• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হৃদয়ত হিন্দুত্ববাদ, মুখত জয় শ্ৰী ৰাম… G-20 বৈঠকৰ মাজতে পত্নীসহিতে অক্ষৰধাম মন্দিৰত পূজা অৰ্চনা ঋষি ছুনাকৰ

হৃদয়ত হিন্দুত্ববাদ, মুখত জয় শ্ৰী ৰাম… G-20 বৈঠকৰ মাজতে পত্নীসহিতে অক্ষৰধাম মন্দিৰত পূজা অৰ্চনা ঋষি ছুনাকৰ

3 years ago
নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

15 minutes ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

1 hour ago
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

2 hours ago
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

3 hours ago
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

4 hours ago
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

4 hours ago
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

5 hours ago
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

6 hours ago
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

7 hours ago
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

7 hours ago
সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

9 hours ago
বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হৃদয়ত হিন্দুত্ববাদ, মুখত জয় শ্ৰী ৰাম… G-20 বৈঠকৰ মাজতে পত্নীসহিতে অক্ষৰধাম মন্দিৰত পূজা অৰ্চনা ঋষি ছুনাকৰ

editor by editor
September 10, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
হৃদয়ত হিন্দুত্ববাদ, মুখত জয় শ্ৰী ৰাম… G-20 বৈঠকৰ মাজতে পত্নীসহিতে অক্ষৰধাম মন্দিৰত পূজা অৰ্চনা ঋষি ছুনাকৰ
0
SHARES
57
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ G-20 বৈঠক উপলক্ষ্যে ভাৰতলৈ আহিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাক। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে ভাৰতৰ মাটিত ভৰি দিয়েই হিন্দু ধৰ্মৰ প্রশংসাত পঞ্চমুখ হৈ পৰিছে। শুকুৰবাৰে ভাৰতত উপস্থিত হোৱা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছুনাকে দেওবাৰে পুৱাই দিল্লীস্থিত অক্ষৰধাম মন্দিৰ দৰ্শনৰ বাবে গৈছে। ভাৰতীয় বংশোদ্ভূতৰ ঋষি ছুনাকে পত্নীসহ উপস্থিত হৈছে অক্ষৰধাম মন্দিৰত।

ছুনাকে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ লোৱাৰ পাছতেই ব্ৰিটেইনতো হিন্দু ধৰ্মৰ প্রসাৰ বৃদ্ধি পাইছে। ছুনাকে নিজাববীয়াকৈ বিগত বৰ্ষত দীপাৱলীৰো আয়োজন কৰিছিল। নিজকে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে চিনাকী দিয়াৰ ওপৰিও এগৰাকী গৰ্বিত হিন্দু বুলিও পৰিচয় দিয়ে ছুনাকে। হিন্দু ৰীতি-নীতি, সংস্কৃতি আৰু ধৰ্মীয় আচাৰত তেওঁ বিশ্বাস ৰাখে। ব্ৰিটেইনৰ একাধিক ধৰ্মীয় অনুষ্ঠানতো তেঁও অংশগ্ৰহণ কৰি আহিছে। জন্মাষ্টমীও পালন কৰে। কিন্তু এইবাৰ জন্মাষ্টমীৰ সময়তে তেওঁ ভাৰতলৈ আহিবলগা হোৱাত জন্মাষ্টমী পালন কৰিব নোৱাৰিলে। শুকুৰবাৰে দুপৰীয়া ঋষি ছুনাকে ভাৰতত ভৰি দিয়েই কয়, ‘মই এগৰাকী গৰ্বিত হিন্দু। হিন্দু হিচাপে মই জন্ম হৈছো। ভাৰতলৈ আহিছো যেতিয়া কোনো মন্দিৰত দৰ্শন কৰাৰ ইচ্ছা আছে। ৰাখীবন্ধনৰ উৎসৱ পালন কৰিলো যদিও জন্মাষ্টমী এইবাৰ পালন কৰিব নোৱাৰিলো।’

শুকুৰবাৰে দিনৰ ২ বাজি ১৫ মিনিটত দিল্লীত সপত্নীক উপস্থিত হৈছিল ঋষি ছুনাক। পত্নী অক্ষতা মূৰ্তিক লৈ হাজিৰ হোৱা প্ৰধানমন্ত্ৰী ছুনাকে G-20ৰ সন্মিলনত অংশ লোৱাৰ উপৰিও নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠক কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌৱে তেওঁক স্বাগতম জনায়। তেঁও ভাষণৰ আৰম্ভণিতেই ‘জয় শ্ৰী ৰাম’ ধ্বনিও দিয়ে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী তথা তেওঁৰ পত্নীক উপহাৰ হিচাপে এডাল ৰুদ্ৰাক্ষৰ মালা এখন ভাগৱত গীতা আৰু হনুমান চালিছা উপহাৰত আগবঢ়াই। শনিবাৰে ঋষি ছুনাকৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ অন্তত এক্স হেণ্ডেলত সমূহ তথ্য তুলি ধৰিছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুজনৰ আলিংগনৰ ফটোও শ্বেয়াৰ কৰিছে প্রধানমন্ত্ৰী মোদীয়ে। হিন্দুত্বৰ প্ৰসংগত ঋষি ছুনাকে কয়, ‘মই ভাৱো বিশ্বাস এনে এক বিষয় যিয়ে সকলোকে বাছি থকাত সহায়ে কৰে। বিশেষকৈ আপুনি যদি সমস্যাৰে জৰ্জৰিত হৈ থাকে তেন্তে ঈশ্বৰ বিশ্বাসে আপোনাক শক্তি যোগাই। চাপমুক্ত হৈ কাম কৰাৰ প্ৰেৰণা দিয়ে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!
জীৱনশৈলী

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

August 1, 2026
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!
জীৱনশৈলী

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

August 1, 2026
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ
বাণিজ্য

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

August 1, 2026
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ
বিনোদন

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

August 1, 2026
Next Post
অবিশ্বাসৰ ছায়া আঁতৰাই বিশ্বাস আৰু ভৰষা ওভটাই আনিব লাগিব, বিশ্বৰ আগশাৰীৰ দেশে মানি ল’লে মোদীৰ কেইবাটাও প্ৰস্তাৱ

অবিশ্বাসৰ ছায়া আঁতৰাই বিশ্বাস আৰু ভৰষা ওভটাই আনিব লাগিব, বিশ্বৰ আগশাৰীৰ দেশে মানি ল’লে মোদীৰ কেইবাটাও প্ৰস্তাৱ

তৃতীয় দিনাই আদিপুৰুষৰ ৰেকৰ্ড ভাঙি শীৰ্ষত জাৱান, বিশ্বজুৰি মুঠ কিমান আয় কৰিলে শ্বাহৰুখৰ ছবিয়ে?

তৃতীয় দিনাই আদিপুৰুষৰ ৰেকৰ্ড ভাঙি শীৰ্ষত জাৱান, বিশ্বজুৰি মুঠ কিমান আয় কৰিলে শ্বাহৰুখৰ ছবিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.