• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সলনি হ’ব মানৱ ব্ৰেইন! ছমাহৰ ভিতৰতেই মানৱ মস্কিষ্কত লগোৱা হ’ব কম্পিউটাৰ চিপ…

সলনি হ’ব মানৱ ব্ৰেইন! ছমাহৰ ভিতৰতেই মানৱ মস্কিষ্কত লগোৱা হ’ব কম্পিউটাৰ চিপ…

3 years ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

7 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

8 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

8 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

8 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

9 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

10 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

10 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

12 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

12 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

13 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

14 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সলনি হ’ব মানৱ ব্ৰেইন! ছমাহৰ ভিতৰতেই মানৱ মস্কিষ্কত লগোৱা হ’ব কম্পিউটাৰ চিপ…

editor by editor
December 3, 2022
in জীৱনশৈলী, প্ৰযুক্তি, বিশ্ব
0
সলনি হ’ব মানৱ ব্ৰেইন! ছমাহৰ ভিতৰতেই মানৱ মস্কিষ্কত লগোৱা হ’ব কম্পিউটাৰ চিপ…
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মঙল গ্ৰহলৈ মানুহ পঠিওৱাৰ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰিক গাড়ীলৈ সকলো বিপ্লৱ, বিজ্ঞানৰ একাধিক আৱিষ্কাৰৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এলন মাস্ক। মাটিৰ তলেৰে টানেলযোগে যোগাযোগ ব্যৱস্থা ক্ষেত্ৰতো বিশেষ উন্নীতকৰণৰ বাবেও কাম কৰি আছে মাৰ্কিন ধনকুবেৰগৰাকীয়ে। সম্প্ৰতি টুইটাৰ কিনি শিৰোনাম দখল কৰা এলনে মানৱ সভ্যতাৰ ইতিহাসত নতুন অধ্যায় সংযোগ কৰাৰ বাবেও মন মেলিছে। এলনে শেহতীয়াকৈ প্ৰকাশ কৰা অনুযায়ী মানুহৰ মস্তিষ্কত বিশেষ চিপ বহুৱাৰো কাম আৰম্ভ কৰিছে এলনৰ সংস্থাই।

যি চিপ মানৱ মস্তিষ্কত দিয়া হ’ব সেই চিপৰ সৈতে কম্পিউটাৰ সংযোগ থাকিব। আগন্তুক ৬ মাহৰ ভিতৰত মানৱ মস্তিষ্কত বিশেষ চিপ লগোৱাৰ কাম আৰম্ভ কৰিছে সংস্থাটোৱে। মাস্কৰ দাবী এই প্ৰযুক্তিত সফল হ’লে মানুহ আৰু শক্তিশালী হৈ উঠিব। মাস্কৰ বিশেষ সংস্থা Neuralink-য়ে এই কাম কৰা আৰম্ভ কৰিছে। এই খবৰ ভাইৰেল হোৱাৰ পাছতেই বহুতৰে মত যে এই প্ৰযুক্তিত মাস্ক সফল হ’লে সলনি হ’ব মানৱ সভ্যতাৰ ইতিহাস। এই প্ৰডাক্টৰ বাবে মাৰ্কিন নিয়ামক সংস্থাৰ ওচৰত আবেদনো দাখিল কৰিছে মাস্কৰ নিউৰলিংকে। এই অনুমোদন পাছ হ’লেই ব্যৱহাৰিক দিশত কামকাজ আৰম্ভ হ’ব বুলিও জনাইছে সংস্থাটোৱে।

কেনেকৈ এই প্ৰযুক্তিয়ে কাম কৰিব?

এলন মাস্কে জনোৱা অনসৰি, এক সুৰক্ষিত প্ৰডাক্ট তৈয়াৰ কৰা সহজ কথা নহয়। যিহেতু ব্ৰেইনৰ সৈতে এই চিপ সংযোগ কৰা হ’ব। এলনে এক উদাহৰণ দাঙি ধৰি দেখুওৱাই যে কেনেকৈ নিউৰলিংক চিপ মস্তিষ্কত সোমোৱাই দিয়া হ’ব। কম্পিউটাৰৰ কী বৰ্ড স্পৰ্শ নকৰিলেও মস্তিষ্কই ভাবিলেই অট টাইপিং হ’ব। এলনে প্ৰকাশ কৰা মতে এই ডিভাইছৰ আৰু আপগ্ৰেড কৰা হ’ব।

উল্লেখ্য যে মস্কিষ্কৰ চিপ তৈয়াৰ কৰাৰ কামতেই বিজ্ঞানীসকল জড়িত হৈ আছে এনে নহয়। এলনে প্ৰকাশ কৰা মতে মানুহৰ স্নায়ু দুৰ্বল হৈ গৈছে সেয়ে মেৰুদণ্ডটো চিপ লগোৱাব পৰাৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছে বিজ্ঞানী। এই কাৰ্যত সফল হ’লেই স্নায়ু দুৰ্বল মানুহে এই প্ৰযুক্তিৰ জৰিয়তে উপকৃত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!
জীৱনশৈলী

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

May 21, 2026
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?
জীৱনশৈলী

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

May 21, 2026
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?
জীৱনশৈলী

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

May 21, 2026
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি
জীৱনশৈলী

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

May 21, 2026
Next Post
বিৰক্তিকৰ শব্দ! খঙতে একো নাই হৈ কাষৰ বিছনাত থকা ৰোগীয়ে বন্ধ কৰি দিলে ভেণ্টিলেটৰ মেছিন, তাৰপাছত…

বিৰক্তিকৰ শব্দ! খঙতে একো নাই হৈ কাষৰ বিছনাত থকা ৰোগীয়ে বন্ধ কৰি দিলে ভেণ্টিলেটৰ মেছিন, তাৰপাছত...

কোনো উপায়েৰেই কাহ কমা নাই? হাওঁফাওঁৰ কৰ্কটৰেই লক্ষণ নেকি? কেনেকৈ বুজিব, সবিশেষ…

কোনো উপায়েৰেই কাহ কমা নাই? হাওঁফাওঁৰ কৰ্কটৰেই লক্ষণ নেকি? কেনেকৈ বুজিব, সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.