• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপেক্ষাৰ অন্ত, অনতি পলমে ধৰালৈ উভতি আহিব সুনিতা আৰু বুশ্ব উইলমোৰ, তাৰিখ সদৰি নাছাৰ

অপেক্ষাৰ অন্ত, অনতি পলমে ধৰালৈ উভতি আহিব সুনিতা আৰু বুশ্ব উইলমোৰ, তাৰিখ সদৰি নাছাৰ

2 years ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

10 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

10 hours ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

11 hours ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

11 hours ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

11 hours ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

12 hours ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

13 hours ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

13 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

15 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

15 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

16 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অপেক্ষাৰ অন্ত, অনতি পলমে ধৰালৈ উভতি আহিব সুনিতা আৰু বুশ্ব উইলমোৰ, তাৰিখ সদৰি নাছাৰ

editor by editor
February 11, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব
0
অপেক্ষাৰ অন্ত, অনতি পলমে ধৰালৈ উভতি আহিব সুনিতা আৰু বুশ্ব উইলমোৰ, তাৰিখ সদৰি নাছাৰ
0
SHARES
331
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপেক্ষাৰ অন্ত, অনতি পলমে ধৰালৈ উভতি আহিব সুনিতা আৰু বুশ্ব উইলমোৰ, তাৰিখ সদৰি নাছাৰ

প্ৰায় ১ বছৰে ধৰি মহাকাশত আৱদ্ধ হৈ থকা নাছাৰ দুই মহাকাশবিজ্ঞানী সুনিতা উইলিয়ামছ আৰু বুশ্ব উইলমোৰৰ ক্ষেত্ৰত প্ৰকাশ পাইছে এক সুখবৰ। নাছাৰ ফালৰ পৰা সদৰি কৰা অনুসৰি অনতি পলমে ধৰালৈ উভতি আহিব দুয়োগৰাকী বৈজ্ঞানিক।

এই সন্দৰ্ভত আনকি তাৰিখো সদৰি নাছাৰ ফালৰ পৰা। ইতিমধ্যে সকলো সাজু কৰি তোলা হৈছে। সকলো ফালৰ পৰা প্ৰস্ততি তুংগত উঠিছে।

২০২৪ চনৰ জুনত ৮ দিনৰ বাবে গৈ বিগত ৮ মাহ ধৰি আৱদ্ধ হৈ থাকিব লগা হোৱা সুনিতা আৰু বুশ্বৰ উভতনি সন্দৰ্ভত নাছাই সদৰি কৰা তাৰিখ অনুসৰি অহা মাৰ্চ মাহৰ ১৯ তাৰিখে চুড়ান্ত কৰা হৈছে দুয়োগৰাকী উভতি অহাৰ তাৰিখ। যাৰ ফলত তেঁওলোকে মহাকাশত থকা মুঠ ২৮৬ দিন সম্পূৰ্ণ হব।

স্পেচএক্সৰ ক্ৰু-১০ মিছনৰ পৰিৱৰ্তনৰ বাবে এই উভতি অহা সম্ভৱ হ’ব হৈ উঠিছে। ২৯ ছেপ্টেম্বৰৰ পৰা আই এছ এছৰ সৈতে সংযুক্ত হৈ থকা স্পেচএক্সৰ ক্ৰু-১০ কেপচুলত উঠি উইলিয়ামছ আৰু উইলমৰে ধৰালৈ উভতি আহিব।

নাছাৰ নিয়ম অনুসৰি ক্ৰু-১০ অহালৈকে আই এছ এছত থাকিব লাগিব ক্ৰু-৯। ইয়াৰ ফলত নতুন দলটোৰ কামটো বুজি পোৱাত সহায় হয় আৰু কামটো কোনো বাধা নোহোৱাকৈ চলি থাকে। নাছাই নতুন ড্ৰেগন কেপচুল ব্যৱহাৰ কৰি যিমান পাৰি সোনকালে ক্ৰু-১০ উৎক্ষেপণ কৰিব বিচাৰিছে। ইয়াৰ ফলত উইলিয়ামছ আৰু উইলমৰে নিৰ্ধাৰিত সময়ত পৃথিৱীলৈ ঘূৰি আহিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Butch WilmorespaceSpace XSunita and ButchSunita Williams
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

September 6, 2026
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
জীৱনশৈলী

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

September 6, 2026
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক
জীৱনশৈলী

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

September 6, 2026
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা
ভাৰত

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

September 6, 2026
Next Post
শনি মাৰ্গী হোৱাৰ পূৰ্বে ৩ ৰাশিৰ মহালাভ, বৃদ্ধি পাব ধন-সম্পত্তি

শনি মাৰ্গী হোৱাৰ পূৰ্বে ৩ ৰাশিৰ মহালাভ, বৃদ্ধি পাব ধন-সম্পত্তি

মহাকুম্ভত পবিত্ৰ স্নান কৰি উভতি আহি থাকোতেই শোকাৱহ বাছ দুৰ্ঘটনা, নিহত ৭

মহাকুম্ভত পবিত্ৰ স্নান কৰি উভতি আহি থাকোতেই শোকাৱহ বাছ দুৰ্ঘটনা, নিহত ৭

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.