• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কালি পূজাৰ দিনা আপোনাৰ আলমাৰীত ৰাখত এই ৫ বিধ সামগ্ৰী, লাভ কৰিব লক্ষ্মীৰ বিশেষ আশিৰ্বাদ

কালি পূজাৰ দিনা আপোনাৰ আলমাৰীত ৰাখত এই ৫ বিধ সামগ্ৰী, লাভ কৰিব লক্ষ্মীৰ বিশেষ আশিৰ্বাদ

2 years ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

58 minutes ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

2 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

13 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

13 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

14 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

15 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

16 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

16 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

17 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

17 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

18 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কালি পূজাৰ দিনা আপোনাৰ আলমাৰীত ৰাখত এই ৫ বিধ সামগ্ৰী, লাভ কৰিব লক্ষ্মীৰ বিশেষ আশিৰ্বাদ

editor by editor
October 30, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কালি পূজাৰ দিনা আপোনাৰ আলমাৰীত ৰাখত এই ৫ বিধ সামগ্ৰী, লাভ কৰিব লক্ষ্মীৰ বিশেষ আশিৰ্বাদ
0
SHARES
391
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কালি পূজাৰ দিনা আপোনাৰ আলমাৰীত ৰাখত এই ৫ বিধ সামগ্ৰী, লাভ কৰিব লক্ষ্মীৰ বিশেষ আশিৰ্বাদ

আজি বুধবাৰে উদযাপন কৰা হৈছে ভূত চতুৰ্দশী। কাইলৈ​নিশা অধ্যাশক্তি মহামায়া মা কালীৰ পূজা কৰা হ’ব। এই দিনটোত লক্ষ্মী পূজাও কৰা হয়। এই বিশেষ নিশা মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ আলমাৰীত কি কি বস্তু ৰখাটো গুৰুত্বপূৰ্ণ জানি লওক।

জ্যোতিষীসকলে দীপাৱলীৰ নিশা কৰিবলৈ কেইবাটাও বিশেষ কামৰ পৰামৰ্শ দিয়ে। বিশ্বাস কৰা হয় যে স্বয়ং দেৱী লক্ষ্মীয়ে এই নিশা এই কাৰ্য্য সম্পাদন কৰি আনন্দিত হয়। ফলত জীৱনৰ পৰা দুখ আৰু দৰিদ্ৰতা দূৰ হয়। দীপাৱলীৰ নিশা আলমাৰীৰ লকাৰত কেইটামান বিশেষ বস্তু ৰাখিবলৈ পৰামৰ্শ দিয়া হয়।

টকাৰ বাণ্ডিল
আপোনাৰ আলমাৰীৰ লকাৰ কেতিয়াও খালী হ’ব নালাগে। দীপাৱলী পূজাৰ সময়ত বহু লোকে প্ৰতিমাৰ সন্মুখত টকাৰ বাণ্ডিল আগবঢ়ায়। অৱশ্যে জ্যোতিষীসকলে কয় যে দীপাৱলীৰ নিশা আলমাৰীৰ লকাৰত ১০ টকীয়া নোটৰ বাণ্ডিল এটা ৰখাটো অতি শুভ। দীপাৱলীৰ নিশা লকাৰত তাম, পিতল বা ৰূপৰ মুদ্ৰাও ৰাখিব পাৰে। এই টকাই অধিক ধন আকৰ্ষণ কৰিব আৰু আপোনাৰ সৌভাগ্য মুকলি হ’ব।

গোমতি চক্ৰ
দীপাৱলীৰ নিশা হালধীয়া কাপোৰ এখনত গোমতি চক্ৰ, হালধী এটুকুৰা আৰু মুদ্ৰা এটা বান্ধি আৰাধ্যৰ ভৰি চুই আলমাৰীৰ লকাৰত ৰাখিব। এই কৌশল ধন-সম্পত্তি বৃদ্ধিতো অতি উপযোগী।

আহতৰ পাত
দীপাৱলীৰ নিশা এটা আহতৰ পাত লওক। তাৰ ওপৰত সেন্দুৰেৰে ঔম লিখক। তাৰ পিছত লকাৰত থৈ দিব। ফলত আপোনাৰ আৰ্থিক সমস্যা দূৰ হ’ব আৰু আপুনি বহুত টকা উপাৰ্জন কৰিব।

তামোল
দীপাৱলীৰ নিশা ৰঙা সূতাৰে এটা শুকান তামোল বান্ধিব। চাউল, ফুল আৰু সেন্দুৰৰ সৈতে পূজা কৰক। পূজাৰ পিছত এই তামোলটো আলমাৰীৰ লকাৰত ৰাখক। মা লক্ষ্মী সুখী হব, পইচা আহিব।

কড়ি
প্ৰাচীন কালত কড়িক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল। কড়িক মাতৃ লক্ষ্মীৰ প্ৰতিনিধি হিচাপে গণ্য কৰা হয়। দীপাৱলীৰ নিশা কড়ীত হালধী সানি মা লক্ষ্মীক পূজা কৰক। ইয়াৰ পিছত এই কড়িবোৰ লকাৰত ৰাখক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AstroAstroloyDiwaliKali Puja
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

September 21, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 21, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

September 20, 2026
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক
জীৱনশৈলী

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

September 20, 2026
Next Post
ম’ম’ খোৱাৰ পূৰ্বে সাৱধান, ম’ম’ খাই এগৰাকী মহিলাৰ প্ৰাণহানি হোৱাৰ লগতে আন ২০ লোক অসুস্থ

ম'ম' খোৱাৰ পূৰ্বে সাৱধান, ম'ম' খাই এগৰাকী মহিলাৰ প্ৰাণহানি হোৱাৰ লগতে আন ২০ লোক অসুস্থ

কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ! ৰাজ ঠাকৰেৰ ভৱিষ্যতবাণী, নাম ল’লে এই নেতাৰ

কোন হ'ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ! ৰাজ ঠাকৰেৰ ভৱিষ্যতবাণী, নাম ল'লে এই নেতাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.