অসম লাইভ২৪ঃ
ৰাজ্যত চলিয়েই থাকিব Encounter৷
কঠোৰ হাতেৰে দমন কৰা হ’ব অপৰাধ৷
অপৰাধীৰ বিৰুদ্ধে ডিজিপিৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বেই কঠোৰ জি পি সিং৷
নৱ নিযুক্ত অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে দুধনৈত কৰিছে এই মন্তব্য৷
নামনি অসমত বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ লোৱাৰ কথাও উল্লেখ সিঙৰ৷
নামনি অসমৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে কোকৰাঝাৰত এক আলোচনাতো মিলিত হয় নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ