• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঁচায়ে কৰিমগঞ্জক শ্ৰীভূমি কৈছিলনে ৰবীন্দ্ৰনাথ ঠাকুৰে? সবিশেষ জানক

সঁচায়ে কৰিমগঞ্জক শ্ৰীভূমি কৈছিলনে ৰবীন্দ্ৰনাথ ঠাকুৰে? সবিশেষ জানক

2 years ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

17 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

12 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

12 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

12 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

14 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

14 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

15 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

16 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

16 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

17 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

18 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সঁচায়ে কৰিমগঞ্জক শ্ৰীভূমি কৈছিলনে ৰবীন্দ্ৰনাথ ঠাকুৰে? সবিশেষ জানক

সঁচায়ে কৰিমগঞ্জক শ্ৰীভূমি কৈছিলনে ৰবীন্দ্ৰনাথ ঠাকুৰে? সবিশেষ জানক

editor by editor
November 20, 2024
in জীৱনশৈলী
0
সঁচায়ে কৰিমগঞ্জক শ্ৰীভূমি কৈছিলনে ৰবীন্দ্ৰনাথ ঠাকুৰে? সবিশেষ জানক
0
SHARES
463
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাম সলনি হ’ল অসমৰ কৰিমগঞ্জ জিলাৰ৷ অসমৰ বৰাক উপত্যকাৰ তিনি জিলাৰ ভিতৰত অন্যতম কৰিমগঞ্জ৷ কৰিমগঞ্জৰ নতুন নাম হৈছে শ্ৰীভূমি৷ মঙলবাৰে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকত কৈছে যে, এই অঞ্চলৰ মানুহে দীৰ্ঘদিন ধৰি এই দাবী কৰি আহিছিল৷ সেই দাবীৰ প্ৰতি সন্মান জনাই আৰু ৰবীন্দ্ৰনাথ ঠাকুৰক সন্মান জনাই এই পদক্ষেপ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁৰ মতে শতাধিক বছৰ পূৰ্বে আধুনিক কৰিমগঞ্জ জিলাক শ্ৰীভূমি, অৰ্থাৎ মা লক্ষ্মীৰ ভূমি হিচাপে বৰ্ণনা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে৷ কিন্তু সঁচাকৈয়ে কৰিমগঞ্জ জিলাক শ্ৰীভূমি বুলি কৈছিল নে ৰবীন্দ্ৰনাথ ঠাকুৰে?

কি কৈছে মুখ্যমন্ত্ৰীয়ে?

সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘১০০ বছৰৰো বেছি সময় পূৰ্বে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে অসমৰ আধুনিক কৰিমগঞ্জ জিলাক শ্ৰীভূমি অৰ্থাৎ মা লক্ষ্মীৰ ভূমি হিচাপে বৰ্ণনা কৰিছিল৷ আজি অসম মন্ত্ৰীসভাই দীৰ্ঘদিনৰ দাবী পূৰণ কৰিছে৷’ তেওঁ লগতে কৈছে, ‘এই পদক্ষেপৰ লক্ষ্য অসমৰ দক্ষিণতম জিলাৰ প্ৰাচীন গৌৰৱ পুনৰুদ্ধাৰ কৰা৷’

তেওঁৰ লগতে দাবী, এই সিদ্ধান্তই কৰিমগঞ্জক এক স্বতন্ত্ৰ পৰিচয় দিব৷ এই জিলাৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক তুলি ধৰিব৷ যি নামৰ কোনো ঐতিহাসিক ভিত্তি নাথাকে বা অভিধানত নাই, সেইসমূহৰ নাম সলনি কৰি দিয়া হ’ব৷ কৰিমগঞ্জ নামটো অসমীয়া বা বাংলা অভিধানত নাই৷ কিন্তু শ্ৰীভূমিৰ উল্লেখ আছে আৰু ইয়াৰ অৰ্থও আছে৷’

উল্লেখ্য যে ব্ৰিটিছে ১৮৭৮ চনত বাংলাভাষী ছিলেট বা শ্ৰীহট্ট জিলাক অসম প্ৰদেশৰ অন্তৰ্ভূক্ত কৰা হৈছিল৷ ১৮৭৮ত কৰিমগঞ্জক জিলাৰ এক মহকুমা হিচাপে ঘোষণা কৰা হৈছিল৷ জিলা সদৰ হৈছিল কৰিমগঞ্জ চহৰ৷ ১৯৪৭ত তিনিখন থানা বাদ দি সমগ্ৰ চিলেট জিলাকেই পূৰ্ব পাকিস্তানত চামিল কৰা হৈছিল৷ কেৱল ৰাতাবাড়ী, বদৰপুৰ, পাথাৰকান্দি আৰু কৰিমগঞ্জ থানা এলেকাক অন্তৰ্ভূক্ত কৰা হয় অসমৰ কাছাৰ জিলাত৷ প্ৰথমে এই সকলো মিলি আছিল কৰিমগঞ্জ মহকুমা৷ ১৯৮৩ত ইয়াক পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰা হয়৷

১৯১৯ চনত, জালিৱানবালাবাগৰ বীভৎস হত্যাকাণ্ডৰ প্ৰতিবাদত নাইট উপাধি ত্যাগ কৰাৰ কেইবামাহ পাছত শ্বিলঙলৈ আহিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ৷ তেওঁৰ সংগী আছিল পুত্ৰ ৰথীন্দ্ৰনাথ আৰু বোৱাৰীয়েক প্ৰতিমা দেৱী৷ শ্বিলং আছিল তৎকালীন অসম ৰাজ্যৰ ৰাজধানী৷ কিন্তু চিলেট বা শ্ৰীহট্ট আছিল সকলোতকৈ গুৰুত্বপূৰ্ণ চহৰ৷ কবিগুৰুক শ্বিলঙৰ পৰা চিলেটলৈ লৈ আহিছিল তাৰ ব্ৰাহ্মণসমাজৰ সাধাৰণ সম্পাদক, গোবিন্দ নাৰায়ণ সিংহ মজুমদাৰে৷ ১৯৪১ ত প্ৰকাশিত হৈছিল তেওঁৰ চিলেট ভ্ৰমণৰ স্মাৰক গ্ৰন্থ৷ সেই গ্ৰন্থতেই চিলেট সম্পৰ্কে ৰবীন্দ্ৰনাথে লিখিছিল, ‘মমতাবিহীন কালস্রোতে / বাঙলার রাষ্ট্রসীমা হোতে / নির্বাসিতা তুমি সুন্দরী শ্রীভূমি।’

স্পষ্টকৈ ৰবীন্দ্ৰনাথৰ লেখাত পূৰ্ববংগৰ পৰা ঔপনিবেশিক চক্ৰান্ত চিলেট জিলাৰ বিচ্ছিন্ন হোৱাক লৈ আক্ষেপ দেখা যায়৷ তেওঁৰ লেখাত শ্ৰীভূমি আছিল সমগ্ৰ শ্ৰী হট্ট বা চিলেট জিলা কেৱল কৰিমগঞ্জ মহকুমা বা জিলা নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 21, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

September 20, 2026
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক
জীৱনশৈলী

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

September 20, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

September 20, 2026
Next Post
এ আৰ ৰহমানৰ বিচ্ছেদৰ কেইঘণ্টাৰ ভিতৰতেই তেওঁৰ গীটাৰবাদক মোহিনীয়েও ল’লে বিচ্ছেদ! একেলগেই দুটাকৈ বিচ্ছেদ কিয়?

এ আৰ ৰহমানৰ বিচ্ছেদৰ কেইঘণ্টাৰ ভিতৰতেই তেওঁৰ গীটাৰবাদক মোহিনীয়েও ল’লে বিচ্ছেদ! একেলগেই দুটাকৈ বিচ্ছেদ কিয়?

মীনত প্ৰৱেশ শুক্ৰৰ, ৩ৰাশিৰ উপচি পৰিব ধন

মীনত প্ৰৱেশ শুক্ৰৰ, ৩ৰাশিৰ উপচি পৰিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.