কালিকা লাগিল EVMত! দৌৰি ফুৰিবলৈ ধৰিলে কিছুমান EVM! হুলস্থূল লাগিল মাজুলী, লখিমপুৰ, বিহপুৰীয়া, শিৱসাগৰত। নিৰাপত্তাৰক্ষী অবিহনে চেক্টৰ অফিচাৰে লৈ গৈছিল ২টা EVM।