• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

1 year ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

58 minutes ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

14 hours ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

14 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

15 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

16 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

16 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

17 hours ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

17 hours ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

18 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

19 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

19 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

editor by editor
June 22, 2025
in বিজ্ঞান, বিবিধ, বিশ্ব, লেখা
0
নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?
0
SHARES
277
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিটো গ্ৰহই নিজৰ কক্ষপথত ঘূৰি আছে৷ এই কথা আমি সকলোৱে জানো৷ কিন্তু এইবাৰ পৃথিৱীক লৈ চমকপ্ৰদ তথ্য দিছে বিজ্ঞানীয়ে৷ বিজ্ঞানীয়ে কৈছে যে নিজৰ কক্ষপথৰ পৰা  আঁতৰি যাব পাৰে পৃথিৱী৷ বিজ্ঞানীয়ে ধাৰণা কৰিছে যে পৃথিৱী নিজৰ কক্ষপথৰ পৰা আঁতৰি যাব পাৰে৷ কিন্তু কিয় আঁতৰিব সেই তথ্যও দিছে বিজ্ঞানীয়ে৷ এই সৌৰজগতৰ পৰা বাহিৰলৈ ওলাই যাব পাৰে সূৰ্য৷ যি হাৰত পৃথিৱীৰ দিশলৈ বিভিন্ন গ্ৰহানু বিভিন্ন সময়ত আহিব ধৰিছে সেই গ্ৰহাণুৰ কাষেৰে পাৰ হৈ যোৱা গতিয়ে পৃথিৱীৰ ঘূৰ্ণনত ব্যাঘাত হানিছে৷ আনকি ইয়াৰ ফলত পৃথিৱীয়ে নিজৰ কক্ষপথৰ পৰা আঁতৰিও যাব পাৰে৷

গৱেষণাৰ পৰা জনা গৈছে যে সৌৰজগতৰ বাহিৰত আৰু সৌৰজগত আছে৷ তাৰপৰা সূৰ্যৰ দৰে কোনো নক্ষত্ৰই যদি নিজৰ ফালে আকৰ্ষণ কৰে তেন্তে তাৰ সকলোতকৈ বেছি প্ৰভাৱ পৰিব পৃথিৱীত৷ এই সূৰ্যই আমাৰ সূৰ্যৰ তুলনাত ১০ হাজাৰ গুণ ডাঙৰ৷ ফলত তাৰ টান বহু বেছি হব৷ সমস্ত সৌৰজগতৰ মাজত পৃথিৱীতেই প্ৰাণ আছে৷ সেয়ে ইয়াৰ পৰিবেশ অন্য গ্ৰহতকৈ পৃথক৷ বিশেষ বৈশিষ্ট্য থকাৰ বাবে পৃথিৱীক নিজৰ দিশলৈ টানি নিব পাৰে সেই সূৰ্যই৷

https://www.ndtv.com/science/earth-could-be-ejected-out-of-the-solar-system-study-warns-8729337

সম্প্ৰতি কেইবাবছৰৰ মাজত প্ৰচুৰ গ্ৰহাণু পৃথিৱীৰ ফালে আহিছে৷ অৱশ্যে গ্ৰহাণুকেইটাই পৃথিৱীক আঘাত কৰা নাই৷ এই ঘটনা কিন্তু সাধাৰণ ঘটনাও নহয়৷ সৌৰজগতত ইয়াৰ বিস্তৃত প্ৰভাৱ পৰিছে৷ সৌৰজগতৰ বাকী গ্ৰহই য’ত গ্ৰহাণুৰ দ্বাৰা ক্ষতিগ্ৰস্থ হয় পৃথিৱীৰ ক্ষেত্ৰত সেয়া নহয়৷ ইয়াৰ প্ৰভাৱ অৱশ্যে পৃথিৱীতো নপৰা নহয়৷ পৃথিৱীৰ কক্ষপথত ইয়াৰ প্ৰভাৱ পৰিছে৷

বুধক সকলোতকৈ আগত সেই সৌৰজগতে টানি নিব পাৰে৷ ইয়াৰপাছতেই বাকী গ্ৰহসমূহ৷ তাৰ পূৰ্বেই কিন্তু পৃথিৱী নিজৰ কক্ষপথ বিচ্যুত হব পাৰে বুলিও জনাইছে বিজ্ঞানীয়ে৷ পৃথিৱী হেৰাই যাব পাৰে মহাশূন্যত৷ অন্য কোনো সূৰ্যলোকৰ অতিথি হৈ পৰিব পাৰে আমাৰ পৃথিৱী৷ অৱশ্যে এয়া সম্ভাৱনাহে৷ এই সময় আহিবলৈ এতিয়াও বহু শ বছৰ বাকী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!
জীৱনশৈলী

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

September 5, 2026
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?
জীৱনশৈলী

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

September 4, 2026
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?
বিবিধ

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

September 4, 2026
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?
জীৱনশৈলী

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

September 4, 2026
Next Post
জুলাই মাহত মুঠ ১৩ দিন বেংক বন্ধ থাকিব, জানি থওক ছুটিৰ তালিকা

জুলাই মাহত মুঠ ১৩ দিন বেংক বন্ধ থাকিব, জানি থওক ছুটিৰ তালিকা

জগন্নাথৰ অতি প্ৰিয় এই ৪ ৰাশি, বিপদত এওঁলোকৰ কাষত সদায়ে থাকে জগন্নাথ

জগন্নাথৰ অতি প্ৰিয় এই ৪ ৰাশি, বিপদত এওঁলোকৰ কাষত সদায়ে থাকে জগন্নাথ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.