• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মন্ত্ৰী জয়ন্তমল্লই কৈছে, ‘বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী’

মন্ত্ৰী জয়ন্তমল্লই কৈছে, ‘বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী’

4 years ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

57 seconds ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

19 minutes ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

48 minutes ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

1 hour ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

2 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

2 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

3 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

4 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

5 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

6 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

7 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মন্ত্ৰী জয়ন্তমল্লই কৈছে, ‘বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী’

editor by editor
December 3, 2022
in অসম, ৰাজনীতি
0
মন্ত্ৰী জয়ন্তমল্লই কৈছে, ‘বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী’
0
SHARES
510
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিদ্বেষমূলক তথা সাম্প্ৰদায়িক মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী৷ কাৰণ তেওঁ যিধৰণৰ বক্তব্য দিছে, তাৰ পৰা এটা কথা স্পষ্ট যে, তেওঁ ৰাজনৈতিক সন্ত্ৰাস চলাব বিচাৰে৷’

মন্ত্ৰীগৰাকীয়ে বদৰুদ্দিন আজমলৰ বক্তব্যৰ ওপৰত ধিক্কাৰ দি কয়, ‘তেওঁ এজন সাংসদ হিচাপে অসমৰ লগতে সমগ্ৰ ভাৰতৰ সভ্যতা-সংস্কৃতি আৰু নাৰী জাতিসম্পৰ্কে যিধৰণৰ কুৎচিত মন্তব্য আগবঢ়ালে, সেয়া অতিকৈ লজ্জাজনক৷ অসমীয়া জাতি সজাগ হ’ব লাগিব৷ আমি আজমলক বাংলাদেশী মূলৰ মিয়াবিলাকৰ মহানায়ক হোৱাত বাধা দিব লাগিব৷’

জয়ন্তমল্ল বৰুৱাই ক্ষোভেৰে কয় যে, আজমলে ভাৰতবৰ্ষৰ সংস্কৃতিক কুঠাৰাঘাত কৰিছে৷ সনাতনী সভ্যতা-সংস্কৃতিৰ ওপৰত ইমান বিৰূপ মন্তব্য আগবঢ়াইছে যে অসমীয়া জাতিটোক আঘাত কৰিছে৷ অতি দুখজনক বিষয়টো হ’ল যে, অসমৰ পৰা বাংলাদেশীমূলৰ মানুহৰ দ্বাৰা হোৱা জনবিস্ফোৰণৰ বাবেই আজমলৰ নিচিনা মানুহক অসমৰ সাংসদ হিচাপে পাইছোঁ বুলিও আক্ষেপ প্ৰকাশ কৰে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

October 14, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?
ৰাজনীতি

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

October 13, 2026
বিজেপি নেতাৰ গৃহত ডকাইতি
ৰাজনীতি

বিজেপি নেতাৰ গৃহত ডকাইতি

October 13, 2026
Next Post
এই গাৱঁৰ প্ৰত্যেকেই পাৰ কৰে শতক! নব্বৈ বছৰতো মাতৃ হয় একোগৰাকী নাৰী…

এই গাৱঁৰ প্ৰত্যেকেই পাৰ কৰে শতক! নব্বৈ বছৰতো মাতৃ হয় একোগৰাকী নাৰী...

দিল্লীত পুনৰ মুণ্ডহীন গেলা মৃতদেহ উদ্ধাৰ! কুকুৰেই খাই পেলাইছিল দেহৰ অৰ্ধাংশ…

দিল্লীত পুনৰ মুণ্ডহীন গেলা মৃতদেহ উদ্ধাৰ! কুকুৰেই খাই পেলাইছিল দেহৰ অৰ্ধাংশ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.