• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাই খোৱাপানী, বানত ডুবিছে ৰাজধানী দিল্লী, কিয় জলসংকট তীব্ৰতৰ হৈছে ৰাজধানী দিল্লীত?

নাই খোৱাপানী, বানত ডুবিছে ৰাজধানী দিল্লী, কিয় জলসংকট তীব্ৰতৰ হৈছে ৰাজধানী দিল্লীত?

3 years ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

30 minutes ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

1 hour ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

10 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

10 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

11 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

12 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

13 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

13 hours ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

13 hours ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

14 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

15 hours ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নাই খোৱাপানী, বানত ডুবিছে ৰাজধানী দিল্লী, কিয় জলসংকট তীব্ৰতৰ হৈছে ৰাজধানী দিল্লীত?

editor by editor
July 13, 2023
in ভাৰত
0
নাই খোৱাপানী, বানত ডুবিছে ৰাজধানী দিল্লী, কিয় জলসংকট তীব্ৰতৰ হৈছে ৰাজধানী দিল্লীত?
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বানত বুৰিছে ৰাজধানী দিল্লী। দিল্লীৰ চৌদিশে কেৱল পানী আৰু পানী। বানৰ সংহাৰীৰূপৰ মাজতেই ৰাজধানী দিল্লীৰ জনতাৰ মাজত দেখা দিছে তীব্ৰ জলসংকটে। যমুনাৰ পানীয়ে প্লাবিত কৰিছে বহু এলেকা। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনলৈকো সোমাইছে পানী। বানৰ সংহাৰীৰূপে চিন্তিত কৰি তুলিছে দিল্লীৰ জনতাক। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰা ঘোষণা অনুসৰি দিল্লীৰ কেইবাটাও এলেকাত এতিয়া তীব্ৰ জলসংকটে দেখা দিছে।

যমুনা নৈৰ পানীয়ে ওয়াজিৰাবাদ, চন্দ্ৰৱাল আৰু ওখলা পানী পৰিশোধন প্ৰকল্পও বুৰাই পেলাইছে। যাৰবাবে পানী পৰিশোধন কৰিব কৰিব পৰা নাই। যাৰাবাবে দিল্লীত তীব্ৰ জলসংকটৰ আশংকা কৰিছে দিল্লী চৰকাৰে।

আজিও বিপদসীমাৰ ওপৰেৰে বৈ আছে যমুনা। বৃহস্পতিবাৰে যমুনাৰ জলস্তৰ ২০৮.৪৮ মিটাৰলৈ বৃদ্ধি পাইছে। বহু এলেকা প্লাবিত হোৱাৰো আশংকা ব্যক্ত কৰিছে কেজৰিৱাল চৰকাৰে। আৱেলিৰ ভাগলৈ জলস্তৰ আৰু বৃদ্ধি পাব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰা হৈছে। বুধবাৰৰ পৰাই দিল্লীৰ চহৰত পানী সোমাবলৈ আৰম্ভ কৰিছে। দিল্লীৰ ঠায়ে ঠায়ে অস্থায়ী বান্ধো বান্ধিছে দিল্লী চৰকাৰে।

উল্লেখ্য যে হাৰিয়ানাৰ হাতিকুণ্ড বান্ধৰ পানী এৰি দিয়াৰ ফলতেই বৃদ্ধি পাইছে যমুনাৰ জলস্তৰ। কেজৰিৱাল চৰকাৰে কেন্দ্ৰক দাবী কৰিছিল যে দিল্লীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যাতে আৰু বান্ধৰ পানী এৰি নিদিয়ে। কিন্তু কেন্দ্ৰই কেজৰিৱালৰ কথাক আওকান কৰি পানী এৰি দিয়াৰ ফলতেই ডুব গৈছে ৰাজধানী দিল্লী বুলি জনাইছে কেজৰিৱাল চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

March 29, 2026
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

March 29, 2026
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

March 29, 2026
Next Post
দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সলৈ মোদী! বিশেষ ডিনাৰত প্ৰধানমন্ত্ৰীৰ সৈতে ভাগ ল’ব অসম কন্যা প্ৰিয়ংকা দাস ৰাজকাকতিয়ে

দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সলৈ মোদী! বিশেষ ডিনাৰত প্ৰধানমন্ত্ৰীৰ সৈতে ভাগ ল’ব অসম কন্যা প্ৰিয়ংকা দাস ৰাজকাকতিয়ে

শাওন মাহ এইকেইটা ৰাশিৰ বাবে বিশেষ হ’ব! শিৱ আৰু শনিৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

শাওন মাহ এইকেইটা ৰাশিৰ বাবে বিশেষ হ’ব! শিৱ আৰু শনিৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.