• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ বছৰে ধৰি গা নোধোৱা এগৰাকী চিকিৎসক, সদৰি কৰিলে ইয়াৰ পাছৰ বৈজ্ঞানিক কাৰণ

৫ বছৰে ধৰি গা নোধোৱা এগৰাকী চিকিৎসক, সদৰি কৰিলে ইয়াৰ পাছৰ বৈজ্ঞানিক কাৰণ

1 year ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

15 minutes ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

38 minutes ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

1 hour ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

2 hours ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

3 hours ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

3 hours ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

20 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

21 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

21 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

22 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

23 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫ বছৰে ধৰি গা নোধোৱা এগৰাকী চিকিৎসক, সদৰি কৰিলে ইয়াৰ পাছৰ বৈজ্ঞানিক কাৰণ

editor by editor
February 10, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
৫ বছৰে ধৰি গা নোধোৱা এগৰাকী চিকিৎসক, সদৰি কৰিলে ইয়াৰ পাছৰ বৈজ্ঞানিক কাৰণ
0
SHARES
457
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫ বছৰে ধৰি গা নোধোৱা এগৰাকী চিকিৎসক, সদৰি কৰিলে ইয়াৰ পাছৰ বৈজ্ঞানিক কাৰণ

গা ধোৱাটো পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়, কিন্তু সঁচাকৈয়ে ইয়াৰ প্ৰয়োজন আছেনে? এই বিশ্বাসক প্ৰত্যাহ্বান জনাবলৈ এজন চিকিৎসকে পাঁচ বছৰ ধৰি গা নোধোৱাৰ সিদ্ধান্ত লয়। ডাঃ জেমছ হেম্বলিন, যি এগৰাকী প্ৰতিৰোধমূলক আৰু জনস্বাস্থ্য বিশেষজ্ঞ। যি বিগত পাঁচ বছৰ ধৰি গা ধোৱা নাই।

২০২০ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ ক্লিন: দ্য নিউ চাইন্স অৱ স্কিনত শ্বেয়াৰ কৰিছে এই বিষয়ে। চিকিৎসগৰাকীয়ে কিদৰে ৫ বছৰ ধৰি তেনেদৰে থাকিব পাৰিছিল সেই বিষয়ে সবিস্তাৰে বৰ্ণনা কৰে। জানিব পৰা মতে এই চিকিৎসগৰাকী আমেৰিকাৰ।

চিকিৎসগৰাকীৰ এই বিষয়ে সদৰি হোৱাৰ পাছতে বহুতে প্ৰশ্ন কৰিছিল, কিদৰে সম্ভৱ এয়া, গা নোধোৱাকৈ থকাৰ ফলত শৰীৰৰ গোন্ধ কিয় নোলাল? ডাঃ হামবলিনৰ উত্তৰ আছিল যে তেওঁ নিয়মিতভাৱে চাবোনেৰে হাত ধুইছিল, প্ৰয়োজনত চুলি তিয়াইছিল আৰু শৰীৰত মলি দেখিলে পানীৰে পৰিষ্কাৰ কৰিছিল।

ডাঃ হামবলিনৰ মতে আমি গা ধুওঁতে বিশেষকৈ গৰম পানী আৰু চাবোন ব্যৱহাৰ কৰিলে আমাৰ ছালৰ প্ৰাকৃতিক তেল আৰু মাইক্ৰ’বায়’মৰ ক্ষতি হয়। ছালত উপস্থিত এই অণুজীৱই শৰীৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। বেছিকৈ গা ধুলে ছাল শুকুৱাই শৰীৰৰ প্ৰাকৃতিক প্ৰতিৰক্ষা ব্যৱস্থা দুৰ্বল কৰি তোলে।

তেওঁৰ মতে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গা ধোৱা একে কথা নহয়। পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰোগ প্ৰতিৰোধৰ লগত জড়িত, যেনে হাত ধোৱা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, আনহাতে গা ধোৱাৰ লগত সতেজতা আৰু সৌন্দৰ্য্যৰ সম্পৰ্ক আছে। সমাজ আৰু বিপণনৰ প্ৰভাৱৰ বাবে আমি দৈনিক গা ধোৱাৰ অভ্যাস গঢ়ি তুলিছো, কিন্তু স্বাস্থ্যৰ বাবে ই প্ৰয়োজনীয় নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত
বিনোদন

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

June 6, 2026
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ
জীৱনশৈলী

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

June 6, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

June 6, 2026
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!
বিনোদন

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

June 6, 2026
Next Post
মহামণ্ডলেশ্বৰ পদৰ পৰা পদত্যাগ মমতা কুলকাৰ্ণীৰ, ভিডিঅ’ যোগে কৰিলে সদৰি

মহামণ্ডলেশ্বৰ পদৰ পৰা পদত্যাগ মমতা কুলকাৰ্ণীৰ, ভিডিঅ' যোগে কৰিলে সদৰি

বিশ্বাস কৰিবনে! অনুৰাগীয়ে সঞ্জয় দত্তৰ নামত লিখি দিছিল ৭২ কোটি টকাৰ সম্পত্তি

বিশ্বাস কৰিবনে! অনুৰাগীয়ে সঞ্জয় দত্তৰ নামত লিখি দিছিল ৭২ কোটি টকাৰ সম্পত্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.