• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

2 weeks ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

2 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

2 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

3 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

4 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

5 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

5 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

6 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

7 hours ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

7 hours ago
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

8 hours ago
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

9 hours ago
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

ঘৰৰ পৰা জেঠী কিদৰে খেদিব জানক

editor by editor
August 31, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক
0
SHARES
596
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জেঠীৰ পৰা অতিষ্ঠ হৈ পৰিছে নেকি? তেন্তে এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। কিছুমান সহজ উপায়েৰে এই সমস্যা আপুনি দূৰ কৰিব পাৰে। জেঠী পাকঘৰ আৰু ডাইনিং হলৰ বেৰত অনবৰতে ঘূৰি ফুৰে। যদি জেঠী খাদ্যৰ মাজত সোমাই যায়, তেন্তে ই আৰু অধিক ভয়ংকৰ হ’ব পাৰে। জেঠীৰ পৰা মুক্তি পোৱাটো কোনো কঠিন কাম নহয়। কিছুমান সহজ ঘৰুৱা উপায়েৰে জেঠী ঘৰৰ পৰা আঁতৰাই পঠাব পাৰে।

জেঠী ঘৰৰ পৰা আঁতৰাই ৰাখিবলৈ এইটোৱেই আটাইতকৈ পুৰণি আৰু ফলপ্ৰসূ উপায়। কণীৰ খোলা আপোনাৰ ঘৰৰ চুকত বা খিৰিকীৰ ওচৰত ৰাখিব লাগে, য’ত জেঠী অহাৰ সম্ভাৱনা বেছি থাকে।

কণীৰ খোলাৰ প্ৰচণ্ড গোন্ধ জেঠীয়ে সহ্য কৰিব নোৱাৰে। কিন্তু এই খোলাবোৰ ২-৩ সপ্তাহৰ মূৰে মূৰে সলনি কৰিব লাগে।

পিয়াঁজ আৰু নহৰুৰ প্ৰচণ্ড গোন্ধ জেঠীয়ে সহ্য কৰিব নোৱাৰে। হালধি বা পিঁয়াজৰ টুকুৰা কাটি দুৱাৰ-খিৰিকী কাষত ওলোমাই থ’লে জেঠী নাহে।

ইয়াৰ উপৰিও যদি আপুনি পিঁয়াজ আৰু হালধিৰ ৰস পানীৰ লগত মিহলাই স্প্ৰে বটলত ভৰাই টিকটিকিয়ে বিচৰণ কৰা বেৰৰ চুকবোৰত স্প্ৰে কৰে তেন্তে আপুনি দেখিব যে টিকটিকিবোৰ লগে লগে পলাই যাব।

জলকীয়াৰ গুৰিয়ে জেঠী খেদাত সহায় কৰে। জলকীয়াৰ গুড়ি অলপ পানীত মিহলাই ভালদৰে লৰাই দিব। টিকটিকি বেছিকৈ লুকাই থকা ঠাইত এই মিশ্ৰণ স্প্ৰে’ কৰিব লাগে। জলকীয়াৰ প্ৰচণ্ড গোন্ধে টিকটিকিৰ চকু আৰু ছালত বিষৰ সৃষ্টি কৰে, যাৰ ফলত ইহঁতে সেই ঠাই এৰি যায়।

জেঠী হৈছে ঠাণ্ডা ৰক্তৰ প্ৰাণী। হঠাতে উষ্ণতাৰ পৰিৱৰ্তন হ’লে শৰীৰ লৰচৰ কৰিব নোৱাৰে। যদি জেঠী এটাৰ শৰীৰত অতি ঠাণ্ডা পানী পায়, তেন্তে ই সাময়িকভাৱে লৰচৰ কৰিব নোৱাৰিব। তেতিয়া সহজে ধৰি ঘৰৰ বাহিৰলৈ পেলাই দিব পাৰি। এই সহজ প্ৰাকৃতিক পদ্ধতিসমূহ অনুসৰণ কৰি আপুনি আপোনাৰ ঘৰখন জেঠীমুক্ত কৰি ৰাখিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’
অসম

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

September 12, 2026
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!
অসম

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

September 12, 2026
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?
প্ৰযুক্তি

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

September 12, 2026
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব
জীৱনশৈলী

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

September 12, 2026
Next Post
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল'লে মাৰাথনত

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

'মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.