• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ম’ম’ খোৱাৰ পূৰ্বে সাৱধান, ম’ম’ খাই এগৰাকী মহিলাৰ প্ৰাণহানি হোৱাৰ লগতে আন ২০ লোক অসুস্থ

ম’ম’ খোৱাৰ পূৰ্বে সাৱধান, ম’ম’ খাই এগৰাকী মহিলাৰ প্ৰাণহানি হোৱাৰ লগতে আন ২০ লোক অসুস্থ

2 years ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

14 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

14 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

15 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

16 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

16 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

17 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

17 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

18 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

18 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

19 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

19 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ম’ম’ খোৱাৰ পূৰ্বে সাৱধান, ম’ম’ খাই এগৰাকী মহিলাৰ প্ৰাণহানি হোৱাৰ লগতে আন ২০ লোক অসুস্থ

editor by editor
October 30, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ম’ম’ খোৱাৰ পূৰ্বে সাৱধান, ম’ম’ খাই এগৰাকী মহিলাৰ প্ৰাণহানি হোৱাৰ লগতে আন ২০ লোক অসুস্থ
0
SHARES
339
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ম’ম’ খোৱাৰ পূৰ্বে সাৱধান, ম’ম’ খাই এগৰাকী মহিলাৰ প্ৰাণহানি হোৱাৰ লগতে আন ২০ লোক অসুস্থ

আপুনিও ম’ম’ লাভাৰ নেকি! ম’ম’ খোৱাৰ পূৰ্বে তেন্তে হওক সাৱধান। কিয়নো ম’ম’ খোৱাৰ ফলতে মৃত্যু হয় এগৰাকী মহিলাৰ। ইয়াৰ উপৰিও আন ২০ গৰাকী লোক আসুস্থ।

এই ঘটনা হায়দৰাবাদৰ বঞ্জাৰা হিলছৰ। সেই অঞ্চলত পথৰ কাষৰ দোকানীয়ে বিক্ৰী কৰা ম’ম’ খাই মৃত্যু হয় এগৰাকী ৩৩ বছৰীয়া মহিলাৰ। ইয়াৰ উপৰিও আন ২০ জন লোক খাদ্য বিষক্ৰিয়াৰ বলি হয়। তথ্য অনুসৰি ২৫ অক্টোবৰ শুকুৰবাৰে খৈৰতাবাদত সংঘটিত হয় এই ঘটনা।

পৰীক্ষাত ৰেচমা বেগম আৰু তেওঁৰ ১২ আৰু ১৪ বছৰীয়া কন্যাই পদপথৰ কাষৰ ব্যৱসায়ী এজনৰ পৰা ম’ম’ খাইছিল বুলি জানিব পৰা গৈছে। সেই ম’ম’ খোৱাৰ অলপ পিছতে তেওঁৰ ডায়েৰিয়া, পেটৰ বিষ আৰু বমি হ’বলৈ ধৰে। ৰেশমা আছিল তাইৰ সন্তানৰ অকলশৰীয়া মাতৃ।

আৰক্ষীৰ মতে, প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে ম’ম’ ব্যৱসায়ীয়ে খাদ্য সুৰক্ষাৰ অনুজ্ঞাপত্ৰ অবিহনে কাম কৰি আছিল আৰু অস্বাস্থ্যকৰ অৱস্থাত খাদ্য প্ৰস্তুত কৰি আছিল। কোৱা হৈছে যে ম’ম’ বনাবলৈ ব্যৱহাৰ কৰা ময়দা পেকিং নকৰাকৈ ফ্ৰীজত ৰখা হৈছিল আৰু তদন্তৰ সময়ত ফ্ৰীজৰ দুৱাৰখনো ভঙা আছিল বুলি ধৰা পৰিছে। ইয়াৰ পিছত খাদ্য বিক্ৰেতাৰ নমুনা পৰীক্ষাগাৰ বিশ্লেষণৰ বাবে প্ৰেৰণ কৰা হৈছে।

ৰেশমা বেগমৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ পিছতে বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমৰ খাদ্য সুৰক্ষা বিভাগ আৰু আৰক্ষীয়ে ৰাজপথৰ ব্যৱসায়ীজনক বিচাৰি উলিয়ায়। এই গোচৰত ষ্টল চলোৱা দুজন লোকক আটক কৰি হত্যাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Food PoisinghyderabadMomoMOMO Saler
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী
শিক্ষা

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

October 11, 2026
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!
ৰাজনীতি

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

October 11, 2026
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?
অসম

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

October 11, 2026
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!
জীৱনশৈলী

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

October 11, 2026
Next Post
কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ! ৰাজ ঠাকৰেৰ ভৱিষ্যতবাণী, নাম ল’লে এই নেতাৰ

কোন হ'ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ! ৰাজ ঠাকৰেৰ ভৱিষ্যতবাণী, নাম ল'লে এই নেতাৰ

কাইলৈ ৫ ৰাশিৰ ওপৰত বিশেষ কৃপা কৰিব মা কালিয়ে, পাছে ভুলতো নকৰিব এনে কাম

কাইলৈ ৫ ৰাশিৰ ওপৰত বিশেষ কৃপা কৰিব মা কালিয়ে, পাছে ভুলতো নকৰিব এনে কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.