• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

3 weeks ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

54 minutes ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

1 hour ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

2 hours ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

2 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

3 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

3 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

4 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

5 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

8 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

10 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

10 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

editor by editor
June 7, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
0
SHARES
186
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাহেকীয়াত বহু মহিলাৰ পেটৰ বিষৰ সমস্যা হয়। সাধাৰণ যেন লাগিলেও এই সমস্যাই মহিলাসকলক যথেষ্ঠ কষ্ট দিয়ে। কিছুমানৰ বাবে এই বিষ মৃদু, আন কিছুমানৰ বাবে ইমানেই তীব্ৰ হ’ব পাৰে, যাৰ বাবে দৈনন্দিন কাম-কাজ সম্পন্ন কৰাত অসুবিধা হয়।

বহু মহিলাই মাহেকীয়াৰ বিষৰ পৰা উপশম পাবলৈ বিষনাশক ঔষধ সেৱন কৰে যদিও এই ঔষধসমূহৰ বিষয়ে বহু ভুল ধাৰণা আছে। বহুতে বিশ্বাস কৰে যে মাহেকীয়াৰ সময়ত পেইন কিলাৰ খাব নালাগে, ইয়াৰ দ্বাৰা প্ৰজনন ক্ষমতা হ্ৰাস পায় আৰু এনে বহুতো মিছা কথা বিয়পায়। গতিকে বিশেষজ্ঞৰ পৰা জানি লওঁক মাহেকীয়াৰ সময়ত বিষনাশক ঔষধ খোৱাটো সঁচাকৈয়ে নিৰাপদ নেকি?

ছ’চিয়েল মিডিয়াত ডাঃ কিউটেৰাছ নামেৰে জনপ্ৰিয় ডাঃ তনয়া নৰেন্দ্ৰই বুজাইছে যে জৰায়ুৰ সংকোচনৰ ফলত মাহেকীয়াৰ বিষ হয়।মাহেকীয়াৰ বিষৰ এটা কাৰণ হ’ল যেতিয়া জৰায়ু সংকোচিত হয়, তেতিয়া অক্সিজেনৰ যোগান সাময়িকভাৱে বন্ধ হৈ পৰে বা কমি যায়। এই অক্সিজেনৰ অভাৱেও বিষৰ সৃষ্টি কৰে।

মাহেকীয়াৰ সময়ত বিষনাশক ঔষধ সেৱন কৰাটো নিৰাপদনে?

ডাঃ তনয়াই বুজাইছে যে মাহেকীয়াৰ বিষৰ পৰা উপশম পাবলৈ বিষনাশক ঔষধ সেৱন কৰাটো সম্পূৰ্ণ নিৰাপদ। মাহেকীয়াৰ পেটৰ বিষৰ বাবে ব্যৱহাৰ কৰা বিষনাশক ঔষধৰ ভিতৰত ইবুপ্ৰফেন বা মেফেনামিক এচিড আদি অন্তৰ্ভুক্ত।

এই ঔষধে শৰীৰৰ প্ৰষ্টাগ্লেণ্ডিন উৎপাদন হ্ৰাস কৰে। যেতিয়া প্ৰষ্টাগ্লেণ্ডিন কম উৎপন্ন হয়, তেতিয়া জৰায়ুৰ সংকোচন কম হৈ যায়, যাৰ ফলত তৎক্ষণাত বিষৰ পৰা উপশম পোৱা যায়। তদুপৰি এই ঔষধবোৰে ঋতুস্ৰাৱৰ গধুৰ ৰক্তক্ষৰণ কিছু পৰিমাণে হ্ৰাস কৰাত সহায় কৰিব পাৰে।

বিষনাশক ঔষধৰ বিষয়ে ভ্ৰম

বহুতে বিশ্বাস কৰে যে বিষনাশক ঔষধ সেৱন কৰিলে আপোনাৰ শিশুটিৰ ক্ষতি হ’ব বা পিছত গৰ্ভধাৰণত অসুবিধা হ’ব, কিন্তু এইবোৰ মিছা। আপোনাৰ মাহেকীয়াৰ সময়ত গ্ৰহণ কৰা বিষনাশক ঔষধে মহিলাৰ জৰায়ু বা প্ৰজনন ক্ষমতাত কোনো বিৰূপ প্ৰভাৱ পেলোৱা নাই। এই ঔষধবোৰে কেৱল বিষৰ সংকেত আৰু প্ৰদাহ কেইঘণ্টামানৰ বাবে বন্ধ কৰি দিয়ে।

যদিও এই ঔষধসমূহ নিৰাপদ, তথাপিও খালী পেটত সেৱন কৰাটো পৰিহাৰ কৰিব লাগে। চিকিৎসকৰ নিৰ্দেশনা অনুসৰি সদায় সঠিক মাত্ৰা গ্ৰহণ কৰিব লাগে। যদি আপোনাৰ বিষ যথেষ্ট বেছি হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বাণিজ্য

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 27, 2026
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?
জীৱনশৈলী

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

June 27, 2026
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক
জীৱনশৈলী

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

June 27, 2026
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত
জীৱনশৈলী

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

June 27, 2026
Next Post
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.