• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ, গুৱাহাটীৰ সৈতে দিল্লীৰ তুলনা কৰি কেজৰিৱালক আক্ৰমণ

দিল্লীত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ, গুৱাহাটীৰ সৈতে দিল্লীৰ তুলনা কৰি কেজৰিৱালক আক্ৰমণ

1 year ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

26 minutes ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

56 minutes ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

1 hour ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

2 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

2 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

3 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

3 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

4 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

5 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

5 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

6 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দিল্লীত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ, গুৱাহাটীৰ সৈতে দিল্লীৰ তুলনা কৰি কেজৰিৱালক আক্ৰমণ

editor by editor
January 29, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
দিল্লীত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ, গুৱাহাটীৰ সৈতে দিল্লীৰ তুলনা কৰি কেজৰিৱালক আক্ৰমণ
0
SHARES
253
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ, গুৱাহাটীৰ সৈতে দিল্লীৰ তুলনা কৰি কেজৰিৱালক আক্ৰমণ

দেশৰ ৰাজধানী দিল্লীত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। সকলো দলেই উঠি পৰি লাগিছে নিজ নিজ দলৰ গুণানুকীৰ্তন কৰিবলৈ। অহা ৫ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হ’ব দিল্লীৰ বিধান সভা নিৰ্বাচন। নিৰ্বাচনৰ বতাহ লাগিছে অসমতো।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দিল্লীৰ দুখনকৈ সভা সম্বোধন কৰে। মুখ্যমন্ত্ৰী শৰ্মাই উত্তম নগৰ আৰু কৰোলবাগ বিধানসভা দুখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে।

এই সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই খেদ প্ৰকাশ কৰি কয় যে, – এই অঞ্চল দুটাৰ পৰা অন্য ঠাইলৈ যাতায়ত কৰাটো বিপজ্জনক। এই অঞ্চলৰ সৈতে গুৱাহাটীৰ বাট-পথৰ তুলনা কৰাটো অতি হাস্যকৰ বুলিও উল্লেখ কৰে শৰ্মাই।

দিল্লী চৰকাৰক ক্ষুৰধাৰ আক্ৰমণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰতিটো ক্ষেত্ৰতে দিল্লী চৰকাৰৰ বিফলতাৰ খতিয়ান দাঙি ধৰি কয় যে- ৰাজধানী হৈয়ো দিল্লীত অনুন্নত পথ, দূষিত বায়ু, সুৰা কেলেংকাৰী, চিকিৎসালয়ৰ দুৰ্বল আন্তঃগাঁঠনি আৰু আইন শৃংখলাৰ দুৰ্বলতাৰ কথা দাঙি ধৰে।

আনহাতে কেৱল কেজৰিৱালকেই নহয়, বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশীকো ক্ষমতাহীন লগতে কেৱল নামৰ মুখ্যমন্ত্ৰী বুলি অবিহিত কৰে। লগতে কয় যে, কেজৰিৱালে কাৰাগাৰত থকাৰ পৰাই দিল্লীত ৰিমোৰ্ট ৰাজনীতি কৰি দিল্লীৰ জনসাধাৰণক প্ৰতাৰণা কৰি আহিছে। লগতে বহু ব্যংগাত্মকভাৱেও কটাক্ষ কৰে কেজৰিৱালক।

মুখ্যমন্ত্ৰী শৰ্মাই কেজৰিৱালৰ হাৰিয়ানাৰ যমুনাৰ পানী বিষক্ৰিয়াৰ দাবীৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে আৰু এই কথাৰ ওপৰত দুখ প্ৰকাশ কৰি কয় যে, কিদৰে কোনোৱে নিজৰ জন্মস্থানক দোষাৰোপ কৰি নিজৰ বিফলতা লুকুৱাবলৈ ভিত্তিহীন অভিযোগ উত্থাপন কৰিব পাৰে।

শেষত অসমকে কৰি বিজেপিৰ শাসন থকা সকলো ৰাজ্যৰে সুশানৰ ট্ৰেক ৰেকৰ্ডৰ সন্দৰ্ভত আলোকপাত কৰি শৰ্মাই দিল্লীৰ জনসাধাৰণক বিজেপিক চৰকাৰ হিচাপে নিৰ্বাচন কৰিবলৈ আহ্বান জনায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam cmDelhi Assembly ElectionDelhi CMDelhi Election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?
বিবিধ

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

March 17, 2026
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম
বাণিজ্য

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

March 17, 2026
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত
জীৱনশৈলী

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

March 17, 2026
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান
বিশ্ব

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

March 17, 2026
Next Post
বিৰাট কোহলীৰ বায়’পিক – বিৰাটে নিজেই কৰিব নে চাঞ্চ পাব কোনো অন্যই

বিৰাট কোহলীৰ বায়’পিক - বিৰাটে নিজেই কৰিব নে চাঞ্চ পাব কোনো অন্যই

কাইলৈ গজকেশৰী যোগত ধনিষ্ঠ নক্ষত্ৰ, নাৰায়ণৰ আশীৰ্বাদত জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য

কাইলৈ গজকেশৰী যোগত ধনিষ্ঠ নক্ষত্ৰ, নাৰায়ণৰ আশীৰ্বাদত জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.