• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডায়েবেটিচ ৰোগীয়ে ৰোজা ৰাখিব পাৰে নে, কি কয় চিকিৎসকে

ডায়েবেটিচ ৰোগীয়ে ৰোজা ৰাখিব পাৰে নে, কি কয় চিকিৎসকে

2 years ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

19 minutes ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

1 hour ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

2 hours ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

3 hours ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

4 hours ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

5 hours ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

5 hours ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

6 hours ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

7 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

8 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

16 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

ডায়েবেটিচ ৰোগীয়ে ৰোজা ৰাখিব পাৰে নে, কি কয় চিকিৎসকে

editor by editor
March 24, 2024
in খাদ্য, জীৱনশৈলী
0
ডায়েবেটিচ ৰোগীয়ে ৰোজা ৰাখিব পাৰে নে, কি কয় চিকিৎসকে
0
SHARES
54
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডায়েবেটিচ ৰোগীয়ে ৰোজা ৰাখিব পাৰে নে, কি কয় চিকিৎসকে

বিশ্বজুৰি মুছলমান লোকসকলে বৰ্তমানে পবিত্ৰ ৰমজান মাহৰ ৰোজা ৰাখি আছে। ই হৈছে ইছলাম ধৰ্মী লোকৰ ধৰ্মৰ এক পবিত্ৰ কাম। কোৱা হয় এই ৰমজানৰ গোটেই মাহটো ৰোজা ৰাখিব পাৰিলে তাৰ সমান ধৰ্ম নাই।

যাৰ বাবে গৰ্ভৱতী মহিলা, বয়োবৃদ্ধ লোক, বিভিন্ন ৰোগী লগতে ডায়েবেটিচ থকা লোককো এই পবিত্ৰ মাহটোৰ ৰোজা ৰখা থকা দেখা যায়। পাছে কিমান সুৰক্ষিত এজন ডায়েবেটিছ ৰোগীৰ বাবে ৰোজা ৰখা।

ডায়েবেটিছ ৰোগ থকা সকলে ৰোজা ৰখাটো কোনো এক সময়ত বিপজ্জনক হ’ব পাৰে। আহাৰৰ সময়সূচী সলনি হলে হাইপোগ্লাইচেমিয়া (নিম্ন চেনি) আৰু হাইপাৰগ্লাইচেমিয়া (উচ্চ চেনি) দুয়োটাৰে বিপদশংকা বৃদ্ধি পায়। পাছে ৰোজা ৰাখিলেও ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি।

অধিক আহযুক্ত আহাৰ গ্ৰহণ, শ্বেতসাৰ যুক্ত খাদ্য, পৰ্যাপ্ত পানী সেৱনেৰে নিজকে সুস্থ ৰাখিব পাৰে। চেহেৰীৰ সময়ত ওটছ, ব্ৰাউন ৰাইচ, দাইল বীন আদি গ্ৰহন কৰিব পাৰে। যিয়ে এগৰাকী ডায়েবেটিছ ৰোগীক দিনটোৰ বাবে শক্তি প্ৰদান কৰিব।

পানীয়ে হৈছে এগৰাকী ডায়েবেটিছ ৰোগীৰ প্ৰধান খাদ্য।  অন্য খাদ্যৰ সৈতে চেনিমুক্ত পানীয় খাইয়ো এই মাহটো নিজকে সুস্থ ৰাখিব পাৰে এগৰাকী ডায়েবেটিচ থকা লোকে। গাখীৰ, দৈ, লাচ্চী আদি ইয়াৰ প্ৰধান পানীয় খাদ্য।

অধিক তেল থকা খাদ্য পৰিহাৰ কৰি চলিব। অন্যথা ই ওজন বৃদ্ধিৰ লগতে ডায়েবেটিচৰ পৰিমাণো বৃদ্ধি কৰিব ।

এই দিনকেইটাত নিয়মিত ৰূপত ব্যায়াম কৰি থাকিব। উপবাসে থকা বুলি ব্যায়াম কৰা এৰি নিদিব। অৱশ্যে অত্যধিক ব্যায়াম পৰিহাৰ কৰিব। বিশেষকৈ উপবাসৰ অন্তিম সময়ত কোনো ব্যায়াম নকৰিব। উপবাস ভংগ কৰাৰ পাছতো পাতল ব্যয়াম কৰিলে ভাল।

ৰোগী সকলে দিনটোত কেইবাবাৰো তেজৰ শৰ্কৰাৰ পৰিমাণ পৰীক্ষা কৰি থাকিব লাগে। যদি ইয়াত কোনো তাৰতম্য দেখে তেন্তে উপবাস ভংগ কৰিব পাৰে। ইয়াৰ লক্ষণ হৈছে অত্যধিক পিয়াহ লগা, ভোক লগা, বমি, পেট বিষ, জ্বৰ আদি । এনে কোনো লক্ষণে দেখা দিলে উপবাস ভংগ কৰিব।

তাৰোপৰি সকলো ডায়েবেটিচ ৰোগীয়ে এই মাহতো চিকিৎসকক সঘনাই দেখাই থাকিব। চিকিৎসকৰ পৰামৰ্শ অনুযায়ীহে ৰোজা ৰখাব পাৰিনে নোৱাৰি সিদ্ধান্ত ল’ব। কিয়নো আপোনাৰ সু স্বাস্থ্যই হৈছে প্ৰধান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Diabetesramjanroja
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে
ভাৰত

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

July 25, 2026
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়
জীৱনশৈলী

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

July 25, 2026
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী
বিবিধ

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

July 25, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 25, 2026
Next Post
ধোনীৰ আত্মীয়ৰ সৈতে সম্পৰ্কত কৃতি সেনন…কোন এই মিষ্ট্ৰী মেন

ধোনীৰ আত্মীয়ৰ সৈতে সম্পৰ্কত কৃতি সেনন...কোন এই মিষ্ট্ৰী মেন

এদিনতে ২০০০ টা ভূমিকম্প, ধ্বংস হৈ পৰিব নেকি বিশ্বৰ এইখন জনপ্ৰিয় চহৰ

এদিনতে ২০০০ টা ভূমিকম্প, ধ্বংস হৈ পৰিব নেকি বিশ্বৰ এইখন জনপ্ৰিয় চহৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.