• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ শুভ্ৰ কামিজটো শুভ্ৰ হৈয়ে আছেনে? আদৰ্শৰ কথা কৈ বহুত হাতচাপৰি বুটলিলে, সামাজিক মাধ্যমৰ সমালোচনাক আওকাণ কৰি গেৰুৱা বসন পিন্ধিলে দিপাংক নাথে

আপোনাৰ শুভ্ৰ কামিজটো শুভ্ৰ হৈয়ে আছেনে? আদৰ্শৰ কথা কৈ বহুত হাতচাপৰি বুটলিলে, সামাজিক মাধ্যমৰ সমালোচনাক আওকাণ কৰি গেৰুৱা বসন পিন্ধিলে দিপাংক নাথে

2 years ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

9 minutes ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

38 minutes ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

2 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

3 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

4 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

4 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

12 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

13 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

13 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

14 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

14 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আপোনাৰ শুভ্ৰ কামিজটো শুভ্ৰ হৈয়ে আছেনে? আদৰ্শৰ কথা কৈ বহুত হাতচাপৰি বুটলিলে, সামাজিক মাধ্যমৰ সমালোচনাক আওকাণ কৰি গেৰুৱা বসন পিন্ধিলে দিপাংক নাথে

editor by editor
January 28, 2024
in অসম, গুৱাহাটী, বিবিধ, ৰাজনীতি
0
আপোনাৰ শুভ্ৰ কামিজটো শুভ্ৰ হৈয়ে আছেনে? আদৰ্শৰ কথা কৈ বহুত হাতচাপৰি বুটলিলে, সামাজিক মাধ্যমৰ সমালোচনাক আওকাণ কৰি গেৰুৱা বসন পিন্ধিলে দিপাংক নাথে
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গেৰুৱা বসনৰ টান, আছু ত্যাগৰ পাছতেই দীপাংক নাথ ক’লৈ যাব সেই প্ৰশ্ন বাৰুকৈয়ে উত্থাপিত হৈ আছিল। সকলোবোৰ প্ৰশ্নৰ উত্তৰ অৱশেষত বাজপেয়ী ভৱনৰ পৰা দিলে প্ৰাক্তন আছু নেতা দিপাংক নাথয়ে। বিজেপি দলত যোগদান কৰিয়েই তেওঁ প্ৰথমটো ভাষণত কয়, ‘প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পদক্ষেপ আৰু কাম অধ্যয়ন কৰি মই বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত ললো। ভবেশ কলিতাই যি দায়িত্ব দিয়ে সেয়া পালন কৰিম। সন্থাত থাকোতে বহু দাবী কৰিছিলোঁ, যি দাবীৰ বহুকেইটা দাবী ৰাজ্য চৰকাৰে পূৰণ কৰিছে। সমষ্টি পুন নিৰ্ধাৰণ কৰি, সংবিধানিক ৰক্ষাকৱচৰ দাবীও পূৰণ কৰিলে। মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক মেধাৰ ভিত্তিত নিযুক্তি দিছে এই চৰকাৰে। সেয়ে সকলো পাহৰি মই বিজেপি দলত যোগদান কৰিলো। এয়া নতুন যাত্ৰা। দলৰ কথা বতৰা শিকিব লাগিব। সংগঠন কৰি থকা সময়ত কিছুমান প্ৰতিবাদ কৰিছিলো বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু সমস্যা সমাধান কৰিছে। এইখন চৰকাৰে নিৰ্যাতিতসকলক যথেষ্ট সহায়ো কৰিছে।’

ইফালে দিপাংক নাথে বিজেপিত যোগদান কৰাৰ কথা প্ৰচাৰ হোৱাৰ পাছতেই সামাজিক মাধ্যমত তেওঁৰেই একালৰ সতীৰ্থসকলে চোকা সমালোচনাও কৰিছে। তেওঁৰ সৈতে সংগঠন কৰা এগৰাকী যুৱকে সামাজিক মাধ্যমত লিখিছে, ‘দীপাংক দা, কি ক’ম৷ আমি সৰু মানুহ। আপোনালোকৰ দৰে নেতাৰ কথাত ক’ত যে আন্দোলন কৰিলো। দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিলো। ক’তবাৰ যে পুৱাতে আইৰ হাতৰ ভাত কেইটা খাই আহি ন্যায় বিচাৰি দিনটো ঠিয় হৈ থাকিলো । কিমান যে শতৰু গোটালো । আপোনাৰ কথা শুনিবলৈ বুলি কিমান দুৰলৈকে যে গ’লো। আপুনি খোৱাত সচেতন৷ চিঙৰা, ফিকাচাহ খাই আপুনি বেয়া পাই৷ খৰখেদাকৈ আপোনাৰ পচন্দৰ কাজুকে ধৰি ড্ৰাই ফ্ৰুইট আনিছিলোগৈ৷

নামবোৰ নাজানো৷ হাতত ধন নাছিল। আই’ৰ পেঞ্চনৰ টকাৰে কিনি আনিছিলো। আই’ক অৱশ্যে কাজু খোৱাব মই পৰাই নাই। আজি ভাবিছো কাৰোবাৰ পৰা ধন কেইটামান ধাৰে ল’ম৷ আইলৈ বুলি কাজুও কিনিম৷ আমাক যে উচতাই পথ বন্ধ কৰাইছিল। পথত জ্বলি থকা টায়াৰৰ কলা ধোঁৱাত আমাৰ পোছাকযোৰ কলা হৈ পৰিছিল। অ’, আপোনাৰ শুভ্ৰ কামিজটো শুভ্ৰ হৈয়ে আছেনে? আদৰ্শৰ কথা কৈ যে সৰু সৰু ল’ৰাবোৰৰ পৰা হাত চাপৰি বুটলিছিল৷ ফুলাম গামোছাবোৰ পাৰিলে ঘুৰাই দিব ৷ আপোনালোকৰ কথাত যে চেম্‌, দীপাঞ্জলহঁত একেবাৰে হেৰাই গ’ল। কেনেকৈ আপুনি ইমান ঠগ হব পাৰিলে, হেজাৰ হেজাৰ জনতাৰ আগত কেনেকৈ মিছা মাতিব পাৰে৷ আস্‌ ,ইমান অভিনয়৷ পাৰিলে আকৌ বগা কামিজ আপুনি নিপিন্ধিব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা
জীৱনশৈলী

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

July 11, 2026
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’
ভাৰত

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

July 11, 2026
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস
বিবিধ

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

July 11, 2026
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?
জীৱনশৈলী

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

July 11, 2026
Next Post
ফেব্ৰুৱাৰী মাহ কেনে যাব মকৰ ৰাশিৰ জাতকৰ? আজিয়েই জানি থওক

ফেব্ৰুৱাৰী মাহ কেনে যাব মকৰ ৰাশিৰ জাতকৰ? আজিয়েই জানি থওক

ভয়ংকৰ বিপদত কিম-জং-উনৰ দেশ! এটা মাত্ৰ কাৰণেই কঠোৰ কিমকো মানৱদৰদী কৰি তুলিছে৷ কি এই কাৰণ?

ভয়ংকৰ বিপদত কিম-জং-উনৰ দেশ! এটা মাত্ৰ কাৰণেই কঠোৰ কিমকো মানৱদৰদী কৰি তুলিছে৷ কি এই কাৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.