• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মা দুৰ্গাৰ এইবাৰ দোলাত আগমন, গমন হাতীত! জানক কি হ’ব পৰিণাম

মা দুৰ্গাৰ এইবাৰ দোলাত আগমন, গমন হাতীত! জানক কি হ’ব পৰিণাম

2 years ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

12 minutes ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

1 hour ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

2 hours ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

3 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

5 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

6 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

6 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

7 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

7 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

19 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মা দুৰ্গাৰ এইবাৰ দোলাত আগমন, গমন হাতীত! জানক কি হ’ব পৰিণাম

মা দুৰ্গাৰ এইবাৰ দোলাত আগমন, গমন হাতীত! জানক কি হ’ব পৰিণাম

editor by editor
September 4, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মা দুৰ্গাৰ এইবাৰ দোলাত আগমন, গমন হাতীত! জানক কি হ’ব পৰিণাম
0
SHARES
6.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চাৰিওফালে এক অস্থিৰ সময়৷ তাৰমাজতেই বাজি উঠিছে দেৱী দুৰ্গাৰ আগমনৰ সুৰ৷ আমাৰ সমাজত নাৰী একেবাৰেই নিৰাপদ নহয় বুলি নাৰীয়ে অভিযোগ তুলি থকাৰ মাজতেই নাৰীশক্তিৰ আৰাধনাৰ প্ৰস্তুতি আৰম্ভ হৈছে৷ আগন্তুক ১০ অক্টোবৰত দুৰ্গাপূজাৰ সপ্তমী৷ তাৰ পূৰ্বে ২ অক্টোবৰত মহালয়া অৰ্থাৎ দেৱীপক্ষৰ আৰম্ভণি৷ দুৰ্গাৰ আগমন আৰু প্ৰস্থানৰ বাহন আৰু তাৰ ফলাফলক লৈ সমাজত বহু কথা প্ৰচলিত আছে৷ দেৱী দুৰ্গা আৰু তেওঁৰ পুত্ৰ কন্যাৰ নিজস্ব একোখন বাহন থাকিলেও আগমন আৰু প্ৰস্থানৰ বাহনৰ কথা পৃথককৈ পঞ্জিকাত উল্লেখ আছে৷ হিন্দুশাস্ত্ৰ অনুসৰি দুৰ্গাৰ আগমন আৰু প্ৰস্থানৰ বাহন নিৰ্ধাৰণ কৰে মৰ্তলোকৰ বছৰটো কেনেকৈ পাৰ হ’ব৷  প্ৰতি বছৰে দুৰ্গাৰ আগমন আৰু প্ৰস্থান সাধাৰণতে একেই বাহনত নহয়৷ যদি কোনো বছৰত আগমনি আৰু প্ৰস্থানৰ বাহন একেই হয় তেন্তে খুব অশুভ ইংগিত বহন কৰে৷ এই বছৰ দুৰ্গাৰ আগমন আৰু প্ৰস্থান দুখন ভিন্ন বাহনেৰে হ’ব৷

মা দুৰ্গাৰ বিভিন্ন বাহন

পঞ্জিকা অনুসৰি পূজাৰ সপ্তমীত দেৱীৰ আগমন হয় আৰু গমন হয় দশমীত৷ এই দুই দিন সপ্তাহৰ কোন কোন বাৰত পৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি স্থিৰ হয় দেৱীৰ অহা যোৱা বাহন৷ শাস্ত্ৰ অনুসৰি সপ্তমী দেওবাৰ বা সোমবাৰ হ’লে দেৱীৰ বাহন হয় গজ বা হাতী৷ সপ্তমী শনি বা মঙলবাৰ হ’লে দেৱীৰ বাহন হয় ঘোঁৰা৷ সপ্তমী বৃহস্পতি বা শুক্ৰবাৰ হ’লে দেৱীৰ বাহন হয় দোলা বা পাল্কী৷  সপ্তমী বুধবাৰ হ’লে দেৱীৰ বাহন নৌকা৷ একেদৰে দশমী দেওবাৰ বা সোমবাৰ হ’লে দেৱীৰ বাহন গজ৷ দশমী শনি বা মঙলবাৰ হ’লে দেৱীয়ে গমন কৰিব ঘোঁৰাত৷ দশমী বৃহস্পতি বা শুকুৰবাৰ হ’লে দেৱীৰ গমন হ’ব দোলা বা পালকিত৷ আৰু দশমী বুধবাৰ হ’লে দেৱীয়ে নৌকাত কৈলাশলৈ উভতে৷

এই বছৰ দুৰ্গাৰ বাহন কি?

এই বছৰ ১০ অক্টোবৰ সপ্তমী পৰিছে বৃহস্পতিবাৰে৷ সেয়ে দুৰ্গাৰ আগমন হ’ব দোলা বা পালকিত৷ আগন্তুক ১৩ অক্টোবৰ দেওবাৰে পৰিছে বিজয়া দশমী৷ মা দুৰ্গাই পুত্ৰ কন্যাসহিতে কৈলাশলৈ উভতিব গজ বা হাতীৰ পিঠিত৷ শাস্ত্ৰমতে দুৰ্গাই যদি পালকিত আহে, তেতিয়া ‘দোলায়াং মকৰং ভৱেৎ’ অৰ্থাৎ মহামাৰী, ভূমিকম্প, খৰাং, যুদ্ধ  বা অকালমৃত্যু হ’ব পাৰে৷ বিপুল প্ৰাণহানি অনিৰ্বাৰ্য৷ দেৱী উভতিব গজ বা হাতীত৷ শাস্ত্ৰমতে যি দেৱীৰ উৎকৃষ্ঠতম বাহন৷ দেৱীৰ আগমন বা গমন হাতীত গ’লে মৰ্ত্যলোক ভৰি উঠিব সুখ শান্তি সমৃদ্ধিৰে৷ পূৰ্ণ হয় ভক্তৰ মনোবাঞ্চা৷ পৰিশ্ৰমৰ সুফল পায় মৰ্ত্যলোক অধিবাসীগণে৷ অতিবৃষ্টি বা অনাবৃষ্টি নহয়, ঠিক যিমান প্ৰয়োজন সিমান বৰ্ষণ৷

দুৰ্গাৰ অন্য বাহনৰ মাহাত্ম্য

মা দুৰ্গাৰ অন্য বাহনসমূহ ভিতৰত যদি দেৱী ঘোঁৰাত আহে বা বিদায় লয় তাৰ ফল হয়, ‘ছত্ৰ ভংগ স্তুৰঙ্গমে’ অৰ্থাৎ সামাজিক, ৰাজনৈতিক আৰু সামৰিক অস্থিৰতা বৃদ্ধি পায়, ৰজায় ৰজায় বা দেশে দেশে যুদ্ধ হয়৷ সামাজিক আৰু ৰাজনৈতিকস্তৰত ধ্বংস আৰু অস্থিৰতাই বিৰাজ কৰে৷ এক কথাত ‘ছত্ৰভঙ্গম৷’ দেৱীৰ অহা বা যোৱা নৌকাত যোৱা হ’লে শস্য বুদ্ধিস্তথাজলম অৰ্থাৎ প্ৰৱল বন্যা আৰু খৰাঙে দেখা দিয়ে৷ নৌকাত মনোকামনা পূৰ্ণ হোৱা সূচিত হয়৷ ধৰিত্ৰী হৈ উঠে শস্য শ্যামলা৷ কিন্তু ইয়াৰ সৈতে অতি বৰ্ষণ বা প্লাৱণৰ আশংকাও দেখা দিয়ে৷ৰ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

March 16, 2026
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!
স্বাস্থ্য

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

March 16, 2026
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!
জীৱনশৈলী

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

March 16, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
Next Post
১৮ বছৰ পাছত কন্যা ৰাশিত সূৰ্য-শুক্ৰ-কেতু, ৩ গ্ৰহৰ মেলাত টকাৰ পাহাৰ গঢ়িব এই ৫ৰাশিৰ জাতকে

১৮ বছৰ পাছত কন্যা ৰাশিত সূৰ্য-শুক্ৰ-কেতু, ৩ গ্ৰহৰ মেলাত টকাৰ পাহাৰ গঢ়িব এই ৫ৰাশিৰ জাতকে

মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?

মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.