অৱশেষত আৰক্ষীয়ে আটক কৰিলে ব্লেকমেইলাৰ দুলাল বৰাক৷
দিল্লীত আত্মগোপন কৰি থকা অৱস্থাতেই দুলালক আটক অসম আৰক্ষীৰ৷
দিল্লী আৰক্ষীয়ে আটক কৰিছে দুলাল বৰাক৷
এখন হাস্পতালৰ পৰা আৰক্ষীয়ে আটক কৰিছিল দুলাল বৰাক৷
পূৰ্বেই গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল দুলাল বৰাৰ অন্তবৰ্তী জামিনৰ আবেদন৷
দুলাল বৰাক এৰি দিয়া নহ’ব বুলি কিছুসময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছিল৷
আৰ টি আই কৰিলেও দুলাল বৰাক উত্তৰ প্ৰেৰণ নকৰিবলৈ আহ্বান জনাইছিল শৰ্মাই৷
সোণাৰীৰ এজন বিজেপি কৰ্মীৰ আত্মহত্যাৰ ঘটনাক নাম সাঙোৰ খাইছিল দুলালৰ৷
উচ্চ ন্যয়ালয়ে গোচৰটোৰ কেছ ডায়েৰী বিচাৰি নিৰ্দেশ দিছিল৷
আদালতত চৰকাৰৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা মাখন ফুকনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ