• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনো উপায়েৰেই কাহ কমা নাই? হাওঁফাওঁৰ কৰ্কটৰেই লক্ষণ নেকি? কেনেকৈ বুজিব, সবিশেষ…

কোনো উপায়েৰেই কাহ কমা নাই? হাওঁফাওঁৰ কৰ্কটৰেই লক্ষণ নেকি? কেনেকৈ বুজিব, সবিশেষ…

4 years ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

38 minutes ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

53 minutes ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

2 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

3 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

4 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

16 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

16 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

17 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

18 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

19 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

20 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোনো উপায়েৰেই কাহ কমা নাই? হাওঁফাওঁৰ কৰ্কটৰেই লক্ষণ নেকি? কেনেকৈ বুজিব, সবিশেষ…

editor by editor
December 3, 2022
in জীৱনশৈলী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
কোনো উপায়েৰেই কাহ কমা নাই? হাওঁফাওঁৰ কৰ্কটৰেই লক্ষণ নেকি? কেনেকৈ বুজিব, সবিশেষ…
0
SHARES
962
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দিনকদিনে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা৷ কৰ্কট গুপ্তঘাতকৰ দৰে৷ আগতীয়াকৈ কৰ্কটৰ লক্ষণসমূহ প্ৰকাশ নহয়৷ পৰিসংখ্যা অনুযায়ী সৰহসংখ্যক কৰ্কট আক্ৰান্ত ৰোগীৰেই প্ৰাথমিক অৱস্থাত এই ৰোগ ধৰা নপৰে৷

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণা অনুসৰি, বেছিভাগ ক্ষেত্ৰত কাহ হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগৰ এক মুখ্য লক্ষণ। আন কেইবাটাও অধ্যয়নে একেটা তথ্যই প্ৰমাণ কৰি দেখুৱাইছে। প্ৰায়৬৫ শতাংশ কৰ্কটৰোগীৰ ক্ষেত্ৰত, পোনতেই এই কাহৰ সমস্যাই দেখা দিয়ে৷ যদি হাওফাওৰ কৰ্কট বাঢ়ি থাকে তেন্তে কাহৰ সমস্যাও দিনকদিনে বাঢ়ি থাকে৷ বিশেষকৈ এই ঠাণ্ডাৰ দিনকেইটাত কাহৰ সমস্যা প্ৰায়সংখ্যক লোকৰেই হয়৷

কোনটো কাহ কিহৰ লক্ষণ?
শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ প্ৰথম লক্ষণ হৈছে কাহ। হাওঁফাওঁৰ কৰ্কট ৰোগত, বহুবাৰ বায়ুপথ অৱৰুদ্ধ হয়, সেয়েহে কাহ হয়। আকৌ, হাওঁফাওঁৰ কৰ্কটত বুকুত পানী জমা হোৱা লক্ষণেও দেখা দিয়ে৷ ইয়াক প্লুৰাল ইফিউচন বুলি কোৱা হয়। কিন্তু এই সকলোবোৰৰ প্ৰাথমিক লক্ষণ হৈছে কাহ। বহুসময়ত শ্লেষ্মাচৰ চলাচল অৱৰুদ্ধ কৰে৷ ইয়াৰ ফলত কাহৰ সমস্যাই দেখা দিয়ে৷ কিন্তু সাধাৰণ কাহৰ সৈতে ইয়াৰ পাৰ্থক্য হৈছে যে সাধাৰণ কাহ কেইসপ্তাহমানতকৈ বেছি নাথাকে। যদি কাহ কেইসপ্তাহমানতকৈ বেছি সময় থাকে, প্ৰায় ২-৩ মাহ ধৰি থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন থাকে৷

বুকুৰ বিষ

বুকুৰ বিষ যদি ঘনাই হৈ থাকে, তেন্তে এই লক্ষণো হাওফাওৰ কৰ্কটৰেই লক্ষণ৷ বহুসময়ত শ্বাস-প্ৰশ্বাস লওতে বুকুত বিষ অনুভূত হয়৷ অলপ কাহিলেই ক্লান্ত হৈ পৰাও হাওফাওৰ কৰ্কটৰেই এটা লক্ষণ৷

অন্যান্য লক্ষণ
কৰ্কট আক্ৰান্ত হ’লে অন্যান্য বহুকেইটা লক্ষণে দেখা দিয়ে৷ বহু ৰোগীৰ হঠাতেই শৰীৰৰ ওজন কমি যায়৷ ভোক নলগা, ঠাণ্ডা লাগি থকা আদিও কৰ্কটৰেই লক্ষণ৷

উল্লেখ্য যে সাধাৰণ মানুহৰ ক্ষেত্ৰত কৰ্কটৰ লক্ষণ চিনি পোৱা সহজ নহয়৷ প্ৰয়োজন অনুসৰি যথাযথ পৰীক্ষা কৰাটো জৰুৰী৷ এনেদৰে কাহ হৈ থাকিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

August 18, 2026
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!
বিশ্ব

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

August 18, 2026
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই
বিনোদন

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

August 18, 2026
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!
ভাৰত

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

August 18, 2026
Next Post
মন্ত্ৰী জয়ন্তমল্লই কৈছে, ‘বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী’

মন্ত্ৰী জয়ন্তমল্লই কৈছে, ‘বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী’

এই গাৱঁৰ প্ৰত্যেকেই পাৰ কৰে শতক! নব্বৈ বছৰতো মাতৃ হয় একোগৰাকী নাৰী…

এই গাৱঁৰ প্ৰত্যেকেই পাৰ কৰে শতক! নব্বৈ বছৰতো মাতৃ হয় একোগৰাকী নাৰী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.