• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৪ৰাশি সকলোতকৈ প্ৰিয় দেৱী সৰস্বতীৰ, বিদ্যা বুদ্ধিৰে শীৰ্ষত উপনীত হয় এওঁলোক

এই ৪ৰাশি সকলোতকৈ প্ৰিয় দেৱী সৰস্বতীৰ, বিদ্যা বুদ্ধিৰে শীৰ্ষত উপনীত হয় এওঁলোক

2 years ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

37 minutes ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

49 minutes ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

1 hour ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

1 hour ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

2 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

2 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

3 hours ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

4 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

5 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

6 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

7 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৪ৰাশি সকলোতকৈ প্ৰিয় দেৱী সৰস্বতীৰ, বিদ্যা বুদ্ধিৰে শীৰ্ষত উপনীত হয় এওঁলোক

এই ৪ৰাশি সকলোতকৈ প্ৰিয় দেৱী সৰস্বতীৰ, বিদ্যা বুদ্ধিৰে শীৰ্ষত উপনীত হয় এওঁলোক

editor by editor
February 3, 2025
in জীৱনশৈলী
0
এই ৪ৰাশি সকলোতকৈ প্ৰিয় দেৱী সৰস্বতীৰ, বিদ্যা বুদ্ধিৰে শীৰ্ষত উপনীত হয় এওঁলোক
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ সৰস্বতী পূজা কোনোৱে কৰিছে ২ ফেব্ৰুৱাৰী দেওবাৰে৷ কিছু কিছু লোকে আকৌ আজিৰ দিনটোত অৰ্থাৎ ৩ ফেব্ৰুৱাৰীত পালন কৰিছে সৰস্বতী পূজা৷ দেওবাৰে বিয়লী ১২ বাজি ৩৪ মিনিটত পঞ্চমী পৰিছে৷ পঞ্চমী শেষ হৈছে সোমবাৰে পুৱা ৯বাজি ৫৯মিনিটত৷ জ্ঞান, বুদ্ধি, বিদ্যা আৰু শিল্পকলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ কৃপাত জাতকে শিক্ষা আৰু শিল্পত বিশেষ উন্নতি কৰিব পাৰে৷ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষা আৰু শিল্পৰ সৈতে যুক্ত ব্যক্তিয়ে সৰস্বতীৰ কৃপা লাভ কৰাৰ চেষ্টা কৰে৷ সৰস্বতী পুজাৰ ক্ষণতেই জানি থওক কোন কোন ৰাশিৰ জাতক সৰস্বতীৰ প্ৰিয়?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ ওপৰত বিশেষ কৃপা থাকে দেৱী সৰস্বতীৰ৷ বাগদেবীৰ আশীৰ্বাদৰ সৈতে নিজৰ পৰিশ্ৰম আৰু ইচ্ছাশক্তিৰ জোৰত জ্ঞান বুদ্ধিত অন্যসকলক হৰুৱাই সহজেই আগুৱাই যায় মেষ ৰাশিৰ জাতক৷ মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ নিজৰ খং আৰু কথাত নিয়ন্ত্ৰণ ৰাখিলে জীৱনত বহু উন্নতি কৰিব পাৰে এই ৰাশিৰ জাতকে৷

বৃষ ৰাশি

বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ৷ লক্ষ্মীৰ ওপৰিও এই ৰাশিৰ জাতক মা সৰস্বতীৰো প্ৰিয় হয়৷ এওঁলোক অত্যন্ত পৰিশ্ৰমী আৰু এবাৰ যি কৰিব বুলি ঠিক কৰে সেয়া কৰিবই পাৰে৷ সৰস্বতীৰ কৃপাত এওঁলোকে শিক্ষা আৰু বুদ্ধি অন্যতকৈ বেছি হয়৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ৷ মা সৰস্বতীৰ এই ৰাশিৰ জাতকৰ ওপৰত বিশেষ কৃপা থাকে৷ সেয়ে সৰস্বতীৰ আশীৰ্বাদ সহজেই লাভ কৰে এওঁলোকে৷ শিক্ষা আৰু শিল্পক্ষেত্ৰত নিজৰ চাপ ৰাখিব পাৰে এই ৰাশিৰ জাতকে৷

মিথুন ৰাশি

মা সৰস্বতীৰ কৃপাদৃষ্টি পাই ধন্য হ’ব মিথুন ৰাশিৰ জাতক৷ এই ৰাশিৰ অধিপতি গ্ৰহ বুধ৷ জ্ঞান, বুদ্ধি, শিক্ষা আৰু শিল্পত সকলো সময়তে বৃহৎ সাফল্য অৰ্জন কৰিব পাৰে এওঁলোকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক
জীৱনশৈলী

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

September 29, 2026
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!
জীৱনশৈলী

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

September 29, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

September 29, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 29, 2026
Next Post
স্বামীৰ কিডনি বিক্ৰি কৰি পোৱা ১০ লাখ ধন লৈ পত্নী পলাল প্ৰেমিকৰ সৈতে, কি কৈছে কিডনি আৰু পত্নী হেৰুওৱা যুৱকে?

স্বামীৰ কিডনি বিক্ৰি কৰি পোৱা ১০ লাখ ধন লৈ পত্নী পলাল প্ৰেমিকৰ সৈতে, কি কৈছে কিডনি আৰু পত্নী হেৰুওৱা যুৱকে?

ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মত বিষ্ণুৰ ভূমিকা কি?

ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মত বিষ্ণুৰ ভূমিকা কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.