• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্কটৰ পৰা সাৱধান! এই ৫ লক্ষণে দেখা দিলে তাৎক্ষণিকভাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবই

কৰ্কটৰ পৰা সাৱধান! এই ৫ লক্ষণে দেখা দিলে তাৎক্ষণিকভাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবই

3 years ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

15 minutes ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

50 minutes ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

1 hour ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

2 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

3 hours ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

13 hours ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

13 hours ago
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

14 hours ago
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

15 hours ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

16 hours ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

17 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৰ্কটৰ পৰা সাৱধান! এই ৫ লক্ষণে দেখা দিলে তাৎক্ষণিকভাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবই

editor by editor
November 26, 2022
in জীৱনশৈলী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
কৰ্কটৰ পৰা সাৱধান! এই ৫ লক্ষণে দেখা দিলে তাৎক্ষণিকভাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবই
0
SHARES
106.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশেষজ্ঞই প্ৰকাশ কৰা মতে কৰ্কট নিৰ্ণয়ৰ বাবে আধুনিক যন্ত্ৰপাতি আৱিষ্কাৰ হৈছে৷ কেৱল সচেতনতা অৱলম্বন কৰি সময় অনুসৰি পৰীক্ষা কৰাটোৱে গুৰুত্বপূৰ্ণ কথা৷ কৰ্কটে আক্ৰমণ কৰিলে আমাৰ শৰীৰত পোনতে কেইটামান বিশেষ লক্ষণে দেখা দিয়ে৷ এই উপসৰ্গসমূহলৈ লক্ষ্য ৰাখি কৰ্কটৰ পৰীক্ষা কৰাটো অতিকৈ প্ৰয়োজন৷ কিন্তু এটা কথা ঠিক যে উপসৰ্গসমূহ থাকিলেও কৰ্কট হ’বই সেই কথা সম্পূৰ্ণৰূপে নিশ্চিতও নহয়৷ কৰ্কটৰ আৰম্ভণিতে কি কি উপসৰ্গই সাধাৰণতে দেখা দিয়ে?

দ্ৰুত ওজন কমা
কোনো কাৰণ অবিহনেই খুব কম সময়ৰ ব্যৱধানত শৰীৰৰ ওজন অত্যাধিক কমি গ’লে সাৱধান হোৱাটো প্ৰয়োজন৷ কিয়নো ইয়ো কৰ্কটৰে এটা উপসৰ্গ৷

ক্লান্তি
দিনজুৰি কাম-কাজ কৰাৰ অন্তত শৰীৰত ক্লান্তি অনুভৱ হয়৷ সেয়া সাধাৰণ কথা৷ প্ৰত্যেক ব্যক্তিয়েই এই ক্লান্তি অনুভৱ কৰেই৷ কিন্তু কৰ্কটৰ বাবে শৰীৰত অনুভৱ কৰা ক্লান্তি কিছু সুকীয়া৷ কোনো কাম নকৰাকৈ পুৱাৰে পৰাই শৰীৰত ক্লান্তভাৱ, কোনো কাম কৰিবলৈকে মন নোযোৱা আদি লক্ষণ কৰ্কটৰ উপসৰ্গ৷ কাৰণ খাদ্যৰ মাধ্যমেৰেহে শৰীৰত ভিটামিন, খনিজ পদাৰ্থ আদি কোষসমূহে লাভ কৰে৷ কিন্তু কৰ্কটে আক্ৰমণ কৰিলে কোষসমূহে সুচাৰুৰূপে কাম কৰিব নোৱাৰাত পৰে৷ ফলত দেহত পুষ্টিৰ অভাৱ ঘটে৷

জ্বৰ
ঋতু পৰিবৰ্তনৰ কাৰণে প্ৰায় সংখ্যকৰে চৰ্দি-জ্বৰ-কাহ আদি হয়৷ ভাইৰেল ফিভাৰ সাধাৰণতে চিনিৰ পৰা ৭ দিনলৈ থাকে৷ এনেকৈ জ্বৰ হোৱাটোত চিন্তাৰ কাৰণ নাই৷ কিন্তু কেইটামান দিন পাছে পাছে জ্বৰ হৈ থাকিলে এয়া কিন্তু কৰ্কটৰ লক্ষণ৷ ঘনাই জ্বৰ হৈ থাকিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চপাৰ ওপৰিও জ্বৰ কেইঘণ্টালৈ থাকে? নিশা জ্বৰ উঠে নে দিনত উঠে এইকেইটা দিশত নজৰ দিয়াটো দৰকাৰ৷

শৰীৰত বিষ
বহু ৰোগৰ প্ৰধান উপসৰ্গ হৈছে শৰীৰত অনুভূত হোৱা বিষ৷ কৰ্কটৰো উপসৰ্গ হৈছে শৰীৰত অনুভূত হোৱা বিষ৷ কোনো কাৰণ নোহোৱাকৈয়ে শৰীৰৰ বিভিন্ন ঠাইত বিষ হ’লে সতৰ্ক হ’ব লাগে৷ চিকিৎসকৰ পৰামৰ্শও গ্ৰহণ কৰিব লাগে৷ সকলোধৰণৰ বিষেই কৰ্কটৰ উপসৰ্গ এনে নহয়৷ কৰ্কটজনিত বিষ সাধাৰণতে কোনো নিৰ্দিষ্ট স্থানত হয়৷ শৰীৰৰ কোনো অংশ টেমুনাৰ দৰে হৈ পৰে৷ ফুলি উঠা স্থানতেই বিষ অনুভুত হয়৷

ছালত পৰিবৰ্তন
মানৱ দেহৰ সৰ্বাধিক বৃহৎ অংগই হৈছে ছাল৷ আমাৰ আভ্যন্তৰত কোনো সমস্যা হ’লে ছালতো পৰিবৰ্তন আহে৷ উদাহৰণ হিচাপে যদি আমি চাওঁ, জণ্ডিছৰ অন্যতম লক্ষণ ছালতহে ধৰা পৰে৷ জণ্ডিছ হ’লে ছাল হালধীয়া হৈ পৰে৷ কিন্তু শুনি আচৰিত হ’ব যে জণ্ডিছ কৰ্কটৰ বাবেও হ’ব পাৰে৷ সেয়ে ছালত কিবা পৰিবৰ্তন আহিলেও পৰীক্ষা কৰোৱাটো অত্যন্ত জৰুৰী৷ আনহাতে যদি ছালত নতুন নতুন তিল বা মাহ আদি ওলাই, আকাৰো বাঢ়ি গৈ থাকে তেন্তে এই বিষয়েও চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান
বিশ্ব

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

March 17, 2026
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!
জীৱনশৈলী

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

March 17, 2026
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ
বিবিধ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

March 17, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

March 17, 2026
Next Post
সুন্দৰী যুৱতীৰে মধুনিশা যাপনৰ যো-জা, তেনেতেই দুৱাৰত টক টক শব্দ, তাৰপিছত…

সুন্দৰী যুৱতীৰে মধুনিশা যাপনৰ যো-জা, তেনেতেই দুৱাৰত টক টক শব্দ, তাৰপিছত...

এক ৰাতিতেই ৩০ গৰাকী যৌনকৰ্মীৰে গণমিলন! ফিফা বিশ্বকাপত ফুটবলৰ সমান্তৰালকৈ থাকে নেকি যৌনতাৰ খেল?

এক ৰাতিতেই ৩০ গৰাকী যৌনকৰ্মীৰে গণমিলন! ফিফা বিশ্বকাপত ফুটবলৰ সমান্তৰালকৈ থাকে নেকি যৌনতাৰ খেল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.