• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰণি ৫ টকীয়া নোট আছে নেকি? এটি সুবৰ্ণ সুযোগ! আপুনিও হ’ব পাৰে লাখপতি

4 years ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

1 hour ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

2 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

3 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

4 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

5 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

6 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুৰণি ৫ টকীয়া নোট আছে নেকি? এটি সুবৰ্ণ সুযোগ! আপুনিও হ’ব পাৰে লাখপতি

editor by editor
December 29, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, ভাৰত
0
পুৰণি ৫ টকীয়া নোট আছে নেকি? এটি সুবৰ্ণ সুযোগ! আপুনিও হ’ব পাৰে লাখপতি
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এটি সুবৰ্ণ সুযোগ৷ নৱবৰ্ষৰ পূৰ্বে আপুনিও হ’ব পাৰে লাখপতি৷ হঠাৎ ভাগ্য উদয় হ’ব পাৰে আপোনাৰ৷ ৫ টকাৰ বিনিময়ত আপুনিও লাভ কৰিব পাৰে ৫ লক্ষাধিক পৰ্যন্ত টকা৷ বৰ্তমান সময়ত অনলাইন বজাৰত বৃদ্ধি পাইছে পুৰণি নোটৰ চাহিদা৷ এটা বিশেষ নোটৰ বিনিময়ত কোম্পানীসমূহে ব্যক্তিক প্ৰদান কৰে লক্ষাধিক টকা পৰ্যন্ত৷ সম্প্ৰতি টকা উপাৰ্জনৰ অন্যতম উৎসলৈ পৰিণত হৈছে পুৰনি নোট বা মুদ্ৰাৰ নিলামৰ ব্যৱস্থা৷ OLX, quicker, ebay, indiamart, coinbazar.in আদি বিভিন্ন অনলাইন প্লেটফৰ্মৰ জৰিয়তে নিলাম কৰাৰ সুবিধা আছে এই বিশেষ নোটসমূহ৷ কৃষকৰ ট্ৰেক্টৰ চলোৱা ফটো থকা পুৰনি ৫ টকীয়া নোটৰ চাহিদা বজাৰত বৰ্তমান বৃদ্ধি পাইছে৷ এই নোটৰ নিলামৰ জৰিয়তে আপুনি ৫ লাখ পৰ্যন্ত লাভ কৰিব পাৰিব ধন৷ ইয়াৰ উপৰি, ১৯৮৪ চনৰ দুটকীয়া মুদ্ৰা, ১৮৮৫ চনত ব্ৰিটিছে উলিওৱা ১ টকীয়া মুদ্ৰাও কোম্পানীসমূহে লক্ষাধিক টকাৰ বিনিময়ত ক্ৰয় কৰে অনলাইন প্লেটফৰ্মত৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে ১৯৯৪, ১৯৯৫, ১৯৯৭ আৰু ২০০০ চনত প্ৰচলন কৰা দুটকীয়া মুদ্ৰাৰ বিশাল চাহিদা আছে বজাৰত৷ গতিকে আপোনাৰ ওচৰতো যদি এইসমূহ নিৰ্দিষ্ট পুৰণি মুদ্ৰা বা নোট আছে নিৰ্দিষ্ট ৱেবচাইটৰ জৰিয়তে আপুনিও নিলাম কৰিব পাৰে৷ লাভ কৰিব পাৰে এই বৃহৎ পৰিমানৰ ধনৰাশি৷ নৱবৰ্ষত আৰম্ভণিতে গ্ৰহণ কৰক এই সুযোগ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelexchange rs 5 for rs 5 lakh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

March 20, 2026
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ
অসম

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

March 20, 2026
Next Post
হ্ৰাস হ’ব ইন্ধনৰ মূল্য, ২৬ জানুৱাৰীৰ পৰা ২৫ টকা পৰ্যন্ত হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ দাম

ভাৰতত অমিক্ৰণৰ সংক্ৰমণ ৯৬১ লৈ বৃদ্ধি, দিল্লীত সৰ্বাধিক ২৬৩ সংক্ৰমণ, মুম্বাইত ১৪৪ ধাৰা জাৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন