• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশা শুই থাকোতেই খহি পৰে চাৰি মহলীয়া অট্টালিকা, বহু সমাধিস্থ, ৪ নিথৰ দেহ উদ্ধাৰ

নিশা শুই থাকোতেই খহি পৰে চাৰি মহলীয়া অট্টালিকা, বহু সমাধিস্থ, ৪ নিথৰ দেহ উদ্ধাৰ

12 months ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

11 minutes ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

56 minutes ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

1 hour ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

2 hours ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

2 hours ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

2 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

3 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

3 hours ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

4 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

4 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

4 hours ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নিশা শুই থাকোতেই খহি পৰে চাৰি মহলীয়া অট্টালিকা, বহু সমাধিস্থ, ৪ নিথৰ দেহ উদ্ধাৰ

editor by editor
April 19, 2025
in বিবিধ, ভাৰত
0
নিশা শুই থাকোতেই খহি পৰে চাৰি মহলীয়া অট্টালিকা, বহু সমাধিস্থ, ৪ নিথৰ দেহ উদ্ধাৰ
0
SHARES
806
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিশা শুই থাকোতেই খহি পৰে চাৰি মহলীয়া অট্টালিকা, বহু সমাধিস্থ, ৪ নিথৰ দেহ উদ্ধাৰ

মাজ নিশা এক অতিকে শোকাৱহ ঘটনাই কঁপাই যায় ৰাজধানী দিল্লী। দিল্লীৰ মুস্তাফাবাদত এটা চাৰি মহলীয়া অট্টালিকা ভাঙি সমাধিস্থ বহু লোক। এতিয়ালৈকে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে ১৪ গৰাকী, ইয়াৰে ভিতৰত ৪ গৰাকী নিহত, আন ১০গৰাকীৰ অৱস্থা সংকটজনক।

দিল্লীৰ মুস্তাফাবাদ অঞ্চলত মাজনিশা প্ৰায় ২.৫০ মান বজাত অগ্নিনিৰ্বাপক বাহিনীয়ে লাভ কৰে মুস্তাফাবাদত এটা চাৰি মহলীয়া অট্টালিকা খহি পৰাৰ কথা। লগে লগে ঘটনাস্থলীত উপস্থিত হয় দলটো। উদ্ধাৰকাৰী দলে লগে লগে আৰম্ভ কৰে উদ্ধাৰ অভিযান।

গভীৰ টোপনিত থকা অৱস্থাতে এই ঘটনা সংঘটিত হোৱাৰ ফলত অট্টলিকাটোত থকা কোনো লোকেই নিজকে ৰক্ষা কৰিব নোৱাৰে। উদ্ধাৰকাৰী দলে বৰ্তমানলৈ ৪ জন লোকৰ নিথৰ দেহ উদ্ধাৰ কৰিছে। আনহাতে ৩০ৰো অধিক লোক এতিয়াও আবদ্ধ হৈ থকাৰ আশংকা।

https://x.com/ANI/status/1913409660956381447

তথ্য লাভ কৰি এনডিআৰএফ আৰু আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে। অট্টালিকাটো কেনেকৈ ভাঙি পৰিল সেই সন্দৰ্ভত এতিয়াও কোনো স্পষ্ট তথ্য লাভ কৰা হোৱা নাই।

সন্দেহ কৰা অনুসৰি, শুকুৰবাৰে ধাৰাসাৰ বৰষুণৰ দি থকাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। আনহাতে এতিয়া অব্যাহত আছে উদ্ধাৰ অভিযান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Building Collapse. DelhiDelhi Building Collapse
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?
খাদ্য

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

March 31, 2026
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ
জীৱনশৈলী

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

March 31, 2026
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ
জীৱনশৈলী

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

March 31, 2026
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?
বাণিজ্য

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

March 31, 2026
Next Post
বিশ্ববাসীয়ে নিমখেৰে খাদ্য তৈয়াৰ কৰি থকাৰ সময়তে চীনে নিমখেৰে নিৰ্মাণ কৰিলে পাৰমানৱিক

বিশ্ববাসীয়ে নিমখেৰে খাদ্য তৈয়াৰ কৰি থকাৰ সময়তে চীনে নিমখেৰে নিৰ্মাণ কৰিলে পাৰমানৱিক

স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ জীৱনৰ শংকা- বাবা ভাংগাৰ বিশেষ ভৱিষ্যদ্বাণী

স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ জীৱনৰ শংকা- বাবা ভাংগাৰ বিশেষ ভৱিষ্যদ্বাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.