• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰৰ ফালৰ পৰা প্ৰকাশ তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম

চৰকাৰৰ ফালৰ পৰা প্ৰকাশ তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম

2 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

9 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

9 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

9 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

9 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

10 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

10 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

12 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

13 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

13 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

14 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

15 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চৰকাৰৰ ফালৰ পৰা প্ৰকাশ তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম

editor by editor
July 15, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
চৰকাৰৰ ফালৰ পৰা প্ৰকাশ তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম
0
SHARES
232
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰকাৰৰ ফালৰ পৰা প্ৰকাশ তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম

আজি ৰাজ্যৰ প্ৰতিখন বাতৰি কাকতে কাকতে প্ৰকাশ পালে ৰাজ্যত অনুষ্ঠিত হব লগা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ সূচী। প্ৰকাশ পোৱা অনুসৰি দুয়োটা পৰীক্ষাতে থাকিব নিগেটিব মাৰ্কিং। প্ৰতিটো ভুল উত্তৰ বাবে কাটিব ০.২৫ নম্বৰ। লগতে দুয়োটা পৰীক্ষাতে প্ৰশ্ন কাকত অসমীয়া, ইংৰাজী, বঙালী, বড়ো আৰু হিন্দী ভাষাত উপলব্ধ হব।

প্ৰকাশ পোৱা অনুসৰি তৃতীয় বৰ্গৰ পৰীক্ষা বাবে –
ডিগ্ৰী লেভেল-
Social Studies 30 question 1 mrks
General Knowledge 35 question 1 Marks
Logical Reasoning and mental ability 20 question 1 marks
General mathematics 30 question 1 Marks
General English 10 question 1 Marks
Reading Comprehension and english language 25 question 2 marks

Total Question 150, Total Marks 175, Total Time 3 Hours

হায়াৰচেকেণ্ডেৰী লেভেল-
Social Studies 30 question 1 mrks
General Knowledge 3০ question 1 Marks
Logical Reasoning and mental ability 20 Question 1 marks
General mathematics 35 Marks 1 Marks
General English 35 1 Marks

Total Question 150, Total Marks 150, Total Time 3 Hour

মেট্ৰিক লেভেল-(ড্ৰাইভাৰ)-
Social Studies 20 question 1 mrks
General Knowledge 3০ question 1 Marks
Logical Reasoning and mental ability 20 Question 1 marks
General mathematics 30 Marks 1 Marks
General English 30 1 Marks
Road Transport 20 Question 1 Marks

Total Question 150, Total Marks 150, Total Time 3 Hour

চতুৰ্থ বৰ্গৰ বাবে –
হায়াৰচেণ্ডেৰী, মেট্ৰিক আৰু আই টি আই উত্তীৰ্ণৰ বাবে বেলেগ বেলেগ প্ৰশ্ন ।
পাছে কেউটাতে আহিব লগা একে প্ৰশ্নবোৰ- English, Social Studies, Mathematics, General Knowledge আৰু Logical Reasoning and mental ability.
প্ৰত্যোকটো প্ৰশ্নৰ বিপৰীতে ১ নম্বৰকৈ থাকিব। ইয়াতো ভুলৰ বাবে তাকিব নিগেটিভ নম্বৰ। এটা ভুল উত্তৰৰ বাব ০.২৫ নম্বৰ হেৰুৱাব লাগিব।
এই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময় ২ ঘণ্টা ৩০ মিনিট। মুঠ নম্বৰ ১৩৫।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ADREassamAssam Govt ExamAssam-Govtguwahati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ
অসম

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

August 17, 2026
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
Next Post
ৰাজ্যসভাত হ্ৰাস পাবলৈ ধৰিছে বিজেপিৰ শক্তি, এতিয়াৰ পৰা কিদৰে পাছ কৰাব এখন বিল !

ৰাজ্যসভাত হ্ৰাস পাবলৈ ধৰিছে বিজেপিৰ শক্তি, এতিয়াৰ পৰা কিদৰে পাছ কৰাব এখন বিল !

দুজনকৈ কিশোৰ ছাত্ৰৰ নিথৰ দেহ উদ্ধাৰক লৈ হাহাকাৰ, চকু-জিভা-বুকুত চুৰিৰে আঘাত

দুজনকৈ কিশোৰ ছাত্ৰৰ নিথৰ দেহ উদ্ধাৰক লৈ হাহাকাৰ, চকু-জিভা-বুকুত চুৰিৰে আঘাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.