• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তৃতীয় দিনাই আদিপুৰুষৰ ৰেকৰ্ড ভাঙি শীৰ্ষত জাৱান, বিশ্বজুৰি মুঠ কিমান আয় কৰিলে শ্বাহৰুখৰ ছবিয়ে?

তৃতীয় দিনাই আদিপুৰুষৰ ৰেকৰ্ড ভাঙি শীৰ্ষত জাৱান, বিশ্বজুৰি মুঠ কিমান আয় কৰিলে শ্বাহৰুখৰ ছবিয়ে?

3 years ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

শীঘ্ৰে কৰক, নহ’লে নাপাব LPG Cylinder, এটা ভুলে ৰাজসাহায্যৰ পৰাও কৰিব পাৰে বঞ্চিত!

8 minutes ago
নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

46 minutes ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

2 hours ago
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

3 hours ago
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

3 hours ago
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

4 hours ago
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

5 hours ago
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

5 hours ago
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

6 hours ago
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

7 hours ago
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

8 hours ago
সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

তৃতীয় দিনাই আদিপুৰুষৰ ৰেকৰ্ড ভাঙি শীৰ্ষত জাৱান, বিশ্বজুৰি মুঠ কিমান আয় কৰিলে শ্বাহৰুখৰ ছবিয়ে?

editor by editor
September 10, 2023
in বাণিজ্য, বিনোদন, ভাৰত
0
তৃতীয় দিনাই আদিপুৰুষৰ ৰেকৰ্ড ভাঙি শীৰ্ষত জাৱান, বিশ্বজুৰি মুঠ কিমান আয় কৰিলে শ্বাহৰুখৰ ছবিয়ে?
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জাৱানে যেন প্ৰতিটো বলতেই ছিক্স কোবাইছে৷ মুক্তিলাভ কৰাৰ পাছৰে পৰাই ছবিখনক লৈ দৰ্শকৰ বিপুল উছাহ দেখা গৈছে৷ শ্বাহৰুখৰ মেজিক আকৌ এবাৰ দেখিছে দেশবাসীয়ে৷ প্ৰথমদিনাই ছবিখনে বক্স অফিচয় আয় কৰিছে ৭৫ কোটি৷ মাত্ৰ তিনিদিনতেই বিশ্বজুৰি জাৱানে আয় কৰিছে ৩৫০ কোটি৷ দুদিনত শ্বাহৰুখ অভিনীত ছবিখনে আয় কৰিছিল ২৪০ কোটি৷ দুদিনত সৰ্বাধিত আয় কৰা ছবি আদিপুৰুষৰ ৰেকৰ্ড ভাঙিছে জাৱানে৷ প্রভাছ অভিনীত আদিপুৰুষে দুদিনত আয় কৰিছিল ২৪০ কোটি৷ কিন্তু প্ৰথম দুদিনৰ দৰে তৃতীয় দিনা আয় কৰিব নোৱাৰিলে আদিপুৰুষে৷ সদ্য মুক্তিপ্ৰাপ্ত জাৱানে আদিপুৰুষৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে৷

প্রভাছ আৰু শ্বাহৰুখৰ মাজত তুলনা কৰা এখন বিশেষ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ জাৱানে তিনিদিনত বিশ্বজুৰি আয় কৰিছে ৩৫০ কোটি আনহাতে প্রভাছ অভিনীত আদিপুৰুষে ৩ দিনত বিশ্বজুৰি আয় কৰিছিল ৩৪০ কোটি৷ তৃতীয়টো দিনত ভাৰতত সৰ্বাধিক আয় কৰিছে জাৱানে৷ ভাৰতত তৃতীয় দিনত বিক্ৰি হৈছে ২৭,৫১,৫৮১ টিকট৷ জাৱানৰ হিন্দী ভাৰ্ছনত ৭৩.৭৬কোটি, তামিল ভাৰ্ছনত ৫.৩৮ কোটি আৰু তেলেগু ভাৰ্ছনত ৩.৭৮ কোটি টকা আয় কৰিছে৷ অৰ্থাৎ তৃতীয় দিনত মুঠ ৮২.৮৪ কোটি টকা আয় কৰিছে জাৱানে৷

উল্লেখ্য যে ৭ ছেপ্টেম্বৰত মুক্তি লাভ কৰিছে জাৱানে৷ এই ছবিত দ্বৈত চৰিত্ৰত অভিনয় কৰিছে শ্বাহৰুখ খানে৷ প্ৰধান নাৰী চৰিত্ৰত আছে নয়নতৰা৷ খলনায়কৰ ভূমিকাত দেখা গৈছে বিজয় সেতুুপতিক৷ ইয়াৰোপৰি অন্যান্য চৰিত্ৰত আছে কেনী বসুমতাৰী, ছানিয়া মলহোত্ৰা, সুনীল গ্ৰোভাৰকে ধৰি কেইবাজনো অভিনেতা৷ দীপিকা পাডুকন আৰু সঞ্জয় দত্তক ছবিখনত কেমিঅ’ ৰুলত দেখা গৈছে৷ এটলী পৰিচালিত ছবিখনে এতিয়া দেশজুৰি চৰ্চিত ছবি হৈ পৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?
বাণিজ্য

শীঘ্ৰে কৰক, নহ’লে নাপাব LPG Cylinder, এটা ভুলে ৰাজসাহায্যৰ পৰাও কৰিব পাৰে বঞ্চিত!

August 1, 2026
নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?
বিনোদন

নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

August 1, 2026
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন
বিনোদন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

August 1, 2026
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?
বাণিজ্য

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

August 1, 2026
Next Post
গণেশ চতুৰ্থীও দুদিন! ঘৰত কি কি নিয়ম মানি পূজা কৰিব?

গণেশ চতুৰ্থীও দুদিন! ঘৰত কি কি নিয়ম মানি পূজা কৰিব?

G-20 শীৰ্ষ সন্মিলনৰ সমাপ্তি ঘোষণা মোদীৰ, G-20 সভাপতিৰ ভাৰ কাৰ কান্ধত তুলি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

G-20 শীৰ্ষ সন্মিলনৰ সমাপ্তি ঘোষণা মোদীৰ, G-20 সভাপতিৰ ভাৰ কাৰ কান্ধত তুলি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.