ৰ আৰু তেওঁলোকেই দেশত যে এসময়ত গণতন্ত্ৰ আছিল সেই কথা সোঁৱৰাই দিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24biharbihar protestgaya railway station
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা
জীৱনশৈলী

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

April 15, 2026
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?
জীৱনশৈলী

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

April 15, 2026
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
জীৱনশৈলী

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

April 14, 2026
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা
জীৱনশৈলী

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

April 14, 2026
Next Post
৭৩ সংখ্যক গণতন্ত্ৰ দিৱস : সীমান্তত মিঠাই আদান প্ৰদান বিএছএফ আৰু পাক সেনাৰ

৭৩ সংখ্যক গণতন্ত্ৰ দিৱস : সীমান্তত মিঠাই আদান প্ৰদান বিএছএফ আৰু পাক সেনাৰ

অসম আৰক্ষীৰ এনকাউন্টাৰ : ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ অসম চৰকাৰ

অসম আৰক্ষীৰ এনকাউন্টাৰ : ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ অসম চৰকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.