• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বাস কৰিবনে! অনুৰাগীয়ে সঞ্জয় দত্তৰ নামত লিখি দিছিল ৭২ কোটি টকাৰ সম্পত্তি

বিশ্বাস কৰিবনে! অনুৰাগীয়ে সঞ্জয় দত্তৰ নামত লিখি দিছিল ৭২ কোটি টকাৰ সম্পত্তি

2 years ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

1 hour ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

2 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

2 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

3 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

3 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

3 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

5 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

6 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

6 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

6 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

7 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বিশ্বাস কৰিবনে! অনুৰাগীয়ে সঞ্জয় দত্তৰ নামত লিখি দিছিল ৭২ কোটি টকাৰ সম্পত্তি

editor by editor
February 10, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বিশ্বাস কৰিবনে! অনুৰাগীয়ে সঞ্জয় দত্তৰ নামত লিখি দিছিল ৭২ কোটি টকাৰ সম্পত্তি
0
SHARES
359
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বাস কৰিবনে! অনুৰাগীয়ে সঞ্জয় দত্তৰ নামত লিখি দিছিল ৭২ কোটি টকাৰ সম্পত্তি

বলীউডৰ অভিনেতা-অভিনেত্ৰীৰ অনুৰাগীৰ সংখ্যাৰ লেখ-জোখ নাই। তাৰকা সকলৰ নামত ইমানেই পাগল কিছু অনুৰাগী আছে যে, প্ৰিয় তাৰকাৰ নামত যি কোনো কাম কৰিবলৈ মান্তি হৈ যায়। তেনেই এগৰাকী অনুৰাগীয়ে নিজৰ ৭২ কোটি টকাৰ সম্পত্তি লিখি দিয়ে সঞ্জয় দত্তৰ নামত।

২০১৮ চনত নিশা নামৰ এগৰাকী অনুৰাগীয়ে তেওঁৰ মৃত্যুৰ পিছত সঞ্জয় দত্তক তেওঁৰ ৭২ কোটি টকাৰ সম্পত্তি হস্তান্তৰ কৰিছিল। কিন্তু নিশা নামৰ মহিলাগৰাকীয়ে কোনোদিনে লগ পোৱা নাছিল প্ৰিয় তাৰকাগৰাকীক। এই মহিলাগৰাকীৰ নাম আছিল নিশা পাটিল।

খবৰ অনুসৰি ৬২ বছৰীয়া নিশা এগৰাকী গৃহিণী আৰু মুম্বাইৰ বাসিন্দা আছিল। মৃত্যুৰ পূৰ্বে তেওঁৰ ৭২ কোটি টকাৰ সমগ্ৰ সম্পত্তি সঞ্জু বাবালৈ হস্তান্তৰ কৰিছিল।

জানিব পৰা মতে, নিশা এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত আছিল, যাৰ মৃত্যু নিশ্চিত আছিল। সেয়ে নিজৰ নিশ্চিত মৃত্যুৰ বিষয়ে জনাৰ পাছত বেংকলৈ কেইবাখনো চিঠি লিখিছিল। সেই চিঠি বোৰত তেওঁ নিজৰ সকলো সম্পত্তি সঞ্জয় দত্তক হস্তান্তৰ কৰিবলৈ অনুৰোধ জনাইছিল।

আনহাতে সঞ্জয় দত্ত এই সকলোবোৰৰ বিষয়ে একেবাৰে অজ্ঞাত আছিল। মহিলাগৰাকীৰ মৃত্যুৰ পাছত যেতিয়া সকলো সম্পত্তি অভিনেতাগৰাকীৰ নামত গুচি যায়, তেতিয়া আৰক্ষীয়ে তাৰকাগৰাকীক এই বিষয়ে সদৰি কৰে। তেতিয়াহে এই সমষ্ট কতা জানিব পাৰে সঞ্জয় দত্তই।

কিন্তু এই খবৰ পোৱাৰ পিছত অভিনেতাজনে স্পষ্ট কৰি দিয়ে যে তেওঁ সম্পত্তিৰ দাবী নকৰে। তেওঁ নিশা পাটিলক ব্যক্তিগতভাৱে চিনি নাপায়। লগতে নিশা পাটিলৰ তেওঁৰ প্ৰতি থকা মৰম দেখি যথেষ্ট আচৰিত হয়। লগতে ইয়াকো কয় যে, প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া অনুসৰণ কৰি সম্পত্তি নিশাৰ পৰিয়াললৈ ঘূৰাই দিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bollywood actorbollywood starsanjay dutta
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক
স্বাস্থ্য

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

September 7, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

September 7, 2026
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!
বাণিজ্য

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

September 7, 2026
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ
জীৱনশৈলী

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

September 7, 2026
Next Post
অপেক্ষাৰ অন্ত, অনতি পলমে ধৰালৈ উভতি আহিব সুনিতা আৰু বুশ্ব উইলমোৰ, তাৰিখ সদৰি নাছাৰ

অপেক্ষাৰ অন্ত, অনতি পলমে ধৰালৈ উভতি আহিব সুনিতা আৰু বুশ্ব উইলমোৰ, তাৰিখ সদৰি নাছাৰ

শনি মাৰ্গী হোৱাৰ পূৰ্বে ৩ ৰাশিৰ মহালাভ, বৃদ্ধি পাব ধন-সম্পত্তি

শনি মাৰ্গী হোৱাৰ পূৰ্বে ৩ ৰাশিৰ মহালাভ, বৃদ্ধি পাব ধন-সম্পত্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.