• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অবিশ্বাসৰ ছায়া আঁতৰাই বিশ্বাস আৰু ভৰষা ওভটাই আনিব লাগিব, বিশ্বৰ আগশাৰীৰ দেশে মানি ল’লে মোদীৰ কেইবাটাও প্ৰস্তাৱ

অবিশ্বাসৰ ছায়া আঁতৰাই বিশ্বাস আৰু ভৰষা ওভটাই আনিব লাগিব, বিশ্বৰ আগশাৰীৰ দেশে মানি ল’লে মোদীৰ কেইবাটাও প্ৰস্তাৱ

3 years ago
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

12 minutes ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

53 minutes ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

1 hour ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

2 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

3 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

3 hours ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

4 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

4 hours ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

5 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

5 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

6 hours ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অবিশ্বাসৰ ছায়া আঁতৰাই বিশ্বাস আৰু ভৰষা ওভটাই আনিব লাগিব, বিশ্বৰ আগশাৰীৰ দেশে মানি ল’লে মোদীৰ কেইবাটাও প্ৰস্তাৱ

editor by editor
September 10, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত, ৰাজনীতি
0
অবিশ্বাসৰ ছায়া আঁতৰাই বিশ্বাস আৰু ভৰষা ওভটাই আনিব লাগিব, বিশ্বৰ আগশাৰীৰ দেশে মানি ল’লে মোদীৰ কেইবাটাও প্ৰস্তাৱ
0
SHARES
88
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ G-20 সন্মিলনত ভাৰতে বিশ্বক দিছে এটাৰ পাছত আনটো চক৷ উদ্বোধনী ভাষণতেই বিশ্বক বিশেষ বাৰ্তা দিছে প্রধানমন্ত্ৰী মোদীয়ে৷ G-20ৰ দেশসমূহৰ মাজত এইবাৰ নতুনকৈ যুক্ত হৈছে আফ্ৰিকান ইউনিয়নো৷ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৬০ খনতকৈয়ো অধিক চহৰত G-20ৰ বৈঠক অনুষ্ঠিত কৰিছে৷ ভাৰতে G-20 ত আগভাগ লোৱাৰ ওপৰিও G-20 আফ্ৰিকান ইউনিয়নক G-20ৰ সদস্যপদ দিবৰ বাবে প্ৰস্তাৱ দি আহিছিল৷ মোদীৰ সেই প্ৰস্তাৱত আটাইকেইখন দেশেই সন্মতি প্ৰদান কৰাত এইবাৰৰ পৰা আফ্ৰিকান ইউনিয়নো G-20ৰ সদস্য ৰাষ্ট্ৰ হৈছে৷

বিশ্বজুৰি অবিশ্বাসৰ বাতাবৰণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বৰ মাজত পাৰস্পৰিক বিশ্বাসৰ সংকট হোৱা ভাষণৰ আৰম্ভণিতে প্ৰকাশ কৰে৷ তেওঁ কয়, ‘এয়াই উপযুক্ত সময়৷ দীৰ্ঘদিনীয়া পুৰণি চেলেঞ্জসমূহক আমি মোকাবিলা কৰিব লাগিব৷৷ বিশ্বত মানৱতা আৰু শান্তিৰ প্ৰতীক হিচাপে আমি নিজেই শান্তিৰ বাৰ্তা কঢ়িয়াব লাগিব৷ কৰ’না মহামাৰীৰ সময়ত বিশ্বজুৰি বিশ্বাসহীনতাৰ এক পৰিবেশৰ জন্ম হৈছে৷ যুদ্ধই এই পৰিস্থিতি সংকটৰ দিশেৰে লৈ গৈছে৷ যদি আমি কভিডক হৰুৱাব পাৰিছো তেন্তে এই বিশ্বাসহীনতা আঁতৰোৱাটো আমাৰ বাবে টান কাম নহয়৷ G-20ৰ সভাপতি দেশ হিচাপে আমি সমগ্ৰ বিশ্বক আহ্বান জনাইছো, এই অবিশ্বাসৰ ছায়া আঁতৰাই বিশ্বাস আৰু ভৰষা ওভটাই আনিব লাগিব৷’

ছবকা ছাথ, ছবকা বিশ্বাস, ছবকা প্ৰয়াসৰ মন্ত্ৰ G-20ৰ সদস্য দেশসমূহক শিকালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ অবিশ্বাসৰ ক্ষতস্থান প্ৰলেপ দি ভাৰতে সকলোকে মাৰ্গ দৰ্শন কৰোৱা কাৰ্যকো উদ্বোধনী ভাষণত প্ৰকাশ কৰিছে মোদীয়৷ প্রধানমন্ত্ৰী মোদীয়ে কয়, ‘দিল্লীত আঢ়ৈ হাজাৰ বছৰ পুৰণি এটা স্তম্ভত লিখা হৈছে মানৱজাতিৰ কল্যাণৰ কথা৷ এই সন্মিলনে সেই বাৰ্তা আৰু বেছি বাস্তৱায়িত কৰি তুলিব৷’

শনিবাৰে পুৱা ১০ বজাৰ পৰা প্ৰথম পৰ্যায়ৰ বৈঠকতেই এই ভাষণ প্ৰদান কৰিছে মোদীয়ে৷ এই বৈঠকত উপস্থিত থাকে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা, ব্ৰিটিছ প্রধানমন্ত্ৰী ঋষি ছুনাক, মাৰ্কিন প্ৰেছিডেণ্ট জ’ বাইডেনসহ কেইবাগৰাকী ৰাষ্ট্ৰনেতা৷ ইয়াৰোপৰি এই সভাত উপস্থিত থাকে ৰাষ্ট্ৰপুঞ্জৰ মহাসচিৱ এণ্টনিঅ’ গুতাৰেছ, বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান টেড্ৰছ আধান্যম ঘেব্ৰাইছাছসহ অন্য কেইবাজনো নেতা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?
জীৱনশৈলী

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

May 26, 2026
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো
জীৱনশৈলী

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

May 26, 2026
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি
জীৱনশৈলী

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

May 26, 2026
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?
জীৱনশৈলী

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

May 26, 2026
Next Post
তৃতীয় দিনাই আদিপুৰুষৰ ৰেকৰ্ড ভাঙি শীৰ্ষত জাৱান, বিশ্বজুৰি মুঠ কিমান আয় কৰিলে শ্বাহৰুখৰ ছবিয়ে?

তৃতীয় দিনাই আদিপুৰুষৰ ৰেকৰ্ড ভাঙি শীৰ্ষত জাৱান, বিশ্বজুৰি মুঠ কিমান আয় কৰিলে শ্বাহৰুখৰ ছবিয়ে?

গণেশ চতুৰ্থীও দুদিন! ঘৰত কি কি নিয়ম মানি পূজা কৰিব?

গণেশ চতুৰ্থীও দুদিন! ঘৰত কি কি নিয়ম মানি পূজা কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.