ক’লা বেহাৰ ভূস্বর্গ ধুবুৰী। ধুবুৰীত বৃহৎ বৃহৎ ছিণ্ডিকেট। শিল, বালি, কয়লা, চুপাৰি, ব্ৰয়লাৰ, গৰুৰ ছিণ্ডিকেট। ধুবুৰীত ছিণ্ডিকেটৰ অন্যতম কেন্দ্ৰ ছাগলীয়া গে’ট। ছিণ্ডিকেটৰ কেন্দ্ৰ সোণাহাট আন্তর্জাতিক বাণিজ্য কেন্দ্ৰ। ধুবুৰীত কোনে কেনেদৰে চলাইছে ছিণ্ডিকেট? কি ব্যৱস্থা গ্ৰহণ হ’ব দুর্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে? কি ব্যৱস্থা লোৱা হ’ব গুণ্ডাকৰ সংগ্ৰহকাৰীৰ বিৰুদ্ধে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















