- ৰাজ্যত ভূমিকম্পৰ জোকাৰণি
- ৭.২৮বজাত ভূমিকম্পৰ কম্পন
- ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য ৩.১
- ভূমিকম্পটোৰ অভিকেন্দ্ৰ ধুবুৰী
- ধুবুৰীৰ পৰা পৰা ১০ কিলোমিটাৰ নিলগত ভূমিকম্পটোৰ অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে।
- হতাহত হোৱাৰ কোনো খবৰ লাভ কৰা নাই
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ