• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওন মাহ এইকেইটা ৰাশিৰ বাবে বিশেষ হ’ব! শিৱ আৰু শনিৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

শাওন মাহ এইকেইটা ৰাশিৰ বাবে বিশেষ হ’ব! শিৱ আৰু শনিৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

3 years ago
SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

1 hour ago
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

2 hours ago
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

3 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

3 hours ago
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

14 hours ago
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

15 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

15 hours ago
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

15 hours ago
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

16 hours ago
হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

16 hours ago
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

17 hours ago
AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওন মাহ এইকেইটা ৰাশিৰ বাবে বিশেষ হ’ব! শিৱ আৰু শনিৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

editor by editor
July 13, 2023
in জীৱনশৈলী, বিবিধ
0
শাওন মাহ এইকেইটা ৰাশিৰ বাবে বিশেষ হ’ব! শিৱ আৰু শনিৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে
0
SHARES
16.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰতি মাহত এটা দিনত বিশেষভাৱে শিৱক উপাসনা কৰে শিৱভক্তই। আহাৰ মাহত শিৱক উপাসনা কৰাৰ বিশেষ দিন পৰিছে ১৫ জুলাইত। হিন্দু পঞ্জিকা অনুসৰি শাওন মাহ এইবাৰ দুমহীয়া। স্বাভাৱিকভাৱেই এই মাহত পৰা বিশেষ দিনটোক বিশেষভাৱে উদযাপন কৰা হ’ব। এইবাৰ শিৱক উপাসনা কৰা দিনটোত অকত্যন্চ শুভ যোগ পৰিছে বুলি জনাইছে জ্যোতিষীয়ে। এই বিশেষ দিনটোতেই প্ৰদোষ ব্ৰতো পালন কৰা হ’ব। সেইদিনাই সূৰ্যই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। সেয়া অত্যন্ত শুভ সংযোগ। এই শুভ সংযোগত কোন কোন ৰাশি বিশেষভাৱে লাভৱান হ’ব?

সিংহ ৰাশি
শাওন মাহ সিংহ ৰাশিৰ জাতকসকলৰ বাবে অত্যন্ত শুভ। শিৱৰ আশীৰ্বাদত কোনো কাম আৰম্ভ কৰিলে ভাল হ’ব। ধন লাভৰ যোগ। আৰ্থিক পৰিস্থিতি উন্নত হ’ব। ব্যৱসায় সম্প্ৰসাৰণ কৰিলে ভাল ফল পাব।

কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকসকলৰ ওপৰতো শিৱৰ বিশেষ আশীৰ্বাদ আছে। এই ৰাশিৰ জাতকসকলৰ চাকৰিত পদোন্নতি বা দৰমহা বৃদ্ধিও হ’ব পাৰে। পৰিয়ালত নতুন সদস্যৰ আগমন ঘটিব। এই ৰাশিৰ জাতকসকলে সন্তান সুখ লাভ কৰিব পাৰে। চাকৰিয়ালসকলে সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব। পৰিয়ালৰ লোকৰ পৰাও সাহায্য লাভ কৰিব। দাম্পত্য জীৱনত আনন্দ বাঢ়িব। দাম্পত্য জীৱনত আনন্দ বাঢ়িব। পাৰিবাৰিক সম্পৰ্ক উন্নত হ’ব।

ধনু ৰাশি
শিৱৰ আশীৰ্বাদত নিজৰ পছন্দৰ জীৱনসংগী পাব এই ৰাশিৰ জাতকে। প্ৰেমত সফল হ’ব। এই ৰাশিৰ জাতকসকলে ব্যৱসায়ত কোনো ডাঙৰ সিদ্ধান্ত ল’লে সফল হ’ব। সমাজতো মান সন্মান বৃদ্ধি পাব।

মকৰ ৰাশি
শাওন মাহত মকৰ ৰাশিৰ জাতকসকলে সু-সংবাদ লাভ কৰিব। এই ৰাশিৰ চাকৰীয়ালসকলে কেৰিয়াৰ আগুৱাই নিয়াৰ সুযোগ পাব। সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। এই ৰাশিৰ জাতকসকলে ভাল শিক্ষা প্ৰতিষ্ঠানত পঢ়াৰ সুযোগো লাভ কৰিব। বন্ধু আৰু আত্মীয়ৰ পৰা বিশেষ সংবাদ লাভ কৰিব। পাৰিবাৰিক জীৱনত আনন্দ থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে উপভোগ্য সময় কটাব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!
বাণিজ্য

SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

April 21, 2026
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!
ভাৰত

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 21, 2026
হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক
জীৱনশৈলী

হনুমান চালিছা কেতিয়া পাঠ কৰিব? হনুমান পূজাৰ সঠিক নিয়ম জানক

April 21, 2026
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!
জীৱনশৈলী

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

April 21, 2026
Next Post
সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল! গৱেষণাই কি কয়?

সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল! গৱেষণাই কি কয়?

১৭৮ কোটিৰ বিমান, ৪৮কোটিৰ হেলিকপ্টাৰ! কল্যাণ জুৱেলাৰ্ছৰ মালিক কোন জানেনে?

১৭৮ কোটিৰ বিমান, ৪৮কোটিৰ হেলিকপ্টাৰ! কল্যাণ জুৱেলাৰ্ছৰ মালিক কোন জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.