ৰাজ্যত উজান উঠিছে এনকাউণ্টাৰ৷ অসম আৰক্ষীৰ ইটোৰ পিছত সিটো এনকাউণ্টাৰে জোকাৰিছে ৰাজ্য৷ শনিবাৰে ৰাতি ৰাজ্যত সংঘটিত হ’ল দুটাকৈ এনকাউণ্টাৰ৷