• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওনত দান কৰক এই পাঁচ সামগ্ৰী, খুলিব উন্নতিৰ দ্বাৰ, হ’ব ধনবৃদ্ধিও

শাওনত দান কৰক এই পাঁচ সামগ্ৰী, খুলিব উন্নতিৰ দ্বাৰ, হ’ব ধনবৃদ্ধিও

2 years ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

6 minutes ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

36 minutes ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

2 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

3 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

5 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

5 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

14 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

14 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

15 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

15 hours ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

16 hours ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শাওনত দান কৰক এই পাঁচ সামগ্ৰী, খুলিব উন্নতিৰ দ্বাৰ, হ’ব ধনবৃদ্ধিও

শাওনত দান কৰক এই পাঁচ সামগ্ৰী, খুলিব উন্নতিৰ দ্বাৰ, হ’ব ধনবৃদ্ধিও

editor by editor
August 4, 2024
in অসম, গুৱাহাটী, জীৱনশৈলী, বিবিধ, ভাৰত
0
শাওনত দান কৰক এই পাঁচ সামগ্ৰী, খুলিব উন্নতিৰ দ্বাৰ, হ’ব ধনবৃদ্ধিও
0
SHARES
8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৮ জুলাইৰ পৰা আৰম্ভ হৈছে শাওন মাহ৷ এই মাহত শিৱৰ পূজাৰ্চনাৰ বিশেষ মাহাত্ম্য আছে৷ শাস্ত্ৰ অনুসৰি শাওন মাহত শিৱৰ পূজা আৰু দান কৰিলে সমস্ত কষ্ট দূৰ হয়৷ নিজৰ ভক্তসকলৰ সমস্ত মনোকামনা পূৰ্ণ কৰে মহাদেৱে৷ এই বছৰ শাওনত ৪টা সোমবাৰ পৰিছে৷ এই মাহত বিশেষ কিছু দান কৰিলে শিৱৰ কৃপা অৰ্জন কৰা যায়৷ শিৱ পুৰাণতো এই সম্পৰ্কে উল্লেখ আছে৷ শাওন মাহত কি কি দান কৰিব? জানি থওক সবিশেষ৷

কলা তিল

শাওন মাহত শিৱৰ জলাভিষেকত কলা তিল দিবলৈ নাপাহৰিব৷ ইয়াৰ ফলত শিৱ আৰু শনিৰ অশীৰ্বাদ পোৱা যাব৷ যি ব্যক্তিৰ কোষ্ঠীত শনি গ্ৰহ দুৰ্বল আছে তেওঁলোকে শাওন মাহত সোমবাৰ আৰু শনিবাৰে কলা তিল দান কৰক৷ ইয়াৰ ফলত গ্ৰহদোষ সমাপ্ত হ’ব৷

নিমখ

বাস্তু শাস্ত্ৰ অনুসৰি নিমখে নেতিবাচক শক্তিক দূৰ কৰে৷ শিৱ পুৰাণ অনুসৰি কোনো ব্যক্তিয়ে কষ্ট আৰু সমস্যাত পৰি থাকিলে শাওন মাহত নিমখ দান কৰক৷ ইয়াৰ ফলত সেই দুঃসময় দূৰ হ’ব৷ জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাব৷

ৰুদ্ৰাক্ষ

ৰুদ্ৰাক্ষ শিৱৰ অত্যন্ত প্ৰিয়৷ শিৱৰ অশ্ৰুৰ পৰা ৰুদ্ৰাক্ষৰ উৎপত্তি৷ শিৱই নিজৰ ডিঙিত ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰে৷ শাস্ত্ৰমতে ৰুদ্ৰাক্ষক শিৱৰ অংশ বুলি কোৱা হয়৷ যি ব্যক্তিয়ে শাওন মাহত ৰুদ্ৰাক্ষ দান কৰে তেওঁৰ আয়ু বৃদ্ধি পায় আৰু অকালমৃত্যুৰ ভয় দূৰ হয়৷

ৰূপ

যি ব্যক্তিৰ কোষ্ঠীত কালসৰ্প দোষ আছে তেওঁলোকে শাওন মাহত ৰূপৰ সামগ্ৰী দান কৰক৷ ৰূপৰ সামগ্ৰী দান কৰিলে এই দোষৰ পৰা মুক্তি পাব৷ ইয়াৰোপৰি সন্তান লাভৰ বাবেও শাওন মাহত ৰূপ দান কৰা উচিত৷

চাউল

শাওন মাহত অক্ষত বা অখণ্ড চাউল দান কৰা অত্যন্ত সুফলদায়ী বুলি গণ্য কৰা হয়৷ শিৱ পুৰাণ অনুসৰি শিৱ পুজাৰ সময়ত এমুঠি অক্ষত শিৱলিংগত নিবেদন কৰক আৰু অসহায় সকলক চাউল দান কৰিলে উন্নতিৰ পথ প্ৰশস্ত হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabaraxom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়
বাণিজ্য

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

October 5, 2026
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!
বাণিজ্য

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

October 5, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

October 5, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

October 5, 2026
Next Post
অৰ্জুন বঁটা প্ৰাপক হিচাপে অলপ সন্মানো মোক নিদিলে…’ ভাৰতীয় এয়াৰ পিস্তল কোচলৈ উচ্ছেদৰ নটিছ, অলিম্পিক আধাতে এৰি দেশলৈ উভটিল মনুৰ প্ৰশিক্ষক সমৰেশ জংগ

অৰ্জুন বঁটা প্ৰাপক হিচাপে অলপ সন্মানো মোক নিদিলে...’ ভাৰতীয় এয়াৰ পিস্তল কোচলৈ উচ্ছেদৰ নটিছ, অলিম্পিক আধাতে এৰি দেশলৈ উভটিল মনুৰ প্ৰশিক্ষক সমৰেশ জংগ

প্ৰকৃত হি’ৰ এনেকুৱাই! ৱায়নাডক দেখি হৃদয় কান্দি উঠিছে দক্ষিণী অভিনেতা ৰামচৰণ, আল্লুৰ, ৰামচৰণে দিলে ১ কোটিৰ অনুদান

প্ৰকৃত হি’ৰ এনেকুৱাই! ৱায়নাডক দেখি হৃদয় কান্দি উঠিছে দক্ষিণী অভিনেতা ৰামচৰণ, আল্লুৰ, ৰামচৰণে দিলে ১ কোটিৰ অনুদান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.