• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওনত ৰাশি মানি কৰক শিৱৰ অভিষেক, পূৰ্ণ হ’ব মনোকামনা, স্বাস্থ্য, শিক্ষা সকলো উন্নত হ’ব

শাওনত ৰাশি মানি কৰক শিৱৰ অভিষেক, পূৰ্ণ হ’ব মনোকামনা, স্বাস্থ্য, শিক্ষা সকলো উন্নত হ’ব

2 years ago
টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

11 minutes ago
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

60 minutes ago
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

2 hours ago
মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

3 hours ago
‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

3 hours ago
দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

4 hours ago
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

4 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

5 hours ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

14 hours ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

14 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

15 hours ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওনত ৰাশি মানি কৰক শিৱৰ অভিষেক, পূৰ্ণ হ’ব মনোকামনা, স্বাস্থ্য, শিক্ষা সকলো উন্নত হ’ব

শাওনত ৰাশি মানি কৰক শিৱৰ অভিষেক, পূৰ্ণ হ’ব মনোকামনা, স্বাস্থ্য, শিক্ষা সকলো উন্নত হ’ব

editor by editor
July 25, 2024
in জীৱনশৈলী
0
শাওনত ৰাশি মানি কৰক শিৱৰ অভিষেক, পূৰ্ণ হ’ব মনোকামনা, স্বাস্থ্য, শিক্ষা সকলো উন্নত হ’ব
0
SHARES
437
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শাওন মাহত শিৱ পূজাৰ বিশেষ মাহাত্ম্য আছে৷ এই মাহত নিয়ম মানি শিৱ পুজা কৰিলে বিশেষ ফল পোৱা যায়৷ জলাভিষেক কৰিলে অত্যন্ত প্ৰসন্ন হয় মহাদেৱ৷ সাধাৰণতে গংগাজল বা গাখীৰেৰে শিৱৰ জলাভিষেক কৰাৰ প্ৰথা সৰ্বাধিক প্ৰচলিত৷ গাখীৰ আৰু গংগাজলৰ ওপৰিও পঞ্চামৃতেৰে শিৱৰ অভিষেক কৰাৰ কথা শিৱ পুৰাণত উল্লেখ আছে৷ জ্যোতিষ অনুসৰি শাওনত নিজৰ ৰাশি মানি শিৱৰ অভিষেক কেনেকৈ কৰিব জানি থওক সবিশেষ৷

ৰাশি অনুসৰি শিৱৰ অভিষেক

  1. মেষ ৰাশিৰ জাতকে শিৱক প্ৰসন্ন কৰিবলৈ শাওন মাহত তামৰ লোটাত পানী, মৌ আৰু সুগন্ধী মিহলাই অভিষেক কৰক৷
  2. বৃষৰ জাতকে শাওন মাহৰ সোমবাৰে কেঁচা গাখীৰেৰে শিৱৰ অভিষেক কৰক৷ ইয়াৰ ফলত কাংশিত আশীৰ্বাদ লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷
  3. মিথুন ৰাশিৰ জাতকে গাখীৰ ভাং মিহলাই শিৱৰ অভিষেক কৰিলে ঐশ্বৰ্য লাভ কৰিব পাৰিব৷
  4. কৰ্কট ৰাশিৰ জাতকে শাওন মাহত গাখীৰ, গংগাজল আৰু চেনী মিহলাই অভিষেক কৰক৷
  5. সিংহ ৰাশিৰ জাতকে কুঁহিয়াৰৰ ৰসেৰে শিৱৰ অভিষেক কৰক আৰু তাৰপাছতেই ইলাচি নিবেদন কৰক৷ ইয়াৰ ফলত শিৱৰ অশেষ কৃপা লাভ কৰিব পাৰিব৷
  6. কন্যা ৰাশিৰ জাতকে গাখীৰ, চেনী আৰু শুদ্ধ গাই ঘীঁ মিহলাই অভিষেক কৰিলে শুভ ফল লাভ কৰিব৷
  7. তুলাৰ জাতকে শাওন মাহত চেনী, ডাবৰ পানী আৰু ঘীঁ মিহলাই অভিষেক কৰক৷ ভোলানাথৰ সন্মুখত কৰ্পূৰ নিবেদন কৰিলে ধনধ্যান বৃদ্ধি পাব৷
  8. বৃশ্চিক ৰাশিৰ জাতকে পঞ্চামৃত দি শিৱৰ অভিষেক কৰক৷ ইয়াৰ প্ৰভাৱত ধন–ধ্যান বৃদ্ধি পাব৷ ইয়াৰোপৰি স্বাস্থ্য ভালে থাকিব৷
  9. ধনু ৰাশিৰ জাতকে গাখীৰৰ সৈতে জাফৰান আৰু হালধি মিহলাই শিৱৰ অভিষেক কৰক৷ তাৰপাছতেই কল আৰু গুৰৰ ভোগ নিবেদন কৰিলে ধন আৰু ঐশ্বৰ্য বৃদ্ধি পাব৷
  10. মকৰ ৰাশিৰ জাতকে শাওন মাহত গাখীৰৰ  সৈতে পাঁচ মেৱা, গোটা ৰাজমাহৰ দাইল মিহলাই অভিষেক কৰক৷ ইয়াৰ ফলত ৰোগমুক্তি সম্ভৱ৷ ধনলাভ কৰিব পাৰে মকৰ ৰাশিৰ জাতকে৷
  11. কুম্ভৰ জাতকে কুঁহিয়াৰৰ ৰসত গংগাজল মিহলাই শিৱৰ অভিষেক কৰিলে সমস্ত মনোকামনা পূৰণ হ’ব৷
  12. শাওন মাহত মীন ৰাশিৰ জাতকে গাখীৰত হালধি আৰু জাফৰান মিহলাই শিৱৰ অভিষেক কৰিলে শিক্ষা আৰু ব্যৱসায়ত লাভ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?
জীৱনশৈলী

টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

August 9, 2026
দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম
জীৱনশৈলী

দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

August 9, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

August 9, 2026
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

August 8, 2026
Next Post
ওলোটা পথেৰে গতি কৰিছে বুধে, অৰ্থলাভ পাঁচ ৰাশিৰ ভাগ্যত, লাভ কৰিব নতুন চাকৰি

ওলোটা পথেৰে গতি কৰিছে বুধে, অৰ্থলাভ পাঁচ ৰাশিৰ ভাগ্যত, লাভ কৰিব নতুন চাকৰি

হিজাব পিন্ধি কোনো খেলুৱৈয়ে ভাগ ল’ব নোৱাৰিব পেৰিছ অলিম্পিকত, ফ্ৰান্সৰ ধৰ্মনিৰপেক্ষতাত আঘাত হানিব নোৱাৰিব কোনো খেলুৱৈয়ে

হিজাব পিন্ধি কোনো খেলুৱৈয়ে ভাগ ল’ব নোৱাৰিব পেৰিছ অলিম্পিকত, ফ্ৰান্সৰ ধৰ্মনিৰপেক্ষতাত আঘাত হানিব নোৱাৰিব কোনো খেলুৱৈয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.