• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিষিদ্ধ হ’ল ৰঙা লিপষ্টিক? কোনো নাৰীয়ে লগাব নোৱাৰিব ৰঙা লিপষ্টিক, কিন্তু কিয়?

নিষিদ্ধ হ’ল ৰঙা লিপষ্টিক? কোনো নাৰীয়ে লগাব নোৱাৰিব ৰঙা লিপষ্টিক, কিন্তু কিয়?

2 years ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

18 minutes ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

1 hour ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

1 hour ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

2 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

2 hours ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

3 hours ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

3 hours ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

5 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

7 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

8 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

8 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিষিদ্ধ হ’ল ৰঙা লিপষ্টিক? কোনো নাৰীয়ে লগাব নোৱাৰিব ৰঙা লিপষ্টিক, কিন্তু কিয়?

নিষিদ্ধ হ’ল ৰঙা লিপষ্টিক? কোনো নাৰীয়ে লগাব নোৱাৰিব ৰঙা লিপষ্টিক, কিন্তু কিয়?

editor by editor
May 13, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
নিষিদ্ধ হ’ল ৰঙা লিপষ্টিক? কোনো নাৰীয়ে লগাব নোৱাৰিব ৰঙা লিপষ্টিক, কিন্তু কিয়?
0
SHARES
50.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰঙা লিপষ্টিক লগালে প্ৰত্যেকজনী নাৰীয়েই মোহময়ী হৈ উঠে৷ প্ৰায়সংখ্যক নাৰীৰ প্ৰথম পছন্দই ৰঙা লিপষ্টিক৷ বিভিন্ন নামী-দামী ব্ৰেণ্ডৰ বিজ্ঞাপনত অন্য ৰঙৰ সলনি ৰঙা লিপষ্টিককেই অগ্ৰাধিকাৰ দিয়া হয়৷ কিন্তু এই ৰঙা লিপষ্টিকেই আপুনি এতিয়াৰে পৰা লগাব নোৱাৰিব৷ উত্তৰ কোৰিয়াৰ কিম জং উনে সেই দেশত নিষিদ্ধ কৰিলে ৰঙা লিপষ্টিক৷

উত্তৰ কোৰিয়াত ফেশ্বন, ষ্টাইল এইসমূহ ব্যক্তিস্বাধীনতাৰ অন্তৰ্গত বিষয় হ’ব নোৱাৰে৷ উত্তৰ কোৰিয়াৰ নেতা কিমে যি নিয়ম বান্ধি থৈছে সেই নিয়মৰ আধাৰতে তাৰ নাগৰিক চলিব লাগিব৷ ব্যক্তিস্বাধীনতাৰ সংজ্ঞা নথকা উত্তৰ কোৰিয়াত এইবাৰ নিষিদ্ধ হ’ল মহিলাৰ প্ৰথম পছন্দ ৰঙা লিপষ্টিক৷ কিম জং উনৰ নেতৃত্বত উত্তৰ কোৰিয়াত নাৰীয়ে কেনে পোছাক পিন্ধিব, কেনেকুৱা ষ্টাইল কৰিব, কেনেকৈ নিজক উপস্থাপন কৰিব সেই সন্দৰ্ভত আছে কঠোৰ নিয়ম৷ কোনোৱে এই নিয়ম উলংঘন কৰিবলৈ সাহসো নকৰে৷ কাৰণ তাত নিয়ম ভঙাৰ পৰিণতি কি হয় সেয়া পৃথককৈ কোৱাৰ প্ৰয়োজন নাই৷

শেহতীয়াকৈ তাত ৰঙা লিপষ্টিক বন্ধ কৰা হৈছে৷ এই লিপষ্টিক বন্ধ কৰাৰ কাৰণ হৈছে ৰঙা ৰং সাহসীকতাৰ প্ৰতীক৷ এই ৰঙ নাৰীৰ ওঁঠত কোনো কাৰণতে মানি ল’ব নোৱাৰি৷ এই লিপষ্টিক বন্ধৰ কাৰণ হিচাপে তেওঁলোকে স্পষ্টভাৱে বুজাই নিদিলেও জনাইছে যে এই ৰঙে নাৰী এগৰাকীক বেছি কমনীয় কৰি তোলে যাৰবাবে এই লিপষ্টিক বন্ধ কৰা হৈছে৷ কিন্তু এই লিপষ্টিক বন্ধ কৰাৰ আঁৰত আছে অন্য কেইবাটাও কাৰণ৷

এই দেশৰ আদৰ্শগত আৰু সাংস্কৃতিক যুঁজখনো এই লিপষ্টিকৰ ৰঙটোৰ সৈতে জড়িত হৈ আছে৷ ৰঙা লিপষ্টিক মুক্তি আৰু নাৰীসূলভ লোভৰ সৈতে যুক্ত৷ উত্তৰ কোৰিয়াৰ পুঁজিবাদী অধপতন আৰু নৈতিক অৱক্ষয়ক ফুটাই তোলাৰ প্ৰতিনিধি তথা প্ৰতিবাদৰ ৰং হিচাপে নাৰীসকলে এই ৰং বাচি লৈছে৷ এই প্ৰতিবাদী সত্ত্বাবোৰক বাধা দিবৰ বাবেই সেই দেশৰ ৰক্ষণশীল চৰকাৰে বন্ধ কৰিছে ৰঙা লিপষ্টিকৰ ব্যৱহাৰ৷ কিম চৰকাৰে ৰঙা লিপষ্টিক বন্ধ বুলি কোৱাৰ পাছৰে পৰাই সেই দেশত সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন৷

শুনি আচৰিত হ’লেও এয়াই সত্য যে এতিয়া উত্তৰ কোৰিয়াৰ বাটে-ঘাটে মহিলাসকলৰ মেকআপ পৰীক্ষাৰ বাবে ঘূৰিফুৰিছে প্ৰশাসনৰ দল৷ প্ৰশাসনৰ দৃষ্টিত যদি ৰঙা লিপষ্টিক লগোৱা নাৰী পৰে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ শাস্তিও ঘোষণা হ’’ব৷ উত্তৰ কোৰিয়াৰ প্ৰশাসনে বিশ্বাস কৰে যে সেই দেশত জনসংখ্যা বৃদ্ধিৰ বাবে কমনীয় মেকআপ একোটাও দায়ী৷ সেয়ে এনে পদক্ষেপ জৰুৰী৷  কেৱল লিপষ্টিকতেই বাধা আহিছে তেনে নহয়৷

উত্তৰ কোৰিয়াত চুলিৰ বাবেও আছে কেইবাটাও কঠোৰ নিয়ম৷ উত্তৰ কোৰিয়াৰ কোনো মহিলাই চুলি বেছিকৈ দীঘল কৰিব নোৱাৰিব৷ আৰু তাত চুলি ষ্টাইল নকৰাকৈ কোনো মহিলাই ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰে৷ কোনো মহিলাই তাত চুলি হাইলাইট কৰাৰ দৰে ষ্টাইল কৰিব নোৱাৰে৷ চুলিৰ ষ্টাইলৰ ক্ষেত্ৰতো আছে নীতি নিৰ্দেশনা৷ উত্তৰ কোৰিয়াত পুৰুষৰ বাবে আছে চুলিৰ ১০টা ষ্টাইল আৰু মহিলাৰ বাবে আছে ১৮টা ষ্টাইল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?
খাদ্য

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

April 6, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

April 6, 2026
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

April 6, 2026
Next Post
দৈনিক ৰাশিফল – এই কেইটা ৰাশিৰ লোকৰ ওপৰত থাকিব মা লক্ষ্মীৰ হাত, আজিৰ দিনটোত যাত্ৰা বাৰণ কৰক

দৈনিক ৰাশিফল - এই কেইটা ৰাশিৰ লোকৰ ওপৰত থাকিব মা লক্ষ্মীৰ হাত, আজিৰ দিনটোত যাত্ৰা বাৰণ কৰক

অতিকে শোকাৱহ, ধুমুহাৰ তাণ্ডৱৰ ফলত ১০০ ফুট ওখ হ’ৰ্ডিং ভাঙি পৰি ১৪ গৰাকী লোক নিহত, ৭০ৰো অধিক আহত

অতিকে শোকাৱহ, ধুমুহাৰ তাণ্ডৱৰ ফলত ১০০ ফুট ওখ হ’ৰ্ডিং ভাঙি পৰি ১৪ গৰাকী লোক নিহত, ৭০ৰো অধিক আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.