• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চতুৰ্থবাৰ ইউৰো কাপ জয় কৰি ইতিহাস সৃষ্টি স্পেইনৰ, ২-১ গ’লত পৰাস্ত ইংলেণ্ড

চতুৰ্থবাৰ ইউৰো কাপ জয় কৰি ইতিহাস সৃষ্টি স্পেইনৰ, ২-১ গ’লত পৰাস্ত ইংলেণ্ড

2 years ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

17 minutes ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

1 hour ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

3 hours ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

19 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

20 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

20 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

21 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

22 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

22 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

23 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

24 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

চতুৰ্থবাৰ ইউৰো কাপ জয় কৰি ইতিহাস সৃষ্টি স্পেইনৰ, ২-১ গ’লত পৰাস্ত ইংলেণ্ড

editor by editor
July 15, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব
0
চতুৰ্থবাৰ ইউৰো কাপ জয় কৰি ইতিহাস সৃষ্টি স্পেইনৰ, ২-১ গ’লত পৰাস্ত ইংলেণ্ড
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চতুৰ্থবাৰ ইউৰো কাপ জয় কৰি ইতিহাস সৃষ্টি স্পেইনৰ, ২-১ গ’লত পৰাস্ত ইংলেণ্ড

ইউৰো কাপৰ অন্তিমখন খেলত ইংলেণ্ডক ২-১ গ’লত পৰাস্ত কৰি অভিলেখ সৃষ্টিকাৰী চতুৰ্থবাৰৰ বাবে ইউৰোপীয় চেম্পিয়নশ্বিপ জয় কৰিবলৈ সক্ষম হয় স্পেইনে। দেওবাৰে জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ খেলখনত স্পেইনৰ খেলুৱৈ মাইকেল অয়াৰজাবালে ৮৭ মিনিটত এটা গ’ল দিয়ে। চূড়ান্ত মেচ শেষ হোৱাৰ মাথো ৩ মিনিট আগে অহা গ’লৰ বাবেই স্পেনিছ দলটোৱে পুনৰবাৰ চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰে। ১৯৬৪, ২০০৮ আৰু ২০১২ চনতো স্পেনিছ দলটোৱে ইউৰো কাপৰ খিতাপ দখল কৰিছিল।

দুয়োটা দলৰ প্ৰচেষ্টা সত্ত্বেও প্ৰথমাৰ্ধ গ’লবিহীন হৈ থাকে। মেচখনৰ তিনিওটা গ’ল দ্বিতীয়ার্ধত দিয়ে৷ প্ৰথমাৰ্ধত অতি সতৰ্কতাৰে য’ত স্পেইনে বেছিভাগ প’ছেছন লাভ কৰিছিল আৰু বিপক্ষৰ লক্ষ্যত একমাত্ৰ শ্বট আছিল। দ্বিতীয়াৰ্ধত খেল পুনৰ আৰম্ভ হোৱাৰ পিছত স্পেনিছ দলটোৱে এই অচলাৱস্থা ভংগ কৰিবলৈ মাত্ৰ দুমিনিট সময় লয়।

https://x.com/EURO2024/status/1812591272588156971

১৬ বছৰীয়া কিশোৰ লেমিন য়ামালে (Lamine Yamal) সোঁফালে ঠাই বিচাৰি পাই সতীৰ্থ নিকো উইলিয়ামছক ক্ৰছ প্ৰদান কৰে আৰু সেই সুন্দৰ সুযোগৰ সদব্যৱহাৰ কৰি গ’ল দিয়ে। ইয়াৰ পিছত স্পেইনে কেইবাটাও আক্ৰমণেৰে ইংলেণ্ডৰ ইতিমধ্যে শক্তিশালী ডিফেন্স লাইন ভাঙি পেলায়।

উল্লেখ্য যে, দেওবাৰে ফাইনেল খেলাৰ পূৰ্বে শনিবাৰে য়ামালে ১৭ বছৰীয়া  জন্মদিন পালন কৰিছিল। এই জয়ৰ পাচতে য়ামালে কয়- ইয়াতকৈ ভাল জন্মদিনৰ উপহাৰ একো হব নোৱাৰে।

১২ বছৰৰ মূৰকত স্পেইনে ইউৰোপীয় কাপ খিতাপ দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে। খেলখনৰ শেষ মুহূৰ্তত স্পেইনে আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়ায়, যাৰ বাবে দলটোৱে ইংলেণ্ড দলৰ ওপৰত অগ্ৰগতি লাভ কৰাত সফল হয়। ইয়াৰ পূৰ্বে ১৯৬৪, ২০০৮ আৰু ২০১২ চনত স্পেইনে এই প্ৰতিযোগিতাত জয়লাভ কৰিছিল। যোৱা দুটা খিতাপ তেওঁলোকে লাভ কৰিছিল ২০১০ চনৰ বিশ্বকাপ জয় কৰাৰ পিছত, যিটো আছিল জাভি হাৰ্নাণ্ডেজ, জাবি এল’নছ’ আৰু আন্দ্ৰেছ ইনিয়েষ্টাৰ সোণালী যুগ।

https://x.com/UEFA/status/1812598648095506533

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: englandEuropean ChampionshipSpainspain vs England
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

October 20, 2026
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!
বিশ্ব

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

October 20, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

October 20, 2026
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!
জীৱনশৈলী

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

October 19, 2026
Next Post
৪৫ বছৰে ধৰি মাত্ৰ ১০ টকাত চিকিৎসা সেৱা, নিতৌ ৩০০-৪০০ ৰোগী

৪৫ বছৰে ধৰি মাত্ৰ ১০ টকাত চিকিৎসা সেৱা, নিতৌ ৩০০-৪০০ ৰোগী

চৰকাৰৰ ফালৰ পৰা প্ৰকাশ তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম

চৰকাৰৰ ফালৰ পৰা প্ৰকাশ তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.