• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খাদ্য তালিকাত প্ৰতিদিনে মাংস থাকিলে শৰীৰৰ লাভ হয়নে ক্ষতি হয়… কি কয় পুষ্টিবিদে?

খাদ্য তালিকাত প্ৰতিদিনে মাংস থাকিলে শৰীৰৰ লাভ হয়নে ক্ষতি হয়… কি কয় পুষ্টিবিদে?

4 years ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

4 minutes ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

39 minutes ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

1 hour ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

2 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

12 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

12 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

13 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

13 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

13 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

14 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

15 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

খাদ্য তালিকাত প্ৰতিদিনে মাংস থাকিলে শৰীৰৰ লাভ হয়নে ক্ষতি হয়… কি কয় পুষ্টিবিদে?

editor by editor
January 19, 2023
in অসম, খাদ্য, জীৱনশৈলী, বিশ্ব, ভাৰত
0
খাদ্য তালিকাত প্ৰতিদিনে মাংস থাকিলে শৰীৰৰ লাভ হয়নে ক্ষতি হয়… কি কয় পুষ্টিবিদে?
0
SHARES
16.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বহু মানুহেই মাংস খাই ভালপায়৷ শৰীৰক পুষ্টি প্ৰদান কৰিবলৈ মাংসই উত্তম আহাৰ বুলি বহুতেই দাবীও কৰে৷ মাংসত মেক্ৰ নিউট্ৰিয়েণ্ট থাকে৷ ই পেশী তৈয়াৰ কৰাত এই উপাদানে সহায় কৰে৷ মাংসত প্ৰটিনৰ ওপৰিও আয়ৰন, জিংক, ভিটামিন বি, ছেলেনিয়াম, ফছফৰাছ থাকে৷ কিন্তু প্ৰতিদিনে মাংস খোৱাটো শৰীৰৰ বাবে উপকাৰী নে?

মাংস হাইপ্ৰটিনসম্পন্ন খাদ্য৷ প্ৰতিদিনে কিন্তু খাদ্যৰ তালিকাত মাংস ৰখাটো শৰীৰৰ বাবে অপকাৰী৷ দৈনিক মাংস খালে শৰীৰত ইউৰিক এছিডৰ পৰিমাণ বাঢ়ি যায়৷ ইয়াৰোপৰি মাংসত পিউৰিণ, চৰ্বিও থাকে৷ ইয়াক চুৰেটেড ফেট বুলিও কোৱা হয়৷ এই ফেট ৰক্তনলীত জমা হলে বিপদ হ’ব পাৰে৷ এনেদৰে জমা হোৱা চৰ্বিয়ে কলষ্টেৰলৰ পৰিমাণ বঢ়াই দিয়াৰ লগতে কাডিঅ’ভাস্কুলাৰ অসুখৰ আশংকা বঢ়াই তোলে৷

ইফালে ৰেডমিট দৈনিক খাদ্য তালিকাত ৰাখিলেও শৰীৰৰ বাবে ভয়াৱহ৷ ৰেডমিটত পাঠা মাংস, গোমাংস আদি অন্তৰ্ভূক্ত৷ দৈনিক এই মাংস খালে শৰীৰত পিউৰিণৰ মাত্ৰা অত্যাধিক পৰিমানে বাঢ়ি যায়৷ যাৰ ফলত ইউৰিক এছিডো বাঢ়ি যায়৷ কোনো অসুখ নাথাকিলেও এই মাংস সপ্তাহত এসাঁজতকৈ বেছি খাব নালাগে৷ প্ৰেছাৰ, ডাইবেটিছ আদি থকা ৰোগীৰ বাবে ই অতিকৈ ভয়ংকৰ৷ অত্যাধিক ৰেডমিট সেৱনে কৰ্কটৰ আশংকাও বঢ়াই তোলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

August 19, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
Next Post
হৃদয়বিদাৰক ঘটনা! সুৰামত্ত চিকিৎসকৰ বাহনৰ খুন্দাত অকালতে প্ৰাণ গ’ল দুই ভাতৃ-ভগ্নী অবিনাশ-গায়ত্ৰীৰ

হৃদয়বিদাৰক ঘটনা! সুৰামত্ত চিকিৎসকৰ বাহনৰ খুন্দাত অকালতে প্ৰাণ গ’ল দুই ভাতৃ-ভগ্নী অবিনাশ-গায়ত্ৰীৰ

আইতা অসুস্থ! কলিজা আইতাক আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন…

আইতা অসুস্থ! কলিজা আইতাক আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.