• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাহৰৰ দেশত এয়া কি ঘটিছে! ৰেগিঙৰ বলি হৈ ICU-ত ভৰ্তি আনন্দ শৰ্মা, ৰেগিঙৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী প্ৰকৃততে কোন?

নাহৰৰ দেশত এয়া কি ঘটিছে! ৰেগিঙৰ বলি হৈ ICU-ত ভৰ্তি আনন্দ শৰ্মা, ৰেগিঙৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী প্ৰকৃততে কোন?

3 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

8 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

8 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

9 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

10 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

10 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

11 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

12 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

12 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

13 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

13 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

13 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নাহৰৰ দেশত এয়া কি ঘটিছে! ৰেগিঙৰ বলি হৈ ICU-ত ভৰ্তি আনন্দ শৰ্মা, ৰেগিঙৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী প্ৰকৃততে কোন?

editor by editor
November 28, 2022
in অসম
0
নাহৰৰ দেশত এয়া কি ঘটিছে! ৰেগিঙৰ বলি হৈ ICU-ত ভৰ্তি আনন্দ শৰ্মা, ৰেগিঙৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী প্ৰকৃততে কোন?
0
SHARES
83.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ভয়ংকৰ ৰেগিঙৰ ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। একাংশ জ্যেষ্ঠ ছাত্ৰ্ৰৰ আক্ৰমনৰ বলি আনন্দ শৰ্মা নামৰ এজন ছাত্র। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আনন্দ শৰ্মা ছাত্ৰজন। ৰাজহাঁড় আৰু মূৰত বেয়াকৈ আঘাত পাইছে আনন্দই। সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ আদিত্য হাস্পতালত ভৰ্তি কৰোৱা হয় ছাত্ৰজনক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্রাবাসত সংঘটিত হৈছিল এই ভয়ংকৰ ৰেগিঙৰ ঘটনা। আহত আনন্দ শৰ্মাৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰিত বুলি জানিব পৰা গৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বাণিজ্য বিভাগৰ প্ৰথম ছেমিষ্টাৰত নামভৰ্তী কৰিছিল আনন্দই।

বিশ্ববিদ্যালয়ত ৰেগিঙৰ নামত ওৰেনিশা মাৰপিট কৰি হাত–ভৰি ভাঙি দিয়াৰ অভিযোগ আনিছে আনন্দ শৰ্মাৰ মাতৃ আৰু ভগ্নীয়ে। ছাত্ৰজনৰ দুয়োখন হাতৰ লগতে ভৰি আৰু কঁকাল ভাগি যোৱা বুলি চিকিৎসকে জানিবলৈ দিছে। ইফালে, ৰেগিং কাণ্ডৰ লগত জড়িত তিনিজন ছাত্ৰক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে। দেওবাৰে নিশা PNGB হোষ্টেলৰ কোঠাই কোঠাই অভিযান চলাই আৰক্ষীয়ে আটক কৰে প্ৰাণজিত বৰুৱা, নিৰঞ্জন ঠাকুৰ আৰু সীমান্ত হাজৰিকাক। মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ ঘৰতো আৰক্ষীয়ে অভিযান চলাই যদিও এই মুহূৰ্তলৈকে জালত পৰা নাই ৰাহুল। সমগ্ৰ বিষয়টোত আৰক্ষীক কঠোৰ হোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভুক্তভোগী আনন্দ শৰ্মা এতিয়াও সংকতজনক অৱস্থাত চিকিৎসালয়ৰ ICU-ত ভৰ্তি হৈ আছে।

ইপিনে এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত ৰাহুল ছেত্ৰী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এটা গুৰুত্বপূৰ্ণ দায়িত্বত থকাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতাসভাৰ সৈতেও ওতপ্ৰোতভাৱে জড়িত বুলি জানিব পৰা গৈছে। ৰাহুলৰ সন্ধান উলিয়াব নোৱাৰি আৰক্ষীয়ে ৰাহুল ছেত্ৰীৰ ভাতৃ ৰুবুল ছেত্ৰীক সোধপোছ অব্যাহত ৰাখিছে। লেখাপানী আৰক্ষীয়ে পুৱা সোধা–পোছাৰ বাবে থানালৈ লৈ যায় ৰাহুলৰ ভাতৃ ৰুবুল ছেত্ৰীক। লেখাপানী থানাৰ অন্তৰ্গত ৩নং উদয়পুৰ কুঁহিয়াৰবাৰীত ঘৰ ৰাহুল ছেত্ৰীৰ। বৰ্তমানলৈ ৰেগিঙত জড়িত ১৮ ছাত্ৰক বাধ্যতামূলকভাৱে বহিষ্কাৰ কৰা হৈছে PNGB হোষ্টেলৰ পৰা।

উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়ংকৰ ৰেগিঙৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। কেৱল আনন্দই নহয় অন্য আৰু দুই ছাত্র ৰেগিঙৰ বলি হৈছিল এই ছাত্ৰ নিৱাসত। ইফালে অইন দুজন ছাত্ৰ জ্যোতিষ কুমাৰ কলিতা আৰু উজ্জ্বল কুমাৰ কলিতা নামৰ দুজন ছাত্ৰকো এটা কোঠাত আবদ্ধ কৰি নিৰ্মম অত্যাচাৰ চলাইছিল বুলি জানিব পৰা গৈছে। দুয়োকে উদ্ধাৰ কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চিকিৎসা কৰাই অতিথি গৃহত নিশা সুৰক্ষাৰ কাৰণে ৰখা বুলিও উল্লেখ কৰিছে কৰ্তৃপক্ষই। প্ৰায় ৪ মাহ ধৰি বিশ্ববিদ্যালয়ৰ PNGB ছাত্ৰাৱাসত ৰেগিং কাণ্ড চলি অহাৰো অভিযোগ উত্থাপিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?
অসম

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

March 25, 2026
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ
অসম

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

March 25, 2026
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…
অসম

হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ, ছিংগাপুৰৰ কৰ’নাৰ্ছ কৰ্টৰ চূড়ান্ত ৰায়দান

March 25, 2026
Next Post
৬ টা বলত ৭ টা ছিক্স! বিজয় হাজাৰে ট্ৰফীত ৰুতুৰাজ গায়কোৱাডৰ দুৰ্দান্ত খেল

৬ টা বলত ৭ টা ছিক্স! বিজয় হাজাৰে ট্ৰফীত ৰুতুৰাজ গায়কোৱাডৰ দুৰ্দান্ত খেল

১ ডিচেম্বৰৰ পৰা ৰে’ল, বেংক, LPG-ত আহিব এইকেইটা পৰিবৰ্তন! কি কি নিয়ম সলনি হ’ব? সবিশেষ…

১ ডিচেম্বৰৰ পৰা ৰে’ল, বেংক, LPG-ত আহিব এইকেইটা পৰিবৰ্তন! কি কি নিয়ম সলনি হ’ব? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.