• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৌতূহল শেষ হ’ব, মোদীয়ে সঁচাকৈয়ে ডিগ্ৰী লৈছিলনে? আদালতক নথি দেখুৱাবলৈ সাজু দিল্লী বিশ্ববিদ্যালয়

কৌতূহল শেষ হ’ব, মোদীয়ে সঁচাকৈয়ে ডিগ্ৰী লৈছিলনে? আদালতক নথি দেখুৱাবলৈ সাজু দিল্লী বিশ্ববিদ্যালয়

1 year ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

6 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

7 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

7 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

8 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

8 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

8 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

9 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

9 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

10 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

10 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

11 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৌতূহল শেষ হ’ব, মোদীয়ে সঁচাকৈয়ে ডিগ্ৰী লৈছিলনে? আদালতক নথি দেখুৱাবলৈ সাজু দিল্লী বিশ্ববিদ্যালয়

কৌতূহল শেষ হ’ব, মোদীয়ে সঁচাকৈয়ে ডিগ্ৰী লৈছিলনে? আদালতক নথি দেখুৱাবলৈ সাজু দিল্লী বিশ্ববিদ্যালয়

editor by editor
February 27, 2025
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা, শিক্ষা
0
কৌতূহল শেষ হ’ব, মোদীয়ে সঁচাকৈয়ে ডিগ্ৰী লৈছিলনে? আদালতক নথি দেখুৱাবলৈ সাজু দিল্লী বিশ্ববিদ্যালয়
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰি বিতৰ্কত আদালতৰ ওচৰত পঢ়ুৱৈৰ নথি দেখুৱাবলৈ ৰাজি হৈছে দিল্লী বিশ্ববিদ্যালয়৷ বৃহস্পতিবাৰে দিল্লী হাইকৰ্টে জনাইছে যে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা অধিবক্তা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই৷ তথ্য জনাৰ অধিকাৰ আইনৰ এক আবেদনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় তথ্য কমিছনৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হয় বিশ্ববিদ্যালয় ডিগ্ৰি সংক্ৰান্তিয় তথ্য প্ৰকাশ্যে অনাৰ বাবে৷ মেহতাই আদালতক জনায় যে কেন্দ্ৰীয় তথ্য কমিছনৰ সেই নিৰ্দেশ বাতিল কৰা উচিত৷ বৃহস্পতিবাৰে শুনানিৰ শেষত ৰায়দান স্থগিত ৰাখিছে দিল্লী হাইকৰ্টৰ বিচাৰপতি শচীন দত্তই৷

মোদীৰ ডিগ্ৰী বিতৰ্কক কেন্দ্ৰ কৰি এই গোচৰ দীৰ্ঘ দিন ধৰি চলিছিল হাইকৰ্টত৷ নীৰজ কুমাৰ নামৰ এগৰাকী আৰ টি আই কৰ্মীয়ে প্ৰথমে দিল্লী বিশ্ববিদ্যালয়ৰ ওচৰত এই তথ্য বিচাৰি আবেদন জনাইছিল৷ ১৯৭৮ চনত স্নাতক স্তৰৰ সকলো পঢ়ুৱৈৰ নাম৷ কোনে কোনে পাছ কৰিছিল কোনে কোনে ফেইল কৰিছিল সেয়াও জানিব খুজিছিল আৰ টি আই কৰ্মীয়ে৷ তেতিয়া বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জনোৱা হয় যে তৃতীয় পক্ষক এনেকৈ তথ্য দিয়া নহ’ব৷ ঘটনাচক্ৰত সেই বছৰতেই স্নাতক হৈছিল মোদীও৷

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আপত্তি জনাই কেন্দ্ৰীয় তথ্য কমিছনৰ ওচৰত আবেদন জনায় নীৰজে৷ তেওঁৰ আবেদনৰ ভিত্তিতেই কমিছনে সেই তথ্য প্ৰকাশ্যে অনাৰ নিৰ্দেশ দিয়ে৷ পাছত সেই নিৰ্দেশৰ বিৰুদ্ধে দিল্লী হাইকৰ্টৰ দ্বাৰস্থ হয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ৷ ২০১৭ চনৰ জানুৱাৰীত গোচৰৰ প্ৰথম শুনানিতেই কমিছনৰ নিৰ্দেশৰ ওপৰত স্থগিতাদেশ জাৰি কৰে আদালতে৷

বৃহস্পতিবাৰে মেহতাই জনায় যে আদালতৰ ওচৰত তথ্য দেখুওৱাত আপত্তি নাই দিল্লী বিশ্ববিদ্যালয়ৰ৷ সংবাদ সংস্থা পিটিআই অনুসৰি ১৯৭৮ চনত কলা বিভাগৰ এটা ডিগ্ৰীৰ কথাও উল্লেখ কৰে ছলিছিটৰ জেনেৰেলগৰাকীয়ে৷

ইয়াৰ পূৰ্বে বিগত মাহৰ শুনানিত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা মেহতাই জনাইছিল যে কেৱল কৌতূহল দূৰ কৰাটোৱেই তথ্য জনাৰ অধিকাৰ আইনৰ লক্ষ্য নহয়৷ তেওঁৰ বক্তব্য আছিল, আৰ টি আইৰ আইনৰ ধাৰা অনুসৰি তথ্য জনোৱাই এই আইনৰ উদ্দেশ্য৷ কিন্তু কাৰোবাৰ ব্যক্তিগত কৌতূহল নিবৃত্তি এই আইনৰ উদ্দেশ্য নহয় বুলিও জনাইছে মেহতাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল
জীৱনশৈলী

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

April 6, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

April 6, 2026
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?
জীৱনশৈলী

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

April 6, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
Next Post
মে মাহত খুলিব কেদাৰনাথৰ দুৱাৰ, যোৱাৰ পূৰ্বেই কৰক এই কাম অন্যথা যাব নোৱাৰিব কেদাৰনাথ ধামত

মে মাহত খুলিব কেদাৰনাথৰ দুৱাৰ, যোৱাৰ পূৰ্বেই কৰক এই কাম অন্যথা যাব নোৱাৰিব কেদাৰনাথ ধামত

কইনাৰ সলনি কইনাৰ বান্ধৱীৰ ডিঙিত বৰমালা পিন্ধালে মাতাল দৰাই, তাৰপিছত কি ঘটিল, সবিশেষ এই লিংকত চাওক

কইনাৰ সলনি কইনাৰ বান্ধৱীৰ ডিঙিত বৰমালা পিন্ধালে মাতাল দৰাই, তাৰপিছত কি ঘটিল, সবিশেষ এই লিংকত চাওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.