• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

3 weeks ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

1 hour ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

2 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

2 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

2 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

3 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

4 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

4 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

5 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

6 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

6 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

7 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

টাইপিং টেষ্টত ৩ বাৰকৈ ব্যৰ্থ কনিষ্ঠ সহায়ক

editor by editor
September 18, 2026
in নিয়োগ, ভাৰত, লেখা
0
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ
0
SHARES
748
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশৰ বাৰেলী জিলাত প্ৰশাসনিক কামত গাফিলতি আৰু দুৰ্নীতিৰ অভিযোগৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা আয়ুক্ত অবিনাশ সিঙে। মিৰগঞ্জৰ এজন কনিষ্ঠ সহায়কক তিনিবাৰকৈ টাইপিং টেষ্টত ব্যৰ্থ হোৱাৰ পিছত কনিষ্ঠ সহায়কৰ পদৰ পৰা আঁতৰাই চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে, ৰাজহ সংগ্ৰহৰ ধন আত্মসাৎ কৰাৰ অভিযোগত ফৰিদপুৰৰ এজন কনিষ্ঠ সহায়কক নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে মিৰগঞ্জত কনিষ্ঠ সহায়ক হিচাপে নিযুক্তি পোৱা ৰেহান খানক ২০২১ চনত মৃতকৰ নিৰ্ভৰশীল কোটাৰ অধীনত চৰকাৰী চাকৰি দিয়া হৈছিল। কনিষ্ঠ সহায়কৰ পদত কাম কৰিবলৈ কম্পিউটাৰ টাইপিঙৰ নিৰ্দিষ্ট দক্ষতা থকাটো বাধ্যতামূলক। এই দক্ষতা অৰ্জন কৰি নিৰ্ধাৰিত মানদণ্ড পূৰণ কৰিবলৈ ৰেহান খানক তিনিবাৰ টাইপিং টেষ্ট দিয়াৰ সুযোগ দিয়া হৈছিল। কিন্তু তিনিওবাৰেই তেওঁ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে। ইয়াৰ পিছত চৰকাৰী নিয়ম আৰু নিৰ্দেশ অনুসৰি জিলা দণ্ডাধীশে ৰেহান খানক কনিষ্ঠ সহায়কৰ পদৰ পৰা আঁতৰাই চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে নিযুক্তি দিয়াৰ নিৰ্দেশ জাৰি কৰে। এতিয়াৰে পৰা তেওঁ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে দায়িত্ব পালন কৰিব।

ইফালে ফৰিদপুৰৰ কনিষ্ঠ সহায়ক অংশু ভাৰ্মাৰ বিৰুদ্ধে ৰাজহ সংগ্ৰহৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ অনুসৰি, ৰাজহৰ ধন চৰকাৰী একাউণ্টত জমা কৰাৰ পৰিৱৰ্তে ব্যক্তিগত একাউণ্টলৈ স্থানান্তৰ কৰিছিল। এই ঘটনাক লৈ ২০১৫-১৬ চনতে অংশু ভাৰ্মাৰ বিৰুদ্ধে বৰ্খাস্তকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। পিছত বিষয়টো ন্যায়াধিকৰণলৈ যায়। ন্যায়াধিকৰণৰ নিৰ্দেশৰ পিছত এডিএম চিটিৰ অধ্যক্ষতাত এখন তদন্ত সমিতি গঠন কৰা হয়। সমিতিখনে বিষয়টো পুনৰ তদন্ত কৰে। তদন্তত অভিযোগনামাত উত্থাপন কৰা অভিযোগসমূহৰ সমৰ্থনত প্ৰমাণ পোৱা গৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

টাইপিং টেষ্টত নিৰ্ধাৰিত মানদণ্ড পূৰণ কৰিব নোৱাৰা আন তিনিজন কৰ্মচাৰীক অৱশ্যে জিলা প্ৰশাসনে আৰু এবাৰ সুযোগ দিছে। কাঞ্চিত চৌধুৰী, ৰাহুল কুমাৰ আৰু লক্ষ্মী সক্সেনা নামৰ ৩ কৰ্মচাৰীক টাইপিং দক্ষতা উন্নত কৰি পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ দুমাহৰ সময় দিয়া হৈছে। বিষয়াসকলৰ মতে, এই তিনিজন কৰ্মচাৰীক কম্পিউটাৰ টাইপিঙৰ অনুশীলন কৰি নিৰ্ধাৰিত মানদণ্ড পূৰণ কৰাৰ বাবে এই চূড়ান্ত সুযোগ দিয়া হৈছে। দুমাহৰ ভিতৰত তেওঁলোকে সফল হ’ব নোৱাৰিলে চৰকাৰী নিয়ম অনুসৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Govt Job
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?
বিনোদন

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

October 8, 2026
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?
অসম

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

October 8, 2026
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি
বিশ্ব

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

October 8, 2026
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?
অসম

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

October 8, 2026
Next Post
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.