• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Elon Muskৰ ছিক্ৰেট যমজ সন্তানৰ চৰ্চা! পত্নী এই সন্তানৰ মাতৃ নহয়, যমজ সন্তানদ্বয়ৰ মাতৃ কোন?

Elon Muskৰ ছিক্ৰেট যমজ সন্তানৰ চৰ্চা! পত্নী এই সন্তানৰ মাতৃ নহয়, যমজ সন্তানদ্বয়ৰ মাতৃ কোন?

3 years ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

5 minutes ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

26 minutes ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

50 minutes ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

2 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

2 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

3 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

4 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

4 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

5 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

6 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

6 hours ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Elon Muskৰ ছিক্ৰেট যমজ সন্তানৰ চৰ্চা! পত্নী এই সন্তানৰ মাতৃ নহয়, যমজ সন্তানদ্বয়ৰ মাতৃ কোন?

editor by editor
September 8, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
Elon Muskৰ ছিক্ৰেট যমজ সন্তানৰ চৰ্চা! পত্নী এই সন্তানৰ মাতৃ নহয়, যমজ সন্তানদ্বয়ৰ মাতৃ কোন?
0
SHARES
238
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টুইটাৰক এক্স লৈ ৰূপান্তৰ কৰাৰ পাছতেই চৰ্চাত আছে এলন মাস্ক৷ এক্সত এটাৰ পাছত আনটো সালসলনি৷ এইবাৰ কিন্তু এক্সতকৈয়ো আন এক বিষয়কলৈহে চৰ্চা হৈছে এলনৰ৷ এখন বিশেষ ফটো৷ ফটোখনক লৈ প্ৰায় প্ৰত্যেক ইউজাৰকাৰীয়ে নিজা নিজা মন্তব্য দাঙি ধৰিছে৷ এলন এইবাৰ যমজ সন্তানৰ পিতৃ হ’ল৷

এলন মাস্কক দেখা গ’ল যমজ সন্তানৰ সৈতে
সামাজিক মাধ্যমত এখন ফটো খুবেই ভাইৰেল হৈ আছে৷ ভাইৰেল ফটোখনত এলন মাস্কৰ কোলাত দেখা গৈছে এহাল যমজ সন্তান৷ যমজ সন্তান দুটিৰ বয়স খুব সম্ভৱ ১৬ মাহ৷ যমজ সন্তানেই নহয় এলনৰ কাষত আছে এগৰাকী সুন্দৰী যুৱতীও৷ সুন্দৰী যুৱতীগৰাকীৰ নাম শিৱান জিলিছ৷

এলনৰ আত্মজীৱনী লিখি থকা লেখক ৱাল্ডাৰ ইছাকচনে পোনতে এই ছবি সামাজিক মাধ্যমত পষ্ট কৰিছিল৷ এই ফটোখনৰ সৈতে তেওঁ কিছু তথ্যও শ্বেয়াৰ কৰিছে৷ ইছাকচনে লিখিছে, ‘এই ফটোখন তোলাৰ সময়ত এই যমজ শিশুদ্বয়ৰ বয়স আছিল ১৬ মাহ৷ সেই সময়ত মাস্ক টেক্সাছৰ অষ্টিনত জিলিছৰ ঘৰত আছিল৷’ উল্লেখ্য যে এই সন্তানদ্বয়ৰ পিতৃ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই লেখক ইছাকচনে৷ কিন্তু তেওঁ জনোৱা তথ্যমতে শিৱান জিলিছে ২০২১ চনত আইভিএফৰ জৰিয়তে মাতৃ হৈছে৷

কেইগৰাকী সন্তান আছে এলন মাস্কৰ?
এলন মাস্কৰ পূৰ্বৰ ৭ টা সন্তান আছে৷ কিন্তু এই দুই যমজ সন্তান যদি এলনৰ নিজা তেন্তে এলন বৰ্তমানলৈ ৯ টা সন্তানৰ পিতৃ হৈছে৷ মাস্কৰ পূৰ্বৰ পত্নী জাষ্টিন বিলছনৰ তৰফৰ পৰা ৫টা সন্তান আছে এলনৰ৷ আনহাতে তেঁওৰ প্ৰেয়সী কানাডিয়ান সংগীতজ্ঞ গ্ৰাইমছৰ পৰা দুটা সন্তান আছে এলন মাস্কৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া
জীৱনশৈলী

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

April 11, 2026
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ
বাণিজ্য

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

April 11, 2026
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ
জীৱনশৈলী

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

April 11, 2026
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত
জীৱনশৈলী

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

April 11, 2026
Next Post
প্ৰধানমন্ত্ৰী মই ব্ৰিটেইনৰ কিন্তু ভাৰত বুলিলেই মই আৱেগিক, হিন্দু হিচাপে এই দেশৰ প্ৰতি মোৰ আত্মিক টান আছে… ভাৰতৰ মাটিত ভৰি দিয়েই হিন্দু ধৰ্মক প্ৰশংসা ঋষি ছুনাকৰ

প্ৰধানমন্ত্ৰী মই ব্ৰিটেইনৰ কিন্তু ভাৰত বুলিলেই মই আৱেগিক, হিন্দু হিচাপে এই দেশৰ প্ৰতি মোৰ আত্মিক টান আছে... ভাৰতৰ মাটিত ভৰি দিয়েই হিন্দু ধৰ্মক প্ৰশংসা ঋষি ছুনাকৰ

হৃদয়ত হিন্দুত্ববাদ, মুখত জয় শ্ৰী ৰাম… G-20 বৈঠকৰ মাজতে পত্নীসহিতে অক্ষৰধাম মন্দিৰত পূজা অৰ্চনা ঋষি ছুনাকৰ

হৃদয়ত হিন্দুত্ববাদ, মুখত জয় শ্ৰী ৰাম... G-20 বৈঠকৰ মাজতে পত্নীসহিতে অক্ষৰধাম মন্দিৰত পূজা অৰ্চনা ঋষি ছুনাকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.