• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

3 weeks ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

11 minutes ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

46 minutes ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

1 hour ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

10 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

10 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

11 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

12 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

13 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

13 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

14 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

15 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

মোদীৰ প্ৰশংসাত পঞ্চমুখ ড'নাল্ড ট্ৰাম্প

editor by editor
June 6, 2026
in বাণিজ্য, বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
0
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰতক লৈ সুৰ সলনি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুণ বখানিছে ট্ৰাম্পে। আমেৰিকাৰ প্ৰধানমন্ত্ৰীজনৰ প্ৰশংসাৰ পিছতে সামাজিক মাধ্যমত বহু কথা চৰ্চা হ’বলৈ আৰম্ভ কৰিছে। একাংশৰ প্ৰশ্ন ভাৰত আৰু আমেৰিকাই বাণিজ্যিক চুক্তিৰ দিশত আৰু এখোজ আগবাঢ়িলে নেকি?

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এজন ভাল বন্ধু বুলি প্ৰশংসা কৰে। তেওঁ এই বাণিজ্যিক চুক্তিক লৈ তেওঁ আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে, ট্ৰাম্পৰ বিশ্বাস নতুন দিল্লী আৰু ৱাশ্বিংটনে অতি সোনকালে বাণিজ্যিক চুক্তিত সন্মতি দিব।

ট্ৰাম্পৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ, কিয়নো তেওঁৰ প্ৰশাসনে এদিন পূৰ্বে ঘোষণা কৰিছিল যে ভাৰতকে ধৰি ৫৪খন দেশৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত অতিৰিক্ত ১২.৫ শতাংশ শুল্ক আৰোপ কৰাৰ পৰিকল্পনা কৰিছে। বলপূৰ্বক শ্ৰম বন্ধ কৰাত ব্যৰ্থ হোৱা ভাৰত, চীন, অষ্ট্ৰেলিয়া, জাপান, কাটাৰ, ৰাছিয়া, ইজৰাইল আদি দেশৰ বাবে শাস্তি হিচাপে অতিৰিক্ত শুল্ক আৰোপ কৰাৰ পৰিকল্পনা কৰিছিল।

হোৱাইট হাউছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয়, “আমাৰ (ভাৰত আৰু আমেৰিকা) চুক্তি হ’ব কাৰণ মই প্ৰধানমন্ত্ৰী মোদীক বহুত ভাল পাওঁ। তেওঁ মোৰ ভাল বন্ধু, আমাৰ মাজত ভাল সম্পৰ্ক আছে।”

কিন্তু বাণিজ্য চুক্তিৰ আলোচনাত ট্ৰাম্পে পুনৰ ভাৰতক আক্ৰমণ কৰে। তেওঁ কয় যে, ভাৰতে বহু বছৰ ধৰি আমেৰিকাৰ নীতিৰ সুবিধা লৈ আমেৰিকাৰ সামগ্ৰীৰ ওপৰত যথেষ্ঠ শুল্ক আৰোপ কৰিছে। ইয়াৰ বিপৰীতে আমেৰিকাক কোনো শুল্ক আদায় দিয়া নাই। এতিয়া ইয়াৰ বিপৰীতে হৈছে, আমেৰিকাই ভাৰতৰ পৰা যথেষ্ঠ লাভ অৰ্জন কৰিছে। এই প্ৰসংগত তেওঁ হাৰ্লি ডেভিডছন বাইকৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে, ভাৰতে ২০০ শতাংশ শুল্ক আৰোপ কৰাৰ বাবে এই বাইকসমূহ ভাৰতীয় বজাৰত বিক্ৰী কৰিব নোৱাৰিলে। এই বাইক কোম্পানীয়ে ভাৰতত এটা কাৰখানা নিৰ্মাণ কৰিছে, যিটো দুৰ্ভাগ্যজনক বুলি ট্ৰাম্পে উল্লেখ কৰে।

চলিত সপ্তাহৰ আৰম্ভণিতে অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ বিষয়ে আলোচনা কৰিবলৈ আমেৰিকাৰ প্ৰতিনিধি উপস্থিত হৈছিল, বাণিজ্য মন্ত্ৰালয়েও এই আলোচনা ইতিবাচক বুলি কয়। দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক চুক্তিৰ দ্বাৰা দুয়োপক্ষই কেনেদৰে লাভৱান হ’ব সেই বিষয়ে চৰ্চাও চলিছিল।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৭ ফেব্ৰুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে কথা পাতিছিল। সেই সময়ত দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰাৰম্ভিক কাঠামোৰ বিষয়ে আলোচনা কৰে। আমেৰিকাই ভাৰতৰ ওপৰত শুল্ক ৫০ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰিব বুলিও কয়। ইফালে ৰাছিয়াৰ তেল ক্ৰয়ৰ ওপৰত আৰোপ কৰা অতিৰিক্ত ২৫ শতাংশ শুল্কও আঁতৰোৱা হ’ব পাৰে। কিন্তু আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ২০ ফেব্ৰুৱাৰীত ট্ৰাম্পৰ পাৰস্পৰিক শুল্কক অনৈতিক বুলি ঘোষণা কৰে। তাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ১৫০ দিনৰ বাবে সকলো দেশৰ ওপৰত ১০ শতাংশ শুল্ক ঘোষণা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!
বিশ্ব

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

June 27, 2026
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড
বিনোদন

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

June 27, 2026
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ
জীৱনশৈলী

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

June 27, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
Next Post
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.