• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪৫ বছৰে ধৰি মাত্ৰ ১০ টকাত চিকিৎসা সেৱা, নিতৌ ৩০০-৪০০ ৰোগী

৪৫ বছৰে ধৰি মাত্ৰ ১০ টকাত চিকিৎসা সেৱা, নিতৌ ৩০০-৪০০ ৰোগী

2 years ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

42 minutes ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

1 hour ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

3 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

4 hours ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

4 hours ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

5 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

5 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

5 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

6 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

7 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

8 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৪৫ বছৰে ধৰি মাত্ৰ ১০ টকাত চিকিৎসা সেৱা, নিতৌ ৩০০-৪০০ ৰোগী

editor by editor
July 15, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
৪৫ বছৰে ধৰি মাত্ৰ ১০ টকাত চিকিৎসা সেৱা, নিতৌ ৩০০-৪০০ ৰোগী
0
SHARES
475
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪৫ বছৰে ধৰি মাত্ৰ ১০ টকাত চিকিৎসা সেৱা, নিতৌ ৩০০-৪০০ ৰোগী

মুদ্ৰাস্ফীতিৰ এই যুগত, য’ত মানুহে পানী কিনি খাব লগা হৈছে, সেই ধৰাত এগৰাকী ভগৱান সদৃশ ডাক্তৰৰ কৰ্মই সহশ্ৰজনৰ অন্তৰ চুই গৈছে। এনে পৰিস্থিতিত দৰিদ্ৰ আৰু অসহায় লোকে চিকিৎসাৰ সময়ত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু এনে সময়ত পৃথিৱীৰ ভগৱান বুলি কোৱা বিহাৰৰ এগৰাকী চিকিৎসকে মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে। এই চিকিৎসকগৰাকীয়ে মাত্ৰ ১০ টকাৰ বিনিময়ত সম্পূৰ্ণ সেৱাৰে লোকক চিকিৎসা কৰি আছে।

ডাক্তৰ কম্পাউণ্ডাৰ গণপতি কুমাৰে জনোৱা মতে, বিহাৰৰ নালন্দা জিলাৰ অন্তৰ্গত পৰ্বলপুৰ বজাৰৰ বাসিন্দা ডাঃ ওম প্ৰকাশ আৰ্য্যই বিগত ৪৫ বছৰ ধৰি মানৱতাৰ সেৱাৰ মনোভাৱেৰে মানুহৰ চিকিৎসা কৰি আহিছে। আৰম্ভ কৰাৰ সময়ত তেওঁৰ মাচুল মাত্ৰ দুটকাহে আছিল। ইয়াৰ পিছত ৫ টকালৈ বৃদ্ধি পালে, তাৰ পিছত ৮ টকালৈ আৰু এতিয়া শেষ মাচুল ১০ টকা । সেই টকাৰেই কৰ্মচাৰী, চিকিৎসক আৰু ৰক্ষণাবেক্ষণৰ বাবে খৰচ কৰা হয়।

ডাঃ ওম প্ৰকাশ আৰ্য্যই ৰাঁচীৰ পৰা এম বি বি এছ অধ্যয়ন কৰি পঢ়া-শুনা সমাপ্ত কৰি মানৱ সেৱা হিচাপে নলন্দা জিলাৰ পৰ্বলপুৰৰ ৩৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাড়াঘৰত টিনপাতৰ তলত ৰোগীক চিকিৎসা কৰি আছে। পিতৃৰ পথাকেই গ্ৰহণ কৰিছে দুই সন্তানে , পুত্ৰও সফল। প্ৰথম কন্যা স্বেতা সিংহা এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ, দ্বিতীয় কন্যা নেহা সিংহা এগৰাকী শিশু চিকিৎসক আৰু পুত্ৰ ৰাজীৱ ৰঞ্জন আৰ্য্য বাংগালুৰুৰ নিৰ্মাণ অভিযন্তা।

ওম প্ৰকাশ আৰ্যৰ হাস্পতালত এগৰাকী নাৰ্ছকে ধৰি মুঠ ৬ জন লোকে কাম কৰি আছে, যাৰ দৰমহা ৫,০০০ টকাকৈ।

ইয়াত ৰোগীক চেলাইন বা বেজী দিয়াৰ বাবদ ১০ টকাৰ সুকীয়া চাৰ্জ আছে, আনহাতে প্ৰায় ডেৰ ডজনমানে নাৰ্চিং ইন্টাৰশ্বিপ কৰি আছে। কেৱল এয়াই নহয়, অসহায় ৰোগীসকলকো ডাক্তৰে ঔষধ দিয়ে। ইয়াত প্ৰতিদিনে প্ৰায় ৩০০ ৰোগীৰ চিকিৎসা কৰা হয়, যিসকল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহে।

প্ৰতিমাহে এই ক্লিনিক চলি থকা ঠাইৰ ঘৰৰ মালিকক ৬০০০ টকা ভাড়া দিয়া হয়। গ্ৰাম্য অঞ্চলৰ অধিকাংশ লোকেই চিকিৎসাৰ বাবে ইয়ালৈ আহে। সকলো ৰোগীকে এজন এজনকৈ চিকিৎসা কৰা হয়। ইয়াৰ লগতে কোনো জৰুৰীকালীন ৰোগী আহিলে প্ৰথমে তেওঁৰ চিকিৎসা কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 10 rupee doctordoctorPopular doctorViral Story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

September 26, 2026
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?
জীৱনশৈলী

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

September 26, 2026
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
LIFT দিয়াৰ অজুহাতত অপকৰ্ম
অপৰাধ

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

September 26, 2026
Next Post
চৰকাৰৰ ফালৰ পৰা প্ৰকাশ তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম

চৰকাৰৰ ফালৰ পৰা প্ৰকাশ তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম

ৰাজ্যসভাত হ্ৰাস পাবলৈ ধৰিছে বিজেপিৰ শক্তি, এতিয়াৰ পৰা কিদৰে পাছ কৰাব এখন বিল !

ৰাজ্যসভাত হ্ৰাস পাবলৈ ধৰিছে বিজেপিৰ শক্তি, এতিয়াৰ পৰা কিদৰে পাছ কৰাব এখন বিল !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.