অসম লাইভ ২৪ঃ এই বিশ্ব সঁচাই আজৱ! আৰু এই আজৱ বিশ্বতেই বসবাস কৰে কিছুমান আজৱ মানুহ। বৰ্তমান ভাইৰেলৰ পৃথিৱীখনত যে দিনটোত থাওকতে ক’ত যে কি ভিডিঅ’ ভাইৰেল নহয়! কিছুমানে ভাইৰেল হ’ব বিছাৰে আৰু কিছুমানে নজনাকৈয়ে ভাইৰেল হয়। এইবাৰো তেনেদৰে দিনটোতে বিশ্বজুৰি ধুমুহাৰ গতিত ভাইৰেল হ’ল এক বিশেষ ভিডিঅ’। https://www.instagram.com/reel/CXliBJRpKPa/?utm_source=ig_web_copy_link
বিবাহ অনুষ্ঠানত দৰাৰ সন্মুখত ন কইনাই যিটোহে নৃত্য দেখুওৱালে সেই নৃত্য দেখি সকলো আচৰিত, হতবাক। গতিকে আচৰিত কৰিব পৰা এই ভিডিঅ’টো তলৰ লিংকত চাওক আপুনিও এবাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ