• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰক্তিকৰ শব্দ! খঙতে একো নাই হৈ কাষৰ বিছনাত থকা ৰোগীয়ে বন্ধ কৰি দিলে ভেণ্টিলেটৰ মেছিন, তাৰপাছত…

বিৰক্তিকৰ শব্দ! খঙতে একো নাই হৈ কাষৰ বিছনাত থকা ৰোগীয়ে বন্ধ কৰি দিলে ভেণ্টিলেটৰ মেছিন, তাৰপাছত…

4 years ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

2 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

2 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

3 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

3 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

4 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

5 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

5 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

6 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

6 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

7 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

7 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বিৰক্তিকৰ শব্দ! খঙতে একো নাই হৈ কাষৰ বিছনাত থকা ৰোগীয়ে বন্ধ কৰি দিলে ভেণ্টিলেটৰ মেছিন, তাৰপাছত…

editor by editor
December 3, 2022
in অপৰাধ, বিশ্ব, স্বাস্থ্য
0
বিৰক্তিকৰ শব্দ! খঙতে একো নাই হৈ কাষৰ বিছনাত থকা ৰোগীয়ে বন্ধ কৰি দিলে ভেণ্টিলেটৰ মেছিন, তাৰপাছত…
0
SHARES
13.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৭২ বছৰীয়া এগৰাকী বৃদ্ধা এগৰাকী ৰোগীৰ বিৰুদ্ধে উঠিছে হত্যৰ অভিযোগ। হাস্পতালত থকা অৱস্থাতেই এজন মৃত্যুমুখী ৰোগীক ভেণ্টিলেছন বন্ধ কৰি মাৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছে বৃদ্ধাগৰাকীৰ বিৰুদ্ধে। কিন্তু কিয় বৃদ্ধাগৰাকীয়ে বন্ধ কৰিছিল ভেণ্টিলেটৰৰ ছুইচ? এবাৰেই বন্ধ কৰিছিল এনে নহয় দুবাৰকৈ বৃদ্ধাগৰাকীয়ে বন্ধ কৰি দিছিল ভেণ্টিলেটৰৰ ছুইচ।

কিয় বন্ধ কৰিছিল ভেণ্টিলেটৰৰ ছুইচ?

এই অমানৱিক আচৰণৰ আঁৰত আছে এটাই কাৰণ। ভেণ্টিলেছন যন্ত্ৰৰ শব্দই অসুবিধা দিছিল বৃদ্ধাগৰাকীক। যাৰ বাবে বৃদ্ধাগৰাকীয়ে বন্ধ কৰি দিছিল ভেণ্টিলেছনৰ ছুইচ। আৰক্ষীয়ে বৃ্দ্ধাগৰাকীক সোধপোছ কৰি কি ধাৰা লগাব সেই বিষয়টোক লৈ অসুবিধাৰ সন্মুখীন হৈছে। হত্যাৰ অভিযোগত আটক কৰা বৃদ্ধা ৰোগীগৰাকী জাৰ্মানীৰ দক্ষিণপশ্চিম চহৰ মেনহেমৰ বাসিন্দা। ২৯ নৱেম্বৰত জাৰ্মানীৰ এখন হাস্পতালত এই ঘটনা।

কি ঘটিছিল ৰোগীসকলৰ মাজত?
আৰক্ষীয়ে প্ৰকাশ কৰা মতে হাস্পতালত কেইবাদিনো ধৰি ভৰ্তি হৈ আছিল বৃদ্ধাগৰাকী। বৃদ্ধাগৰাকীক ৰখা বিছনাখনৰ কাষতেই আছিল অইন এগৰাকী গুৰুতৰ ৰোগী। ৰোগীজনক ভেণ্টিলেছনত ৰখা হৈছিল। ভেণ্টিলেছনৰ শব্দত বিৰক্ত হৈছিল কাষত থকা ৰোগীগৰাকী। অৱশেষত সেই শব্দ সহ্য কৰিব নোৱাৰি ভেণ্টিলেছন বন্ধ কৰি দিলে বৃদ্ধাগৰাকীয়ে। হাস্পতালৰ কৰ্মীয়ে লগে লগেই সেই বিষয়ে গম পোৱাত ততাতৈয়াকৈ ভেণ্টিলেছন অন কৰি দিয়ে। লগতে বৃদ্ধাক সোঁৱৰাই দিয়ে যাতে আৰু এনে কাম তেওঁ নকৰে। কাৰণ এনেকৈ ভেণ্টিলেছন বন্ধ কৰি দিলে ৰোগীজনৰ মৃত্যু হ’ব।

বৃদ্ধাই হাস্পতাল কৰ্তৃপক্ষৰ কথা শুনিলে যদিও পাছত পুনৰ তেনে কামেই কৰিলে। ক্ষন্তেক পাছতেই বৃদ্ধাগৰাকীয়ে আকৌ ভেণ্টিলেছনৰ ছুইচ বন্ধ কৰি দিয়ে। এই কাৰ্যত হাস্পতাল কৰ্তৃপক্ষই অসহায় হৈ আৰক্ষীক খবৰ দিয়ে। হাস্পতাল কৰ্তৃপক্ষই দিয়া গোচৰৰ ভিত্তিত আৰক্ষীয়ে বৃদ্ধাক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে আদালতত হাজিৰো কৰা হয় বৃদ্ধাক। আদালতত দোষী সাব্যস্ত হৈছে বৃদ্ধা। শাস্তি হিচাপে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বৃদ্ধাক।

উল্লেখ্য যে ভেণ্টিলেছন মানেই লাইফ জেকেট। ৰোগীৰ শাৰীৰিক অৱস্থা জটিল হ’লে স্বাভাৱিকভাৱে শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট হয়। সেইবাবে কৃত্ৰিম উপায়েৰে ৰোগীজনক অক্সিজেন দি থকা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
বিশ্ব

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

September 25, 2026
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা
জীৱনশৈলী

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

September 25, 2026
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক
জীৱনশৈলী

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

September 25, 2026
বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?
অপৰাধ

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

September 25, 2026
Next Post
কোনো উপায়েৰেই কাহ কমা নাই? হাওঁফাওঁৰ কৰ্কটৰেই লক্ষণ নেকি? কেনেকৈ বুজিব, সবিশেষ…

কোনো উপায়েৰেই কাহ কমা নাই? হাওঁফাওঁৰ কৰ্কটৰেই লক্ষণ নেকি? কেনেকৈ বুজিব, সবিশেষ...

মন্ত্ৰী জয়ন্তমল্লই কৈছে, ‘বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী’

মন্ত্ৰী জয়ন্তমল্লই কৈছে, ‘বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.