• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহৰ প্ৰতিশ্ৰুতি দি পৰিচাৰিকাৰ সৈতে সহবাসৰ অভিযোগ, গ্ৰেপ্তাৰ ধুৰন্ধৰৰ অভিনেতা

বিবাহৰ প্ৰতিশ্ৰুতি দি পৰিচাৰিকাৰ সৈতে সহবাসৰ অভিযোগ, গ্ৰেপ্তাৰ ধুৰন্ধৰৰ অভিনেতা

7 months ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

1 hour ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

2 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

2 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

2 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

3 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

3 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

4 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

4 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

6 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

7 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

7 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহৰ প্ৰতিশ্ৰুতি দি পৰিচাৰিকাৰ সৈতে সহবাসৰ অভিযোগ, গ্ৰেপ্তাৰ ধুৰন্ধৰৰ অভিনেতা

বিবাহৰ প্ৰতিশ্ৰুতি দি পৰিচাৰিকাৰ সৈতে সহবাসৰ অভিযোগ, গ্ৰেপ্তাৰ ধুৰন্ধৰৰ অভিনেতা

editor by editor
January 26, 2026
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, লেখা
0
বিবাহৰ প্ৰতিশ্ৰুতি দি পৰিচাৰিকাৰ সৈতে সহবাসৰ অভিযোগ, গ্ৰেপ্তাৰ ধুৰন্ধৰৰ অভিনেতা
0
SHARES
980
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘ধুৰন্ধৰ’ ছবিখন যদি চাইছে তেন্তে ৰহমান মতা তথা অক্ষয় খান্নাৰ ৰান্ধনিৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনক সকলোৱে জানে৷ চিনেমাত তেওঁক দীৰ্ঘদিন পুৰণি মালিকৰ সৈতে বিশ্বাসঘাতকতা কৰাৰ বাবে মাৰ খাইছিল ৰণবীৰ সিঙৰ হাতত৷ এইবাৰ বাস্তৱতো সেই অভিনেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে৷ বিবাহৰ প্ৰতিশ্ৰুতি দি বিগত ১০ বছৰ ধৰি ঘৰৰ পৰিচাৰিকাক লেথাৰিকৈ ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে৷ মুম্বাই আৰক্ষীয়ে অভিযোগ লাভ কৰাৰ পাছতেই তেওঁক গ্ৰেপ্তাৰ কৰিছে৷

৪১ বছৰীয়া সেই মহিলাৰ অভিযোগ অনুসৰি নাদিম খানক ২২ জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছে৷ বৰ্তমানলৈ আৰক্ষীৰ জিম্মাতেই আছে৷ নাদিমক সম্প্ৰতি ধুৰন্ধৰ ছবিতো দেখা গৈছে৷ সেই মহিলাৰ অভিযোগ অনুসৰি তেওঁ একাধিক অভিনেতাৰ ঘৰত পৰিচাৰিকাৰ কাম কৰি আহিছে আৰু কেইবা বছৰ পূৰ্বে নাদিমৰ তেওঁৰ সৈতে পৰিচয় হয়৷ তাৰপিছতেই দুয়োৰে মাজত সম্পৰ্ক গঢ়ি উঠে৷ মহিলাৰ অভিযোগ, নাদিম খানে তেওঁক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি দিয়েই নাদিম খানে তেওঁক একাধিকবাৰ ধৰ্ষণ কৰিছে৷ কেতিয়াবা পৰিচাৰিকাৰ ঘৰ মালৱানিত আৰু কেতিয়াবা অভিনেতাৰ ভাৰ্ছোভাত থকা ঘৰত ধৰ্ষণ চলাইছিল৷ বিগত ১০ বছৰে তেওঁক ধৰ্ষণ কৰি অহাৰো অভিযোগ দিছে পৰিচাৰিকাই৷

শেহতীয়াভাৱে মহিলাক বিয়া কৰোৱাত অস্বীকাৰ কৰে তেওঁ৷ ইয়াৰপাছতেই মহিলাগৰাকীয়ে ভাৰ্ছোভা আৰক্ষী থানালৈ গৈ অভিযোগ দাখিল কৰে৷ যিহেতু প্ৰথমবাৰ এই অপৰাধ মালোৱানি এলেকাত পৰিচাৰিকাৰ ঘৰত হৈছে সেয়ে ভাৰ্ছোভা আৰক্ষীয়ে সেয়া স্থানান্তৰ কৰে মালৱানি থানাত৷ ভয় দেখুৱাই জোৰ কৰি সহবাসৰো অভিযোগ উঠিছে নাদিমৰ বিৰুদ্ধে৷ ইতিমধ্যেই ঘটনাৰ তদন্ত আৰম্ভ হৈছে৷ প্ৰশাসনে কৈছে যে অভিনেতাৰ বিৰুদ্ধে এই ধৰণৰ কোনো অভিযোগ পূৰ্বে দাখিল হোৱা নাছিল৷ এইবাৰেই প্ৰথমবাৰৰ বাবে এই অভিযোগ উত্থাপিত হৈছে অভিনেতাৰ বিৰুদ্ধে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
Next Post
ফেব্ৰুৱাৰীত এই ৫ৰাশিৰ হাতলৈ আহিব ধন, বক্ৰী হ’ব বুধ

ফেব্ৰুৱাৰীত এই ৫ৰাশিৰ হাতলৈ আহিব ধন, বক্ৰী হ’ব বুধ

পোষ্ট অফিচৰ FDত ২৫০০০ টকা ১ বছৰৰ বাবে থৈছে? কিমান টকা ৰিটাৰ্ণ পাব আপুনি?

পোষ্ট অফিচৰ FDত ২৫০০০ টকা ১ বছৰৰ বাবে থৈছে? কিমান টকা ৰিটাৰ্ণ পাব আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.